NEWS

Bigg Boss OTT 3ৰ ঘৰত ওলাল সাপ! সংকটত নেকি প্ৰতিযোগীৰ জীৱন? কিমান দূৰ সত্য?

শেহতীয়াকৈ ৰিয়েলিটি শ্ব’ ‘বিগ বছ অ’টিটি ৩’য়ে দখল কৰিছে বাতৰিৰ শিৰোনাম। এইবাৰ বলিউডৰ প্ৰবীণ অভিনেতা অনিল কাপুৰে আঁত ধৰিছে এই অনুষ্ঠানটোৰ। প্ৰতিজন প্ৰতিযোগীয়ে ‘বিগ বছ অ’টিটি ৩’ৰ বিজয়ী হ’বলৈ নিজৰ নিজৰ কৌশল প্ৰয়োগ কৰিছে। ইফালে, বিগ বছ হাউছৰ পৰা এটা ভিডিঅ’ ওলাইছে, যিটো চোৱাৰ পিছতে লাভ কাটাৰিয়াৰ অনুৰাগীয়ে তেওঁৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ‘বিগ বছ অ’টিটি ৩’ৰ এটা ভিডিঅ’, য’ত দেখা গৈছে এডাল সাপ। এই ভিডিঅ’টো বিগ বছ ঘৰৰ বাগিচা এলেকাৰ। ভিডিঅ’টোত দেখা গৈছে যে লাভ কাটাৰিয়াক হেণ্ডকাফ লগোৱা হৈছে আৰু তেওঁৰ পৰা কিছু দূৰৈত এডাল সাপ দেখা গৈছে। For over 12 hours, #LuvKataria has been handcuffed to the wall. He looks in severe pain, with no hand movement possible. Stay strong, brother! 💪 #BiggBossOTT3 pic.twitter.com/QsOeuR0bNk এই ভিডিঅ’টো চোৱাৰ পিছতে চিন্তিত হৈ পৰিছে লাভ কাটাৰিয়াৰ অনুৰাগীসকল। লগতে তেওঁৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়াতো বহু লোকে প্ৰতিযোগীসকলৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। এজন অনুৰাগীয়ে লিখিছে, ‘ষ্টে ষ্ট্ৰং লাভ কাটাৰিয়া।’ অৱশ্যে একাংশৰ মতে সাপ থকা এই ভিডিঅ’টো সম্পাদনা কৰা ভিডিঅ’হে এয়া প্ৰকৃত ভিডিঅ’ নহয়। অৱশ্যে এই ক্ষেত্ৰত এতিয়ালৈকে জিঅ’ চিনেমাৰ তৰফৰ পৰা কোনো ভাষ্য প্ৰদান কৰা হোৱা নাই। অসমৰ বাতৰি / খবৰ / মনোৰঞ্জন / Bigg Boss OTT 3ৰ ঘৰত ওলাল সাপ! সংকটত নেকি প্ৰতিযোগীৰ জীৱন? কিমান দূৰ সত্য এই ঘটনা? Bigg Boss OTT 3ৰ ঘৰত ওলাল সাপ! সংকটত নেকি প্ৰতিযোগীৰ জীৱন? কিমান দূৰ সত্য এই ঘটনা? বিগ বছ হাউছৰ পৰা এটা ভিডিঅ’ ওলাইছে, যিটো চোৱাৰ পিছতে লাভ কাটাৰিয়াৰ অনুৰাগীয়ে তেওঁৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ‘বিগ বছ অ’টিটি ৩’ৰ এটা ভিডিঅ’, য’ত দেখা গৈছে এডাল সাপ। অধিক পঢ়ক … 1-MIN READ Assam Mumbai,Maharashtra Last Updated : July 10, 2024, 10:01 pm IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami Written By : NILUTPAL BORAH সম্পৰ্কীয় বাতৰি শেহতীয়াকৈ ৰিয়েলিটি শ্ব’ ‘বিগ বছ অ’টিটি ৩’য়ে দখল কৰিছে বাতৰিৰ শিৰোনাম। এইবাৰ বলিউডৰ প্ৰবীণ অভিনেতা অনিল কাপুৰে আঁত ধৰিছে এই অনুষ্ঠানটোৰ। প্ৰতিজন প্ৰতিযোগীয়ে ‘বিগ বছ অ’টিটি ৩’ৰ বিজয়ী হ’বলৈ নিজৰ নিজৰ কৌশল প্ৰয়োগ কৰিছে। ইফালে, বিগ বছ হাউছৰ পৰা এটা ভিডিঅ’ ওলাইছে, যিটো চোৱাৰ পিছতে লাভ কাটাৰিয়াৰ অনুৰাগীয়ে তেওঁৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ‘বিগ বছ অ’টিটি ৩’ৰ এটা ভিডিঅ’, য’ত দেখা গৈছে এডাল সাপ। এই ভিডিঅ’টো বিগ বছ ঘৰৰ বাগিচা এলেকাৰ। ভিডিঅ’টোত দেখা গৈছে যে লাভ কাটাৰিয়াক হেণ্ডকাফ লগোৱা হৈছে আৰু তেওঁৰ পৰা কিছু দূৰৈত এডাল সাপ দেখা গৈছে। বিজ্ঞাপন For over 12 hours, #LuvKataria has been handcuffed to the wall. He looks in severe pain, with no hand movement possible. Stay strong, brother! 💪 #BiggBossOTT3 pic.twitter.com/QsOeuR0bNk — #BiggBoss_Tak👁 (@BiggBoss_Tak) July 9, 2024 বিজ্ঞাপন এই ভিডিঅ’টো চোৱাৰ পিছতে চিন্তিত হৈ পৰিছে লাভ কাটাৰিয়াৰ অনুৰাগীসকল। লগতে তেওঁৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়াতো বহু লোকে প্ৰতিযোগীসকলৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। এজন অনুৰাগীয়ে লিখিছে, ‘ষ্টে ষ্ট্ৰং লাভ কাটাৰিয়া।’ অৱশ্যে একাংশৰ মতে সাপ থকা এই ভিডিঅ’টো সম্পাদনা কৰা ভিডিঅ’হে এয়া প্ৰকৃত ভিডিঅ’ নহয়। অৱশ্যে এই ক্ষেত্ৰত এতিয়ালৈকে জিঅ’ চিনেমাৰ তৰফৰ পৰা কোনো ভাষ্য প্ৰদান কৰা হোৱা নাই। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Anil Kapoor , Bigg Boss , Entertainment News First Published : July 10, 2024, 10:01 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.