U19ৰ ফাইনেলত বাংলাদেশৰ হাতত ৫৯ ৰাণত পৰাস্ত হৈছে ভাৰত। বাংলাদেশে ১৯৯ ৰাণৰ লক্ষ্য বান্ধি দিছিল ভাৰতক। ২০২৩ চনত বাংলাদেশে প্ৰথমবাৰৰ বাবে খিতাপ জয় কৰিছিল। ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাাবে চুবুৰীয়া দেশ বাংলাদেশে U19ৰ খিতাপ দখল কৰিলে। ডুবাই ইণ্টাৰনেচনেল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত ৫৯ ৰাণৰ ব্যৱধানত জয়ৰ খিতাপ দেশখনে দখল কৰে। প্রথমে টছত জয়ী হৈ ভাৰতক ১৯৯ ৰাণৰ লক্ষ্য বান্ধি দিয়ে। ৪৯ অভাৰ এটা বলৰ বিনিময়ত দলটোৱে এই লক্ষ্য ভাৰতক বান্ধি দিয়ে। বাংলাদেশৰ হৈ ৰিয়ান হুছেইনে ৬৫টা বলৰ বিনিময়ত ৪৭ ৰাণ সংগ্ৰহ কৰে। ৰিয়ান হুছেইনৰ ৪৮ ৰাণৰ ইনিংছত ৪টাকৈ চাৰি আছিল। সমান্তৰালভাৱে মহম্মদ জেমছ আৰু ফাৰিহ হাছানে ক্ৰমে ৪০ আৰু ৩৯ ৰাণ সংগ্ৰহ কৰে। ভাৰতে ইনিংছৰ আৰম্ভণিতেই দুয়োটা উইকেট কম সময়ৰ ব্যৱধানত হেৰুৱাই বিপদত পৰে। IPLৰ ক্ষেত্ৰত চৰ্চাত থকা বৈভৱ সূৰ্যবংশীয়েও বিশেষ চমকপদ ফলাফল দেখুৱাব নোৱাৰিলে। মিডল অৰ্ডাৰৰ অধিকাংশ খেলুৱৈসকলো প্ৰায়েই বিফল হ’ল বাংলাদেশৰ বলিং বিক্ৰমৰ ওচৰত। অৱশেষত ৩৫ অভাৰ ২টা বলত ১৩৯ ৰাণতে ভাৰতে সামৰিলে ইনিংছ। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / U19 Asia Cup Final: ভাৰতক পৰাস্ত কৰি ১৯ অনূৰ্ধ্ব এছিয়া কাপ জয় বাংলাদেশৰ U19 Asia Cup Final: ভাৰতক পৰাস্ত কৰি ১৯ অনূৰ্ধ্ব এছিয়া কাপ জয় বাংলাদেশৰ ফাইনেলত বাংলাদেশৰ হাতত ভাৰত ৫৯ ৰাণত পৰাস্ত। বাংলাদেশে ১৯৯ ৰাণৰ লক্ষ্য বান্ধি দিছিল । অধিক পঢ়ক … 1-MIN READ Assam Last Updated : December 8, 2024, 7:57 pm IST Whatsapp Facebook Telegram Twitter Published By : Dipankar Dutta Written By : PARTHA PRATIM HAZARIKA সম্পৰ্কীয় বাতৰি U19ৰ ফাইনেলত বাংলাদেশৰ হাতত ৫৯ ৰাণত পৰাস্ত হৈছে ভাৰত। বাংলাদেশে ১৯৯ ৰাণৰ লক্ষ্য বান্ধি দিছিল ভাৰতক। ২০২৩ চনত বাংলাদেশে প্ৰথমবাৰৰ বাবে খিতাপ জয় কৰিছিল। ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাাবে চুবুৰীয়া দেশ বাংলাদেশে U19ৰ খিতাপ দখল কৰিলে। ডুবাই ইণ্টাৰনেচনেল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত ৫৯ ৰাণৰ ব্যৱধানত জয়ৰ খিতাপ দেশখনে দখল কৰে। প্রথমে টছত জয়ী হৈ ভাৰতক ১৯৯ ৰাণৰ লক্ষ্য বান্ধি দিয়ে। ৪৯ অভাৰ এটা বলৰ বিনিময়ত দলটোৱে এই লক্ষ্য ভাৰতক বান্ধি দিয়ে। বাংলাদেশৰ হৈ ৰিয়ান হুছেইনে ৬৫টা বলৰ বিনিময়ত ৪৭ ৰাণ সংগ্ৰহ কৰে। ৰিয়ান হুছেইনৰ ৪৮ ৰাণৰ ইনিংছত ৪টাকৈ চাৰি আছিল। সমান্তৰালভাৱে মহম্মদ জেমছ আৰু ফাৰিহ হাছানে ক্ৰমে ৪০ আৰু ৩৯ ৰাণ সংগ্ৰহ কৰে। বিজ্ঞাপন ভাৰতে ইনিংছৰ আৰম্ভণিতেই দুয়োটা উইকেট কম সময়ৰ ব্যৱধানত হেৰুৱাই বিপদত পৰে। IPLৰ ক্ষেত্ৰত চৰ্চাত থকা বৈভৱ সূৰ্যবংশীয়েও বিশেষ চমকপদ ফলাফল দেখুৱাব নোৱাৰিলে। মিডল অৰ্ডাৰৰ অধিকাংশ খেলুৱৈসকলো প্ৰায়েই বিফল হ’ল বাংলাদেশৰ বলিং বিক্ৰমৰ ওচৰত। অৱশেষত ৩৫ অভাৰ ২টা বলত ১৩৯ ৰাণতে ভাৰতে সামৰিলে ইনিংছ। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: cricket , International News First Published : December 8, 2024, 7:57 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.