NEWS

Popular Actor Death : সকলো শেষ...! অজান দেশলৈ জনপ্ৰিয় অভিনেতা বিজয় কদম! সাংস্কৃতিক জগতত শোকৰ ছাঁ!

আৰু এক দুখৰ খবৰ! দেশৰ বিনোদন জগতলৈ আৰু এক শোকৰ খবৰ। অজান দেশলৈ জনপ্ৰিয় অভিনেতা মাৰাঠী সাংস্কৃতিক উদ্যোগৰ জনপ্ৰিয় অভিনেতা বিজয় কদম। শনিবাৰে মায়ানগৰী মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতা জনপ্ৰিয় অভিনেতা বিজয় কদমে। ৬৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতা বিজয় কদমে। আৰু পঢ়ক: অসাৰ প্ৰতিপন্ন হ’ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি! ২ বছৰে গুৱাহাটী পৌৰ নিগমৰ পাৰিষদে লাভ নকৰিলে মুখ্যমন্ত্ৰীৰ ১০ কোটি টকাকৈ ধন এগৰাকী শিশু অভিনেতা হিচাপে বিজয় কদমে থিয়েটাৰত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। আশীৰ দশকত কমেডী চৰিত্ৰত খ্যাতি অৰ্জন কৰিছিল জনপ্ৰিয় অভিনেতা বিজয় কদমে। টেলিভিছনৰ ধাৰাবাহিক আৰু চিনেমাতো নিজৰ অভিনয়ৰ জৰিয়তে নিজৰ খ্যাতি অৰ্জন কৰিছিল অভিনেতা বিজয় কদমে। অভিনেতাগৰাকীৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে তেওঁৰ অভিনেতা বন্ধু জয়ন্ত ৱাডকাৰে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত ভুগি আছিল জনপ্ৰিয় অভিনেতাগৰাকী। প্ৰথমতে সুস্থ যদিও পৰৱৰ্তী সময়ত তেওঁৰ স্বাস্থ্যৰ অৱস্থা পুনৰ অৱনতি ঘটে। প্ৰায় ২৫ দিন পূৰ্বে অভিনেতাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটে। আৰু পঢ়ক কনিষ্ঠ পুত্ৰ-বোৱাৰী-স্বামীৰ অত্যাচাৰত অসহায় এগৰাকী ৬৫ বছৰীয়া বৃদ্ধা! দুদিন ধৰি নিষ্ঠুৰ কনিষ্ঠ পুত্ৰই আবদ্ধ কৰি ৰাখিলে বন্ধ কোঠাত! আৰক্ষীয়েও সহায় নকৰাৰ অভিযোগ তেওঁৰ বন্ধুৱে কয় যে ‘‘তেওঁ বৰ প্ৰতিভাশালী অভিনেতা আছিল। মাৰাঠী চিনেমাৰ পৰা হিন্দী ছবিলৈকে তেওঁৰ কেৰিয়াৰত বিভিন্ন ধৰণৰ প্ৰকল্পৰ সন্ধান কৰিছে। তেওঁৰ দৰে অভিনেতা পুনৰ বিচাৰি পোৱাটো অসম্ভৱ। তেওঁৰ মৃত্যুৱে শূন্যতা এৰি থৈ গৈছে।’’ আৰু পঢ়ক: বৰষুণ দিলে গোটেই নিশা থাকে উজাগৰে, নজ্বলে পাকঘৰৰ চৌকা! ভঙা জুপুৰিত জীৱন নিৰ্বাহ এটি ৩জনীয়া পৰিয়ালৰ তেওঁৰ কেৰিয়াৰৰ কিছুমান উল্লেখযোগ্য ভূমিকা হ’ল ‘ৰথচক্ৰ’, ‘বিচ্ছা মাঝি পুৰী কাৰা’, ‘তুৰ তুৰ’, ‘সাহি ৰে সাহি’। ইৰছাল কাৰ্তি, বাসুদেৱ বলৱন্ত ফাডকে আৰু হালাদ ৰুছলী কুংকু হাছলাৰ সৈতে মাৰাঠী ছবিতো অভিনয় কৰিছিল ব বিজয় কদমে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.