কানাডিয়ান ৰাজনীতিত বৃহৎ পট পৰিৱৰ্তন হৈছে। কানাডাৰ উপ-প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে ক্ৰীষ্টিয়া ফ্ৰীলেণ্ডে। প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ সৈতে হোৱা মতানৈক্যৰ ফলশ্ৰুতিত এই পদত্যাগৰ সিদ্ধান্ত। নাটকীয়ভাৱে কানাডাৰ বিত্তমন্ত্ৰী পদৰ পৰাও পদত্যাগ কৰিছে ফ্ৰীলেণ্ডে। আমেৰিকাৰ নৱ নিৰ্বাচিত ট্ৰাম্পৰ নীতিত সহমত প্ৰকাশ কৰিছিল জাষ্টিন ট্ৰুডো-এ। কানাডাৰ আমদানিৰ ওপৰত ট্ৰাম্পে ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ পৰিকল্পনা নিৰ্বিবাদে মানি লৈছিল কানাডাৰ প্ৰধানমন্ত্ৰীয়ে। যাৰ ফলশ্ৰুতিতে বাদ-বিবাদত লিপ্ত হৈছিল ট্ৰুডো আৰু ফ্ৰীলেণ্ড। লক্ষণীয়ভাৱে এয়া ট্ৰুডোৰ বিৰুদ্ধে প্ৰথম মুকলি বিবাদ। এয়া জাষ্টিন ট্ৰুডোৰ ৰাজনৈতিক কেৰিয়াৰৰ প্ৰতিও এক ভাবুকি হিচাপে পৰিগণিত হৈছে। ইতিমধ্যে লিবাৰেল পাৰ্টিৰ নেতা ট্ৰুডো নিৰ্বাচনত ২০ পইণ্টছত পিছ পৰি আছে। এইবাৰৰ মূল প্ৰতিদ্বন্দ্বী পিয়েৰ পইলিভ্ৰে। তিনিবাৰৰ চৰকাৰক ওফৰাই নিৰ্বাচন পাতিবলৈ বাধ্য কৰাইছে পইলিভ্ৰে। গতিকে এই সময়ত ট্ৰুডো চৰকাৰৰ অন্যতম নেতাৰ পদত্যাগ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। তাৎপৰ্যপূৰ্ণভাৱে ফ্ৰীলেণ্ডে পদত্যাগ পত্ৰত উল্লেখ কৰিছে কানাডা এক ভীষণ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কানাডাৰ সৰ্বাংগীন উন্নতিৰ বাবে এই পদক্ষেপ অতি জৰুৰী। কানাডাক আগুৱাই নিয়াৰ এয়েই সৰ্বোত্তম পথ বুলি উল্লেখ কৰিছে ফ্ৰীলেণ্ডে। অসমৰ বাতৰি / খবৰ / বিশ্ব / Canada Deputy PM Chrystia Freeland Resigns: কানাডিয়ান ৰাজনীতিত বৃহৎ পট পৰিৱৰ্তন! উপ-প্ৰধানমন্ত্ৰী পদৰ পৰা ক্ৰিষ্টিয়া ফ্ৰীলেণ্ডৰ পদত্যাগ Canada Deputy PM Chrystia Freeland Resigns: কানাডিয়ান ৰাজনীতিত বৃহৎ পট পৰিৱৰ্তন! উপ-প্ৰধানমন্ত্ৰী পদৰ পৰা ক্ৰিষ্টিয়া ফ্ৰীলেণ্ডৰ পদত্যাগ কানাডাৰ উপ-প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে ক্ৰীষ্টিয়া ফ্ৰীলেণ্ডে। প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ সৈতে হোৱা মতানৈক্যৰ ফলশ্ৰুতিত এই পদত্যাগৰ সিদ্ধান্ত। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : December 17, 2024, 9:58 am IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami সম্পৰ্কীয় বাতৰি কানাডিয়ান ৰাজনীতিত বৃহৎ পট পৰিৱৰ্তন হৈছে। কানাডাৰ উপ-প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে ক্ৰীষ্টিয়া ফ্ৰীলেণ্ডে। প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ সৈতে হোৱা মতানৈক্যৰ ফলশ্ৰুতিত এই পদত্যাগৰ সিদ্ধান্ত। নাটকীয়ভাৱে কানাডাৰ বিত্তমন্ত্ৰী পদৰ পৰাও পদত্যাগ কৰিছে ফ্ৰীলেণ্ডে। আমেৰিকাৰ নৱ নিৰ্বাচিত ট্ৰাম্পৰ নীতিত সহমত প্ৰকাশ কৰিছিল জাষ্টিন ট্ৰুডো-এ। কানাডাৰ আমদানিৰ ওপৰত ট্ৰাম্পে ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ পৰিকল্পনা নিৰ্বিবাদে মানি লৈছিল কানাডাৰ প্ৰধানমন্ত্ৰীয়ে। যাৰ ফলশ্ৰুতিতে বাদ-বিবাদত লিপ্ত হৈছিল ট্ৰুডো আৰু ফ্ৰীলেণ্ড। লক্ষণীয়ভাৱে এয়া ট্ৰুডোৰ বিৰুদ্ধে প্ৰথম মুকলি বিবাদ। এয়া জাষ্টিন ট্ৰুডোৰ ৰাজনৈতিক কেৰিয়াৰৰ প্ৰতিও এক ভাবুকি হিচাপে পৰিগণিত হৈছে। ইতিমধ্যে লিবাৰেল পাৰ্টিৰ নেতা ট্ৰুডো নিৰ্বাচনত ২০ পইণ্টছত পিছ পৰি আছে। এইবাৰৰ মূল প্ৰতিদ্বন্দ্বী পিয়েৰ পইলিভ্ৰে। তিনিবাৰৰ চৰকাৰক ওফৰাই নিৰ্বাচন পাতিবলৈ বাধ্য কৰাইছে পইলিভ্ৰে। গতিকে এই সময়ত ট্ৰুডো চৰকাৰৰ অন্যতম নেতাৰ পদত্যাগ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। তাৎপৰ্যপূৰ্ণভাৱে ফ্ৰীলেণ্ডে পদত্যাগ পত্ৰত উল্লেখ কৰিছে কানাডা এক ভীষণ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কানাডাৰ সৰ্বাংগীন উন্নতিৰ বাবে এই পদক্ষেপ অতি জৰুৰী। কানাডাক আগুৱাই নিয়াৰ এয়েই সৰ্বোত্তম পথ বুলি উল্লেখ কৰিছে ফ্ৰীলেণ্ডে। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: canada , World News First Published : December 17, 2024, 9:57 am IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.