ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৱা ২৫ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ সফলতাৰে আয়োজিত সৰ্বভাৰতীয় ১৩ বছৰ অনূৰ্ধৰ য়’নেক্স ছানৰাইজ অল ইণ্ডিয়া চাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্টত অসমৰ শ্বাটলাৰ সকলে উজলি উঠিছে। শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ ডিব্ৰুগড়ৰ বাসগৃহত অসমৰ বিজয়ী খেলুৱৈ সকলৰ লগতে তেওঁলোকৰ অভিভাৱক আৰু প্ৰশিক্ষক সকলক ব্যক্তিগতভাৱে সম্বৰ্ধনা তথা অভিনন্দন জ্ঞাপন কৰে আৰু মত বিনিময় কৰে। সৰ্বানন্দ সোণোৱালে কয়, “খেলুৱৈসকলে অনাগত দিনবোৰতো ন উদ্যমেৰে আৰু উন্নত প্ৰদৰ্শনেৰে জিলিকি উঠি ৰাজ্যখনৰ ক্ৰীড়া জগতৰ সুনাম বৃদ্ধি কৰিব বুলি আমি দৃঢ় বিশ্বাসী। অসমত বিগত এটা দশকত ক্ৰীড়াৰ এক নৱজাগৰণৰ সূচনা হৈছে। ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ পৰাই গঢ় লৈছে ন ন খেলুৱৈ প্ৰতিভা। আগন্তুক দিনবোৰত অসমে দেশৰ ক্ৰীড়া মানচিত্ৰত নতুন ৰূপত জিলিকি উঠিব লাগিব। ইয়াৰ বাবে সকলোৱে মিলি ক্ৰীড়া জগতক উজ্জীৱিত কৰি তুলিব লাগিব। এইক্ষেত্ৰত দ্বৈত ইঞ্জিন চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে।” অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / সৰ্বভাৰতীয় ১৩ বছৰ অনূৰ্ধৰ য়'নেক্স ছানৰাইজ অল ইণ্ডিয়া চাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্টত অসমৰ বিজয়ী খেলুৱৈসকলক সম্বৰ্ধনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৰ্বভাৰতীয় ১৩ বছৰ অনূৰ্ধৰ য়'নেক্স ছানৰাইজ অল ইণ্ডিয়া চাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্টত অসমৰ বিজয়ী খেলুৱৈসকলক সম্বৰ্ধনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ ডিব্ৰুগড়ৰ বাসগৃহত অসমৰ বিজয়ী খেলুৱৈ সকলৰ লগতে তেওঁলোকৰ অভিভাৱক আৰু প্ৰশিক্ষক সকলক ব্যক্তিগতভাৱে সম্বৰ্ধনা তথা অভিনন্দন জ্ঞাপন কৰে আৰু মত বিনিময় কৰে। অধিক পঢ়ক … 1-MIN READ Assam Dibrugarh,Assam Last Updated : November 3, 2024, 11:22 am IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami Reported By : BIPUL BARMAN সম্পৰ্কীয় বাতৰি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৱা ২৫ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ সফলতাৰে আয়োজিত সৰ্বভাৰতীয় ১৩ বছৰ অনূৰ্ধৰ য়’নেক্স ছানৰাইজ অল ইণ্ডিয়া চাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্টত অসমৰ শ্বাটলাৰ সকলে উজলি উঠিছে। শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ ডিব্ৰুগড়ৰ বাসগৃহত অসমৰ বিজয়ী খেলুৱৈ সকলৰ লগতে তেওঁলোকৰ অভিভাৱক আৰু প্ৰশিক্ষক সকলক ব্যক্তিগতভাৱে সম্বৰ্ধনা তথা অভিনন্দন জ্ঞাপন কৰে আৰু মত বিনিময় কৰে। বিজ্ঞাপন সৰ্বানন্দ সোণোৱালে কয়, “খেলুৱৈসকলে অনাগত দিনবোৰতো ন উদ্যমেৰে আৰু উন্নত প্ৰদৰ্শনেৰে জিলিকি উঠি ৰাজ্যখনৰ ক্ৰীড়া জগতৰ সুনাম বৃদ্ধি কৰিব বুলি আমি দৃঢ় বিশ্বাসী। অসমত বিগত এটা দশকত ক্ৰীড়াৰ এক নৱজাগৰণৰ সূচনা হৈছে। ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ পৰাই গঢ় লৈছে ন ন খেলুৱৈ প্ৰতিভা। আগন্তুক দিনবোৰত অসমে দেশৰ ক্ৰীড়া মানচিত্ৰত নতুন ৰূপত জিলিকি উঠিব লাগিব। ইয়াৰ বাবে সকলোৱে মিলি ক্ৰীড়া জগতক উজ্জীৱিত কৰি তুলিব লাগিব। এইক্ষেত্ৰত দ্বৈত ইঞ্জিন চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে।” Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Badminton , Dibrugarh , Union Minister Sarbananda Sonowal First Published : November 3, 2024, 11:22 am IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.