NEWS

চাকৰি হেৰুওৱা ৭০০ SPOৰ পৰিয়াললৈ সকাহ

ৰাজ্যৰ হোম গাৰ্ড আৰু স্পেচিয়েল পুলিচ অফিচাৰক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। তেওঁলোকক পুনৰ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰক বিষয়টো বিবেচনা কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ। অ সম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ কনিষ্টবল পদত নিযুক্তিৰ ক্ষেত্ৰত এই নিৰ্দেশ প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে। প্ৰায় ৭০০ SPOৰ পৰিয়াললৈ সকাহ প্ৰদান কৰি ন্যায়ালয়ে এই নিৰ্দেশনা প্ৰদান কৰিছে। SPO হিচাপে দীৰ্ঘদিন কাম কৰাৰ পিছত হঠাৎ চাকৰি নোহোৱা হৈছিল তেওঁলোকৰ। বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ পিছতো গুৰুত্ব দিয়া নাছিল চৰকাৰে। অৱশেষত উচ্চ ন্যায়ালয়ৰ ৰায়ে সকাহ দিলে আধাতে চাকৰি হেৰুওৱা PSO সকলক। আৰু পঢ়ক : মাজুলীত মানস ৰবীনৰ সংগীতানুষ্ঠানত উত্তপ্ত পৰিস্থিতি, কমিটীয়ে চুক্তিমতে দিব নোৱাৰিলে ধন, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ পেঞ্চনৰ চেক গ্ৰহণ নকৰিলে কণ্ঠশিল্পীগৰাকীয়ে অসমৰ বাতৰি / খবৰ / অসম / হোম গাৰ্ড আৰু SPOক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, চাকৰি হেৰুওৱা ৭০০ SPOৰ পৰিয়াললৈ সকাহ হোম গাৰ্ড আৰু SPOক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, চাকৰি হেৰুওৱা ৭০০ SPOৰ পৰিয়াললৈ সকাহ প্ৰায় ৭০০ SPOৰ পৰিয়াললৈ সকাহ প্ৰদান কৰি ন্যায়ালয়ে এই নিৰ্দেশনা প্ৰদান কৰিছে। SPO হিচাপে দীৰ্ঘদিন কাম কৰাৰ পিছত হঠাৎ চাকৰি নোহোৱা হৈছিল তেওঁলোকৰ। অধিক পঢ়ক … 1-MIN READ Assam Assam Last Updated : May 15, 2024, 1:53 pm IST Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি ৰাজ্যৰ হোম গাৰ্ড আৰু স্পেচিয়েল পুলিচ অফিচাৰক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। তেওঁলোকক পুনৰ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰক বিষয়টো বিবেচনা কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ। অ সম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ কনিষ্টবল পদত নিযুক্তিৰ ক্ষেত্ৰত এই নিৰ্দেশ প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে। প্ৰায় ৭০০ SPOৰ পৰিয়াললৈ সকাহ প্ৰদান কৰি ন্যায়ালয়ে এই নিৰ্দেশনা প্ৰদান কৰিছে। SPO হিচাপে দীৰ্ঘদিন কাম কৰাৰ পিছত হঠাৎ চাকৰি নোহোৱা হৈছিল তেওঁলোকৰ। বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ পিছতো গুৰুত্ব দিয়া নাছিল চৰকাৰে। অৱশেষত উচ্চ ন্যায়ালয়ৰ ৰায়ে সকাহ দিলে আধাতে চাকৰি হেৰুওৱা PSO সকলক। বিজ্ঞাপন আৰু পঢ়ক : মাজুলীত মানস ৰবীনৰ সংগীতানুষ্ঠানত উত্তপ্ত পৰিস্থিতি, কমিটীয়ে চুক্তিমতে দিব নোৱাৰিলে ধন, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ পেঞ্চনৰ চেক গ্ৰহণ নকৰিলে কণ্ঠশিল্পীগৰাকীয়ে অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News First Published : May 15, 2024, 1:53 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.