NEWS

Assam Weather Forecast: সাৱধান! ৰাজ্যৰ কেইবাখনো জিলালৈ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী! আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত এইকেইখন জিলাত হ'ব বতাহ-বৰষুণ!

সাৱধান! ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে আগন্তুক ২৪ ঘণ্টাত ডিব্ৰুগড়ত হ'ব বৰষুণ। ৰাজ্যত এতিয়া বাৰিষাৰ বতৰ শেষ হোৱাৰ সময়তে অসমত দিনটোত সময়ে সময়ে পৰিবৰ্তন হৈছে বতৰ। কেতিয়াবা যদি বৰষুণ দিছে ,কেতিয়াবা আকৌ ৰ’দ।জনসাধাৰণে অসমত এতিয়া বতৰটোক লৈ একোৱে ভৰসা কৰিবলৈয়ে নোৱাৰে। অফিচ কাছাৰীলৈ যোৱা ব্যক্তি, বিদ্যালয় -মহাবিদ্যালয়লৈ যোৱা ছাত্ৰ -ছাত্ৰী সকল ঘৰৰ পৰা ওলাই গ’লেই প্ৰায়েই বিবুধিত পৰিব লগীয়া হয়। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন স্থানত বৰষুণে ব্যাঘাত জন্মাইছে পথচাৰী সকলক । আজি অসম ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিভাগৰ তৰফৰ পৰা আগতীয়াকৈ বতৰৰ বতৰা ৰাজ্যবাসীলৈ আগবঢ়াইছে। অসম ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ গুৱাহাটীৰ কাৰ্যালয়ে ৰাজ্যবাসীলৈ দুপৰীয়া ভাগত আগন্তুক বতৰ সন্দৰ্ভত সকলোকে দিছে সতৰ্কবাণী।আগন্তুক ২৪ঘণ্টাত ৰাজ্যৰ বিভিন্ন জিলাৰ ঠাই সমূহত হ’ব পাৰে বিজুলি ঢেৰেকণিৰে বৰষুণ।আই এম ডি গুৱাহাটীয়ে সদৰি কৰা তথ্য অনুসৰি বৰ্তমানৰ পৰা অহা ২৪ ঘণ্টাৰ ভিতৰত বজ্ৰপাত,বিজুলি ঢেৰেকনি হোৱাৰ উপৰিও মধ্যমীয়া হাৰত বৰষুণ দিয়াৰ সম্ভাৱনা আছে।আগন্তুক তিনি ঘণ্টাৰ ভিতৰত বিজুলী ঢেৰকনি হ’ব লগীয়া ৰাজ্যৰ ঠাই সমূহ হৈছ ধেমাজি, লখিমুৰ,শিৱসাগৰ ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ কিছু কিছু ঠাইত। জনসাধাৰণৰ সুৰক্ষা আৰু সজাগতাৰ স্বাৰ্থত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰিছে এই তথ্য। শেহতীয়াকৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অসমৰ জনসাধাৰণৰ মোবাইল নম্বৰ সমূহত তিনিটাতকৈ অধিক টেক্সত মেছেজ আকাৰত বিজুলী ,ঢেৰেকনি,বৰষুণ হোৱাৰ খবৰ প্ৰেৰণ কৰিছে। অসমৰ বাতৰি / খবৰ / জীৱন শৈলী / Assam Weather Forecast: সাৱধান! ৰাজ্যৰ কেইবাখনো জিলালৈ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী! আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত এইকেইখন জিলাত হ'ব বতাহ-বৰষুণ! Assam Weather Forecast: সাৱধান! ৰাজ্যৰ কেইবাখনো জিলালৈ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী! আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত এইকেইখন জিলাত হ'ব বতাহ-বৰষুণ! সাৱধান! ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে আগন্তুক ২৪ ঘণ্টাত ডিব্ৰুগড়ত হ'ব বৰষুণ। সাৱধান! ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে আগন্তুক ২৪ ঘণ্টাত ডিব্ৰুগড়ত হ’ব বৰষুণ।ইয়েল্ল’ এলাৰ্ট জাৰি।আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যৰ ক’ত ক’ত হ’ব বতাহ বৰষুণ?চাও আহক অধিক পঢ়ক … 1-MIN READ local18 Dibrugarh,Assam Last Updated : August 24, 2024, 7:38 pm IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami Reported By : Roktim Das সম্পৰ্কীয় বাতৰি ৰাজ্যত এতিয়া বাৰিষাৰ বতৰ শেষ হোৱাৰ সময়তে অসমত দিনটোত সময়ে সময়ে পৰিবৰ্তন হৈছে বতৰ। কেতিয়াবা যদি বৰষুণ দিছে ,কেতিয়াবা আকৌ ৰ’দ।জনসাধাৰণে অসমত এতিয়া বতৰটোক লৈ একোৱে ভৰসা কৰিবলৈয়ে নোৱাৰে। অফিচ কাছাৰীলৈ যোৱা ব্যক্তি, বিদ্যালয় -মহাবিদ্যালয়লৈ যোৱা ছাত্ৰ -ছাত্ৰী সকল ঘৰৰ পৰা ওলাই গ’লেই প্ৰায়েই বিবুধিত পৰিব লগীয়া হয়। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন স্থানত বৰষুণে ব্যাঘাত জন্মাইছে পথচাৰী সকলক । আজি অসম ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিভাগৰ তৰফৰ পৰা আগতীয়াকৈ বতৰৰ বতৰা ৰাজ্যবাসীলৈ আগবঢ়াইছে। বিজ্ঞাপন অসম ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ গুৱাহাটীৰ কাৰ্যালয়ে ৰাজ্যবাসীলৈ দুপৰীয়া ভাগত আগন্তুক বতৰ সন্দৰ্ভত সকলোকে দিছে সতৰ্কবাণী।আগন্তুক ২৪ঘণ্টাত ৰাজ্যৰ বিভিন্ন জিলাৰ ঠাই সমূহত হ’ব পাৰে বিজুলি ঢেৰেকণিৰে বৰষুণ।আই এম ডি গুৱাহাটীয়ে সদৰি কৰা তথ্য অনুসৰি বৰ্তমানৰ পৰা অহা ২৪ ঘণ্টাৰ ভিতৰত বজ্ৰপাত,বিজুলি ঢেৰেকনি হোৱাৰ উপৰিও মধ্যমীয়া হাৰত বৰষুণ দিয়াৰ সম্ভাৱনা আছে।আগন্তুক তিনি ঘণ্টাৰ ভিতৰত বিজুলী ঢেৰকনি হ’ব লগীয়া ৰাজ্যৰ ঠাই সমূহ হৈছ ধেমাজি, লখিমুৰ,শিৱসাগৰ ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ কিছু কিছু ঠাইত। জনসাধাৰণৰ সুৰক্ষা আৰু সজাগতাৰ স্বাৰ্থত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰিছে এই তথ্য। বিজ্ঞাপন শেহতীয়াকৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অসমৰ জনসাধাৰণৰ মোবাইল নম্বৰ সমূহত তিনিটাতকৈ অধিক টেক্সত মেছেজ আকাৰত বিজুলী ,ঢেৰেকনি,বৰষুণ হোৱাৰ খবৰ প্ৰেৰণ কৰিছে। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam Weather , local18 First Published : August 24, 2024, 7:38 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.