NEWS

জন্মাষ্টমী উপলক্ষে পশ্চিম নলবাৰীৰ বৰীৰ বাৰ গোপাল মন্দিৰ প্ৰাংগণত অনুষ্ঠিত দধি ভঙ্গন প্ৰতিযোগিতা

Krishna Janmastami celebration in Pachim Nalbari আজি শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ বৰীত শ্ৰী শ্ৰী বাৰ গোপাল মন্দিৰ প্ৰাংগনত ব্যতিক্ৰমী কাৰ্যসূচীৰে পালন কৰা হয় জন্মাষ্টমী মহোৎসৱ। ২৭সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী মহোৎসৱ দুদিনীয়াকৈ অনুষ্ঠিত কৰা হ’ব। ৰাতিপুৱা ধৰ্মধজ্জা উত্তোলন আৰু বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ কৰাৰ পিছত ধৰ্মীয় শোভাযাত্ৰা উলিয়াই স্থানীয় ৰাইজে। এইদৰে ধৰ্মীয় শোভাযাত্ৰাত অংশ ল’লে গাঁৱৰ ৰাইজে। হৰিনামেৰে মুখৰিত হৈ পৰিল মহোৎসৱস্থলী। দীঘলীয়া শোভাযাত্ৰাত বৰী অঞ্চলৰ সকলো পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে। জন্মাষ্টমী উপলক্ষে বৰীৰ বাৰ গোপাল মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় ধৰ্মীয় দধি ভংগন প্ৰতিযোগিতা। এইদৰে দধি ভংগন প্ৰতিযোগিতা অংশ ল’লে গাঁৱৰ যুৱকসকলে, সকলোৱে এই বিশেষ প্ৰতিযোগিতাত অংশ লয়। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জন্মাষ্টমী মহোৎসৱত আজি সন্ধিয়া নাগৰা নাম পৰিবেশন কৰিব পঠিকা মধুস্মিতা ৰাজবংশীয়ে। মঙ্গলবাৰেদিনত কুইজ প্ৰতিযোগিতা, আয়তীৰ মাজত দিহানাম প্ৰতিযোগিতা, হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা, আধুনিক নৃত্য প্ৰতিযোগিতাৰ লগতেনিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। অসমৰ বাতৰি / খবৰ / অসম / জন্মাষ্টমী উপলক্ষে পশ্চিম নলবাৰীৰ বৰীৰ বাৰ গোপাল মন্দিৰ প্ৰাংগণত অনুষ্ঠিত দধি ভঙ্গন প্ৰতিযোগিতা জন্মাষ্টমী উপলক্ষে পশ্চিম নলবাৰীৰ বৰীৰ বাৰ গোপাল মন্দিৰ প্ৰাংগণত অনুষ্ঠিত দধি ভঙ্গন প্ৰতিযোগিতা Krishna Janmastami celebration in Pachim Nalbari আজি শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ বৰীত শ্ৰী শ্ৰী বাৰ গোপাল মন্দিৰ প্ৰাংগনত ব্যতিক্ৰমী কাৰ্যসূচীৰে পালন কৰা হয় জন্মাষ্টমী মহোৎসৱ অধিক পঢ়ক … 1-MIN READ local18 Nalbari,Assam Last Updated : August 26, 2024, 9:55 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Rajesh Baishya সম্পৰ্কীয় বাতৰি আজি শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ বৰীত শ্ৰী শ্ৰী বাৰ গোপাল মন্দিৰ প্ৰাংগনত ব্যতিক্ৰমী কাৰ্যসূচীৰে পালন কৰা হয় জন্মাষ্টমী মহোৎসৱ। ২৭সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী মহোৎসৱ দুদিনীয়াকৈ অনুষ্ঠিত কৰা হ’ব। ৰাতিপুৱা ধৰ্মধজ্জা উত্তোলন আৰু বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ কৰাৰ পিছত ধৰ্মীয় শোভাযাত্ৰা উলিয়াই স্থানীয় ৰাইজে। এইদৰে ধৰ্মীয় শোভাযাত্ৰাত অংশ ল’লে গাঁৱৰ ৰাইজে। হৰিনামেৰে মুখৰিত হৈ পৰিল মহোৎসৱস্থলী। দীঘলীয়া শোভাযাত্ৰাত বৰী অঞ্চলৰ সকলো পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে। জন্মাষ্টমী উপলক্ষে বৰীৰ বাৰ গোপাল মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় ধৰ্মীয় দধি ভংগন প্ৰতিযোগিতা। বিজ্ঞাপন এইদৰে দধি ভংগন প্ৰতিযোগিতা অংশ ল’লে গাঁৱৰ যুৱকসকলে, সকলোৱে এই বিশেষ প্ৰতিযোগিতাত অংশ লয়। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জন্মাষ্টমী মহোৎসৱত আজি সন্ধিয়া নাগৰা নাম পৰিবেশন কৰিব পঠিকা মধুস্মিতা ৰাজবংশীয়ে। মঙ্গলবাৰেদিনত কুইজ প্ৰতিযোগিতা, আয়তীৰ মাজত দিহানাম প্ৰতিযোগিতা, হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা, আধুনিক নৃত্য প্ৰতিযোগিতাৰ লগতেনিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: janmastami , local18 , Nalbari First Published : August 26, 2024, 9:55 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.