NEWS

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ 'মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন-৩' আৰু 'মুখ্যমন্ত্ৰীৰ ডায়েৰী-৩' প্ৰকাশ, লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ দুয়োখন গ্ৰন্থ উন্মোচন ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ

আজি লোকসেৱা ভৱনত গ্ৰন্থ উন্মোচনী বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৭০টা বক্তৃতা একত্ৰিত কৰি প্ৰকাশ কৰা ‘মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন-৩’ৰ লগতে ‘মুখ্যমন্ত্ৰীৰ ডায়েৰী-৩’ৰ শুভ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ ৰাজ্যপাল শ্ৰীলক্ষণ প্ৰসাদ আচাৰ্যৰ। দুয়োখন গ্ৰন্থ উন্মোচন কৰে ৰাজ্যপাল শ্ৰীলক্ষণ প্ৰসাদ আচাৰ্যই। উন্মোচনী এই সভাৰ আদৰণি ভাষণ প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। উন্মোচনী এই সভাৰ আৰম্ভণিতে গুৰুজনাৰ অপূৰ্ব সৃষ্টি এটি বৰগীত পৰিৱেশন কৰে কণ্ঠশিল্পী মিতালী ভট্টাচাৰ্য্য দে’য়ে। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। একেখন মঞ্চতে উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ধ্ৰুৱজ্যোতি বৰা, বিশিষ্ট সাহিত্যিক-লেখিকা তথা জ্যেষ্ঠ সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, মুখ্য সচিব ৰবি কোটা। লগতে, এই উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিক আৰু বহু কেইগৰাকী সাহিত্যিক-বুদ্ধিজীৱি। অসমৰ বাতৰি / খবৰ / অসম / মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ 'মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন-৩' আৰু 'মুখ্যমন্ত্ৰীৰ ডায়েৰী-৩' প্ৰকাশ, লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ দুয়োখন গ্ৰন্থ উন্মোচন ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ 'মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন-৩' আৰু 'মুখ্যমন্ত্ৰীৰ ডায়েৰী-৩' প্ৰকাশ, লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ দুয়োখন গ্ৰন্থ উন্মোচন ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৭০টা বক্তৃতা একত্ৰিত কৰি প্ৰকাশ কৰা ‘মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন-৩’ৰ লগতে ‘মুখ্যমন্ত্ৰীৰ ডায়েৰী-৩’ৰ শুভ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়। অধিক পঢ়ক … 1-MIN READ Assam Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : December 19, 2024, 10:50 pm IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami Reported By : Ashim Dutta সম্পৰ্কীয় বাতৰি আজি লোকসেৱা ভৱনত গ্ৰন্থ উন্মোচনী বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৭০টা বক্তৃতা একত্ৰিত কৰি প্ৰকাশ কৰা ‘মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন-৩’ৰ লগতে ‘মুখ্যমন্ত্ৰীৰ ডায়েৰী-৩’ৰ শুভ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ ৰাজ্যপাল শ্ৰীলক্ষণ প্ৰসাদ আচাৰ্যৰ। দুয়োখন গ্ৰন্থ উন্মোচন কৰে ৰাজ্যপাল শ্ৰীলক্ষণ প্ৰসাদ আচাৰ্যই। উন্মোচনী এই সভাৰ আদৰণি ভাষণ প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। উন্মোচনী এই সভাৰ আৰম্ভণিতে গুৰুজনাৰ অপূৰ্ব সৃষ্টি এটি বৰগীত পৰিৱেশন কৰে কণ্ঠশিল্পী মিতালী ভট্টাচাৰ্য্য দে’য়ে। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। একেখন মঞ্চতে উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ধ্ৰুৱজ্যোতি বৰা, বিশিষ্ট সাহিত্যিক-লেখিকা তথা জ্যেষ্ঠ সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, মুখ্য সচিব ৰবি কোটা। লগতে, এই উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিক আৰু বহু কেইগৰাকী সাহিত্যিক-বুদ্ধিজীৱি। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News , Assamese Books , CM Himanta Biswa Sarma First Published : December 19, 2024, 10:47 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.