বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদ মেল যোগে সদৰি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰৰ ৰাজ্যিক কেবিনেটত নামৰূপ সাৰ কাৰখানাক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “২ মাহৰ ভিতৰত আৰম্ভ হ’ব BVFCLৰ ৪ৰ্থ ইউনিটৰ নিৰ্মাণ। অসম চৰকাৰে গ্ৰহণ কৰিব ইউনিটৰ ৪০% অংশীদাৰিত্ব। ১০,৬০১ কোটি টকাৰে ৪ৰ্থ ইউনিট নিৰ্মাণৰ সিদ্ধান্ত। এই সিদ্ধান্তই আঁতৰাব ৪ৰ্থ ইউনিট নিৰ্মাণৰ জটিলতা” কংগ্ৰেছৰ প্ৰতিবাদ প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “ৰাজভৱনৰ সন্মুখত কোনো প্ৰতিবাদ কৰিব নোৱাৰিব। অনুমতি নোলোৱালৈ প্ৰতিবাদ কৰিছিল কংগ্ৰেছে। বেৰিকেড ভঙা লোকৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা। কংগ্ৰেছৰ দুই নেতাৰ মাজত অঘোষিত প্ৰতিযোগিতা হৈছে। এই প্ৰতিযোগিতাৰ কু-ফল ভুগিছে সাধাৰণ জনতাই।” ৰাহুল গান্ধী প্ৰসংগতো মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয়, “ৰাহুল গান্ধীক ক্ষমা খোজাৰ দাবী মুখ্যমন্ত্ৰীৰ। উত্তৰ-পূবৰ মহিলাক এনে ব্যৱহাৰ মানি লোৱা নহ’ব। ক্ষমা নুখুজিলে আমাৰ ধৰণেৰে ক্ষমা খোজাব লাগিব।” অসমৰ বাতৰি / খবৰ / অসম / Assam Cabinet Decisions: নামৰূপ সাৰ কাৰখানাক লৈ ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত সংবাদ মেল যোগে সদৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ Assam Cabinet Decisions: নামৰূপ সাৰ কাৰখানাক লৈ ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত সংবাদ মেল যোগে সদৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বৃহস্পতিবাৰৰ ৰাজ্যিক কেবিনেটত নামৰূপ সাৰ কাৰখানাক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “২ মাহৰ ভিতৰত আৰম্ভ হ’ব BVFCLৰ ৪ৰ্থ ইউনিটৰ নিৰ্মাণ। অসম চৰকাৰে গ্ৰহণ কৰিব ইউনিটৰ ৪০% অংশীদাৰিত্ব। ১০,৬০১ কোটি টকাৰে ৪ৰ্থ ইউনিট নিৰ্মাণৰ সিদ্ধান্ত। এই সিদ্ধান্তই আঁতৰাব ৪ৰ্থ ইউনিট নিৰ্মাণৰ জটিলতা” অধিক পঢ়ক … 1-MIN READ Assam Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : December 19, 2024, 11:23 pm IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami সম্পৰ্কীয় বাতৰি বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদ মেল যোগে সদৰি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰৰ ৰাজ্যিক কেবিনেটত নামৰূপ সাৰ কাৰখানাক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “২ মাহৰ ভিতৰত আৰম্ভ হ’ব BVFCLৰ ৪ৰ্থ ইউনিটৰ নিৰ্মাণ। অসম চৰকাৰে গ্ৰহণ কৰিব ইউনিটৰ ৪০% অংশীদাৰিত্ব। ১০,৬০১ কোটি টকাৰে ৪ৰ্থ ইউনিট নিৰ্মাণৰ সিদ্ধান্ত। এই সিদ্ধান্তই আঁতৰাব ৪ৰ্থ ইউনিট নিৰ্মাণৰ জটিলতা” বিজ্ঞাপন কংগ্ৰেছৰ প্ৰতিবাদ প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “ৰাজভৱনৰ সন্মুখত কোনো প্ৰতিবাদ কৰিব নোৱাৰিব। অনুমতি নোলোৱালৈ প্ৰতিবাদ কৰিছিল কংগ্ৰেছে। বেৰিকেড ভঙা লোকৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা। কংগ্ৰেছৰ দুই নেতাৰ মাজত অঘোষিত প্ৰতিযোগিতা হৈছে। এই প্ৰতিযোগিতাৰ কু-ফল ভুগিছে সাধাৰণ জনতাই।” ৰাহুল গান্ধী প্ৰসংগতো মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয়, “ৰাহুল গান্ধীক ক্ষমা খোজাৰ দাবী মুখ্যমন্ত্ৰীৰ। উত্তৰ-পূবৰ মহিলাক এনে ব্যৱহাৰ মানি লোৱা নহ’ব। ক্ষমা নুখুজিলে আমাৰ ধৰণেৰে ক্ষমা খোজাব লাগিব।” বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam Government Cabinet Decisions , Assam News , Guwahati First Published : December 19, 2024, 11:21 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.