NEWS

Jio new offer: জিঅ’ই আগবঢ়াইছে নতুন অফাৰ, ৩০% ৰেহাইৰে লাভ কৰক JioAirfiberৰ সুবিধা

জিঅ’ই আগবঢ়াইছে নতুন অফাৰ। নতুন AirFiber ব্যৱহাৰকাৰীসকলৰ বাবে ৩০% ফ্ৰীডম অফাৰ ঘোষণা কৰিছে জিঅ’ই। JioFiber / AirFiber হৈছে দেশৰ সৰ্ববৃহৎ আৰু দ্ৰুতগতিত বিকশিত হোৱা ঘৰুৱা ব্ৰডবেণ্ড আৰু মনোৰঞ্জন সেৱা। ১.২ কোটিৰো অধিক ঘৰৰ সৈতে JioFiber/AirFiber ৯৯.৯৯% সেৱা উৎকৰ্ষতাৰ সৈতে দ্ৰুতগতিত বৃদ্ধি হৈ আছে ইয়াৰ প্ৰসাৰ। ভাৰতীয় ঘৰবোৰ ডিজিটাইজ কৰা আৰু ভাৰতক ডিজিটেল ছ’চাইটিলৈ ৰূপান্তৰ কৰাৰ এই গতি আৰু অধিক ত্বৰান্বিত কৰিবলৈ জিঅ’ই এক প্ৰতিশ্ৰুতিপূৰ্ণ অফাৰ ঘোষণা কৰিছে, যিয়ে অধিক ঘৰক AirFiber সংযোগ কৰিবলৈ উৎসাহিত কৰিব। এই ফ্ৰীডম অফাৰৰ জৰিয়তে, নতুন JioAirfiber ব্যৱহাৰকাৰীসকলে ১০০০ টকাৰ ইনষ্টলেশ্য়ন মাচুল ৰেহাইৰ জৰিয়তে নতুন সংযোগৰ ওপৰত ৩০% ৰেহাই লাভ কৰিব। এই অফাৰ এটা সীমিত সময়ৰ বাবে উপলব্ধ থাকিব। ২৬ জুলাইৰ পৰা আৰম্ভ হোৱা এই অফাৰ অন্ত পৰিব ১৫ আগষ্টত। নতুন AirFiber সংযোগৰ বাবে আপুনি মিছকল দিব লাগিব 60008 60008 নম্বৰত। অসমৰ বাতৰি / খবৰ / প্ৰযুক্তি / Jio new offer: জিঅ’ই আগবঢ়াইছে নতুন অফাৰ, ৩০% ৰেহাইৰে লাভ কৰক JioAirfiberৰ সুবিধা Jio new offer: জিঅ’ই আগবঢ়াইছে নতুন অফাৰ, ৩০% ৰেহাইৰে লাভ কৰক JioAirfiberৰ সুবিধা জিঅ’ই আগবঢ়াইছে নতুন অফাৰ। নতুন AirFiber ব্যৱহাৰকাৰীসকলৰ বাবে ৩০% ফ্ৰীডম অফাৰ ঘোষণা কৰিছে জিঅ’ই। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : July 30, 2024, 1:06 pm IST Whatsapp Facebook Telegram Twitter Published By : Dipankar Dutta Written By : Dipankar Dutta সম্পৰ্কীয় বাতৰি জিঅ’ই আগবঢ়াইছে নতুন অফাৰ। নতুন AirFiber ব্যৱহাৰকাৰীসকলৰ বাবে ৩০% ফ্ৰীডম অফাৰ ঘোষণা কৰিছে জিঅ’ই। JioFiber / AirFiber হৈছে দেশৰ সৰ্ববৃহৎ আৰু দ্ৰুতগতিত বিকশিত হোৱা ঘৰুৱা ব্ৰডবেণ্ড আৰু মনোৰঞ্জন সেৱা। ১.২ কোটিৰো অধিক ঘৰৰ সৈতে JioFiber/AirFiber ৯৯.৯৯% সেৱা উৎকৰ্ষতাৰ সৈতে দ্ৰুতগতিত বৃদ্ধি হৈ আছে ইয়াৰ প্ৰসাৰ। ভাৰতীয় ঘৰবোৰ ডিজিটাইজ কৰা আৰু ভাৰতক ডিজিটেল ছ’চাইটিলৈ ৰূপান্তৰ কৰাৰ এই গতি আৰু অধিক ত্বৰান্বিত কৰিবলৈ জিঅ’ই এক প্ৰতিশ্ৰুতিপূৰ্ণ অফাৰ ঘোষণা কৰিছে, যিয়ে অধিক ঘৰক AirFiber সংযোগ কৰিবলৈ উৎসাহিত কৰিব। বিজ্ঞাপন এই ফ্ৰীডম অফাৰৰ জৰিয়তে, নতুন JioAirfiber ব্যৱহাৰকাৰীসকলে ১০০০ টকাৰ ইনষ্টলেশ্য়ন মাচুল ৰেহাইৰ জৰিয়তে নতুন সংযোগৰ ওপৰত ৩০% ৰেহাই লাভ কৰিব। এই অফাৰ এটা সীমিত সময়ৰ বাবে উপলব্ধ থাকিব। ২৬ জুলাইৰ পৰা আৰম্ভ হোৱা এই অফাৰ অন্ত পৰিব ১৫ আগষ্টত। নতুন AirFiber সংযোগৰ বাবে আপুনি মিছকল দিব লাগিব 60008 60008 নম্বৰত। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Jio , Jio Offer First Published : July 30, 2024, 1:03 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.