Arnav Sen to Participate in Red Fort Parade on Republic Day. ২০২৫ চনৰ ২৬ জানুৱাৰীত দিল্লীত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ ল’ব অসমৰ অৰ্ণৱ সেনে। গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণৰ বাবে NCCৰ পৰা নিৰ্বাচিত হৈছে অৰ্ণৱ। অৰ্ণৱৰ ঘৰ কাছাৰ জিলাৰ লক্ষীপুৰ চহৰৰ ফুলেৰতল বজাৰত। অৰ্ণৱ পইলাপুল নেহৰু কলেজৰ এইচ এছ চূড়ান্ত বৰ্ষৰ ছাত্ৰ। অৰ্ণৱ সেনৰ পিতৃ কংগ্ৰেছ নেতা বাপ্পা সেন। গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰাৰ পিছতে কাছাৰ জিলাৰ লক্ষীপুৰবাসীয়েঅত্যন্ত গৌৰৱ অনুভৱ কৰিছে। অৰ্ণৱৰ পিতৃ বাপ্পা সেনে জনাইছে, অৰ্ণৱ বৰ্তমান যোৰহাট NCCৰ প্ৰশিক্ষণ শিবিৰত আছে। ৪ ডিচেম্বৰত কাছাৰ জিলাৰ অৰ্ণৱকে ধৰি পাঁচজন এন চি চি কেডাৰে যোৰহাট শিবিৰত যোগদান কৰে। পইলাপুল নেহৰু কলেজৰ এন চি চি বিভাগৰ পৰা শিবিৰত যোগদান কৰে অৰ্ণৱে। ১৪ ডিচেম্বৰত অৰ্ণৱক কাছাৰৰ পৰাদুজনৰ সৈতে দিল্লীৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত কৰা হয় বুলিও তেওঁ কয়। অৰ্ণৱৰ এই সফলতা তেওঁৰ কঠোৰ পৰিশ্ৰমৰ ফল বুলি জনাইছে পিতৃ বাপ্পাই। তেওঁ পুত্ৰৰ এনে সফলতাৰ বাবে নেহৰু মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু এন চি চি বিভাগক ধন্যবাদ জ্ঞাপন কৰিছে। অসমৰ বাতৰি / খবৰ / অসম / Republic Day 2025: দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশ ল'ব অসমৰ অৰ্ণৱে, আনন্দিত পৰিয়ালবৰ্গ Republic Day 2025: দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশ ল'ব অসমৰ অৰ্ণৱে, আনন্দিত পৰিয়ালবৰ্গ Arnav Sen to Participate in Red Fort Parade on Republic Day. ২০২৫ চনৰ ২৬ জানুৱাৰীত দিল্লীৰ লালকিল্লাৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ ল’ব অসমৰ অৰ্ণৱ সেনে। অধিক পঢ়ক … 1-MIN READ local18 Cachar,Assam Last Updated : December 20, 2024, 7:43 pm IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami Reported By : Akhi Rani Das সম্পৰ্কীয় বাতৰি ২০২৫ চনৰ ২৬ জানুৱাৰীত দিল্লীত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ ল’ব অসমৰ অৰ্ণৱ সেনে। গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণৰ বাবে NCCৰ পৰা নিৰ্বাচিত হৈছে অৰ্ণৱ। অৰ্ণৱৰ ঘৰ কাছাৰ জিলাৰ লক্ষীপুৰ চহৰৰ ফুলেৰতল বজাৰত। অৰ্ণৱ পইলাপুল নেহৰু কলেজৰ এইচ এছ চূড়ান্ত বৰ্ষৰ ছাত্ৰ। অৰ্ণৱ সেনৰ পিতৃ কংগ্ৰেছ নেতা বাপ্পা সেন। গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰাৰ পিছতে কাছাৰ জিলাৰ লক্ষীপুৰবাসীয়েঅত্যন্ত গৌৰৱ অনুভৱ কৰিছে। বিজ্ঞাপন অৰ্ণৱৰ পিতৃ বাপ্পা সেনে জনাইছে, অৰ্ণৱ বৰ্তমান যোৰহাট NCCৰ প্ৰশিক্ষণ শিবিৰত আছে। ৪ ডিচেম্বৰত কাছাৰ জিলাৰ অৰ্ণৱকে ধৰি পাঁচজন এন চি চি কেডাৰে যোৰহাট শিবিৰত যোগদান কৰে। পইলাপুল নেহৰু কলেজৰ এন চি চি বিভাগৰ পৰা শিবিৰত যোগদান কৰে অৰ্ণৱে। ১৪ ডিচেম্বৰত অৰ্ণৱক কাছাৰৰ পৰাদুজনৰ সৈতে দিল্লীৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত কৰা হয় বুলিও তেওঁ কয়। অৰ্ণৱৰ এই সফলতা তেওঁৰ কঠোৰ পৰিশ্ৰমৰ ফল বুলি জনাইছে পিতৃ বাপ্পাই। তেওঁ পুত্ৰৰ এনে সফলতাৰ বাবে নেহৰু মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু এন চি চি বিভাগক ধন্যবাদ জ্ঞাপন কৰিছে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Cachar , local18 First Published : December 20, 2024, 7:43 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.