NEWS

Guwahati News : মহানগৰীৰ গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা, দ্ৰুতবেগী বলেৰ’ৱে মহতিয়াই নিলে বাইক আৰোহীক

মহানগৰীৰ গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী মহিন্দ্ৰা বলেৰ’ৰ প্ৰচণ্ড খুন্দা বাইকত। দুৰ্ঘটনাত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় তিনিজনকৈ বাইক আৰোহী। সংকটজনক অৱস্থাত তিনিওকে ভৰ্তি কৰোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই দুৰ্ঘটনাত পতিত লোককেইজনৰ পৰিচয়। দুৰ্ঘটনা সংঘটিত কৰা বলেৰ’খনৰ নম্বৰ AS 25 G 8420। দুৰ্ঘটনাৰ পিছতে বাহনখন এৰি পলায়ন কৰে চালকসহ আৰোহীয়ে। বাইকত খুন্দিয়াই উৰণীয়া সেঁতুৰ ডিভাইডাৰত উঠি যায় বলেৰ’ বাহনখন। এই দুৰ্ঘটনাত চূৰ্ণ-বিচূৰ্ণ হৈ পৰে AS 01FY 7113 নম্বৰৰ বাইকখন। আৰু পঢ়ক - মহানগৰীত এইবাৰ বাণ্টি ঔৰ বাবলী! কি কি কৌশলেৰে সহজ-সৰল লোকৰ পৰা লাখ-লাখ টকা লুটিছিল শাহু-বোৱাৰী-পুত্ৰই? লগতে পঢ়ক - গুৱাহাটীৰ মাজমজিয়াত দীপাংকৰে এৰি গ’ল স্ক’ৰপিঅ’! ক’ত লুকাল হাজাৰ কোটিটকীয়া কেলেংকাৰীৰ খলনায়ক? অসমৰ বাতৰি / খবৰ / অসম / Guwahati News : মহানগৰীৰ গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা, দ্ৰুতবেগী বলেৰ’ৱে মহতিয়াই নিলে বাইক আৰোহীক Guwahati News : মহানগৰীৰ গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা, দ্ৰুতবেগী বলেৰ’ৱে মহতিয়াই নিলে বাইক আৰোহীক দুৰ্ঘটনা সংঘটিত কৰা বলেৰ’খনৰ নম্বৰ AS 25 G 8420। দুৰ্ঘটনাৰ পিছতে বাহনখন এৰি পলায়ন কৰে চালকসহ আৰোহীয়ে। এই দুৰ্ঘটনাত চূৰ্ণ-বিচূৰ্ণ হৈ পৰে AS 01FY 7113 নম্বৰৰ বাইকখন। অধিক পঢ়ক … 1-MIN READ Assam Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : August 27, 2024, 10:04 am IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি মহানগৰীৰ গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী মহিন্দ্ৰা বলেৰ’ৰ প্ৰচণ্ড খুন্দা বাইকত। দুৰ্ঘটনাত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় তিনিজনকৈ বাইক আৰোহী। সংকটজনক অৱস্থাত তিনিওকে ভৰ্তি কৰোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই দুৰ্ঘটনাত পতিত লোককেইজনৰ পৰিচয়। দুৰ্ঘটনা সংঘটিত কৰা বলেৰ’খনৰ নম্বৰ AS 25 G 8420। দুৰ্ঘটনাৰ পিছতে বাহনখন এৰি পলায়ন কৰে চালকসহ আৰোহীয়ে। বাইকত খুন্দিয়াই উৰণীয়া সেঁতুৰ ডিভাইডাৰত উঠি যায় বলেৰ’ বাহনখন। এই দুৰ্ঘটনাত চূৰ্ণ-বিচূৰ্ণ হৈ পৰে AS 01FY 7113 নম্বৰৰ বাইকখন। বিজ্ঞাপন আৰু পঢ়ক - মহানগৰীত এইবাৰ বাণ্টি ঔৰ বাবলী! কি কি কৌশলেৰে সহজ-সৰল লোকৰ পৰা লাখ-লাখ টকা লুটিছিল শাহু-বোৱাৰী-পুত্ৰই? লগতে পঢ়ক - গুৱাহাটীৰ মাজমজিয়াত দীপাংকৰে এৰি গ’ল স্ক’ৰপিঅ’! ক’ত লুকাল হাজাৰ কোটিটকীয়া কেলেংকাৰীৰ খলনায়ক? Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News , Guwahati News First Published : August 27, 2024, 10:04 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.