NEWS

Mohan Bhagwat: "ৰাম মন্দিৰ নিৰ্মাণ কৰি হিন্দু নেতা হ’ব নোৱাৰে, হিন্দুত্ববাদী নেতাই ৰাম মন্দিৰৰ প্ৰসংগ টানি অনাটো উচিত নহয়", বিশ্বগুৰু ভাৰতত RSSৰ মুৰব্বী মোহন ভাগৱতৰ উদাত্ত ভাষণ

“যিকোনো প্ৰসংগত হিন্দুত্ববাদী নেতাই ৰাম মন্দিৰৰ প্ৰসংগ টানি অনাটো উচিত নহয়। যিহেতু ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ।” বৃহস্পতিবাৰে পুনেত অনুষ্ঠিত বিশ্বগুৰু ভাৰতৰ ভাষণত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতৰ এই মন্তব্য। “ৰাম মন্দিৰ ভাৰতীয়ৰ বাবে বিশ্বাসৰ বিষয়। অতীজৰে পৰা ভাৰতবৰ্ষত বিভিন্ন ধৰ্ম, জাতিৰ লোকে শান্তি সম্প্ৰীতিৰে বসবাস কৰি আহিছে। সকলোৱে বিভাজন, সংখ্যালঘু-সংখ্যাগৰিষ্ঠ, বৈষম্যৰ ভাষা পাহৰি অধিপত্যৰ বাবে যুঁজ দিয়াটোহে উচিত”, বুলিও ক’লে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বীগৰাকীয়ে। লগতে “জাতি আৰু ধৰ্মৰ পাৰ্থক্য পাহৰি সন্তসকলে দেখুওৱা সমতাৰ পথত খোজ দিয়াজনেই বিশ্বগুৰু” বুলি ভাষণত উদ্দেশ্যি এইদৰে ক’লে RSSৰ মুৰব্বী মোহন ভাগৱতে। শেহতীয়াকৈ সমগ্ৰ ভাৰতত বিভিন্ন প্ৰান্তত মন্দিৰ, উত্তৰ প্ৰদেশৰ শ্বাহী জামা মছজিদ, ৰাজস্থানৰ আজমেৰ শ্বৰীফ আদি কেইবাটাও বিষয়ক সৃষ্টি হৈছে বিবাদ। অসমৰ বাতৰি / খবৰ / দেশ / Mohan Bhagwat: "ৰাম মন্দিৰ নিৰ্মাণ কৰি হিন্দু নেতা হ’ব নোৱাৰে, হিন্দুত্ববাদী নেতাই ৰাম মন্দিৰৰ প্ৰসংগ টানি অনাটো উচিত নহয়", বিশ্বগুৰু ভাৰতত RSSৰ মুৰব্বী মোহন ভাগৱতৰ উদাত্ত ভাষণ Mohan Bhagwat: "ৰাম মন্দিৰ নিৰ্মাণ কৰি হিন্দু নেতা হ’ব নোৱাৰে, হিন্দুত্ববাদী নেতাই ৰাম মন্দিৰৰ প্ৰসংগ টানি অনাটো উচিত নহয়", বিশ্বগুৰু ভাৰতত RSSৰ মুৰব্বী মোহন ভাগৱতৰ উদাত্ত ভাষণ “জাতি আৰু ধৰ্মৰ পাৰ্থক্য পাহৰি সন্তসকলে দেখুওৱা সমতাৰ পথত খোজ দিয়াজনেই বিশ্বগুৰু” বুলি ভাষণত উদ্দেশ্যি এইদৰে ক’লে RSSৰ মুৰব্বী মোহন ভাগৱতে। অধিক পঢ়ক … 1-MIN READ Assam New Delhi,Delhi Last Updated : December 20, 2024, 12:33 pm IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami Written By : Devika Gogoi সম্পৰ্কীয় বাতৰি “যিকোনো প্ৰসংগত হিন্দুত্ববাদী নেতাই ৰাম মন্দিৰৰ প্ৰসংগ টানি অনাটো উচিত নহয়। যিহেতু ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ।” বৃহস্পতিবাৰে পুনেত অনুষ্ঠিত বিশ্বগুৰু ভাৰতৰ ভাষণত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতৰ এই মন্তব্য। “ৰাম মন্দিৰ ভাৰতীয়ৰ বাবে বিশ্বাসৰ বিষয়। অতীজৰে পৰা ভাৰতবৰ্ষত বিভিন্ন ধৰ্ম, জাতিৰ লোকে শান্তি সম্প্ৰীতিৰে বসবাস কৰি আহিছে। সকলোৱে বিভাজন, সংখ্যালঘু-সংখ্যাগৰিষ্ঠ, বৈষম্যৰ ভাষা পাহৰি অধিপত্যৰ বাবে যুঁজ দিয়াটোহে উচিত”, বুলিও ক’লে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বীগৰাকীয়ে। বিজ্ঞাপন লগতে “জাতি আৰু ধৰ্মৰ পাৰ্থক্য পাহৰি সন্তসকলে দেখুওৱা সমতাৰ পথত খোজ দিয়াজনেই বিশ্বগুৰু” বুলি ভাষণত উদ্দেশ্যি এইদৰে ক’লে RSSৰ মুৰব্বী মোহন ভাগৱতে। শেহতীয়াকৈ সমগ্ৰ ভাৰতত বিভিন্ন প্ৰান্তত মন্দিৰ, উত্তৰ প্ৰদেশৰ শ্বাহী জামা মছজিদ, ৰাজস্থানৰ আজমেৰ শ্বৰীফ আদি কেইবাটাও বিষয়ক সৃষ্টি হৈছে বিবাদ। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Mohan Bhagwat , RSS First Published : December 20, 2024, 12:33 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.