NEWS

Jonai News: জোনাইত নিৰ্মীয়মান চাৰিলেনযুক্ত পথত অঘটন! খহি পৰিল পকী দলঙৰ বৃহৎ অংশ, ঘণ্টা ঘণ্টা ধৰি আৱদ্ধ শ শ যান-বাহন

বৃহস্পতিবাৰে পুৱা প্ৰায় ১০ বজাত আকস্মিকভাৱে খহি পৰে জোনাইৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিখাৰী নদীৰ পকী দলঙৰ বৃহৎ অংশ। নিৰ্মাণকাৰী সংস্থাৰ হেমাহিৰ বাবেই দলং খহি পৰাৰ অভিযোগ স্থানীয় লোকৰ। দলং খহি পৰাৰ ফলত ঘণ্টাৰ পাছত ঘণ্টা ধৰি দলঙৰ দুয়োপাৰে আবদ্ধ হৈ পৰে দূৰণিবটীয়া শ শ যান-বাহন। কোনো ধৰণৰ সুৰক্ষা প্ৰদান নকৰাকৈ দলঙৰ ৰেলিঙৰ তলত মাটি খন্দাৰ বাবে দলঙৰ বৃহৎ অংশ খহি পৰাৰ অভিযোগ উত্থাপন কৰিছে যাত্ৰীসকলে। হাৰিয়ানাৰ কালোৱালা কোম্পানী নামৰ পথ নিৰ্মাণকাৰী সংস্থাই কৰি আছে পথ নিৰ্মাণৰ কাম। যাত্ৰীৰ ক্ষোভৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাই খৰতকীয়াকৈ বিকল্প পথ নিৰ্মাণৰ কাম কৰি আছে যদিও কিমান সময় লাগিব সেয়া জ্ঞাত নহয়। দিখাৰী নদীৰে সৰু বৰ বাহন চলাচল কৰিব পৰাকৈ পথ মুকলি কৰা হৈছে যদিও পথৰ দুয়োপাৰে বহু সময় ধৰি আবদ্ধ হৈ থাকিবলগীয়া গধুৰ যান বাহন। অসমৰ বাতৰি / খবৰ / অসম / Jonai News: জোনাইত নিৰ্মীয়মান চাৰিলেনযুক্ত পথত অঘটন! খহি পৰিল পকী দলঙৰ বৃহৎ অংশ, ঘণ্টা ঘণ্টা ধৰি আৱদ্ধ শ শ যান-বাহন Jonai News: জোনাইত নিৰ্মীয়মান চাৰিলেনযুক্ত পথত অঘটন! খহি পৰিল পকী দলঙৰ বৃহৎ অংশ, ঘণ্টা ঘণ্টা ধৰি আৱদ্ধ শ শ যান-বাহন নিৰ্মীয়মান চাৰিলেনযুক্ত পথত অঘটন। খহি পৰিল পকী দলঙৰ বৃহৎ অংশ। ঘণ্টা ঘণ্টা ধৰি আবদ্ধ শ শ যান-বাহন। অধিক পঢ়ক … 1-MIN READ Assam Jonai Bazar,Dhemaji,Assam Last Updated : December 19, 2024, 7:47 pm IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami Written By : Devika Gogoi সম্পৰ্কীয় বাতৰি বৃহস্পতিবাৰে পুৱা প্ৰায় ১০ বজাত আকস্মিকভাৱে খহি পৰে জোনাইৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিখাৰী নদীৰ পকী দলঙৰ বৃহৎ অংশ। নিৰ্মাণকাৰী সংস্থাৰ হেমাহিৰ বাবেই দলং খহি পৰাৰ অভিযোগ স্থানীয় লোকৰ। দলং খহি পৰাৰ ফলত ঘণ্টাৰ পাছত ঘণ্টা ধৰি দলঙৰ দুয়োপাৰে আবদ্ধ হৈ পৰে দূৰণিবটীয়া শ শ যান-বাহন। কোনো ধৰণৰ সুৰক্ষা প্ৰদান নকৰাকৈ দলঙৰ ৰেলিঙৰ তলত মাটি খন্দাৰ বাবে দলঙৰ বৃহৎ অংশ খহি পৰাৰ অভিযোগ উত্থাপন কৰিছে যাত্ৰীসকলে। হাৰিয়ানাৰ কালোৱালা কোম্পানী নামৰ পথ নিৰ্মাণকাৰী সংস্থাই কৰি আছে পথ নিৰ্মাণৰ কাম। যাত্ৰীৰ ক্ষোভৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাই খৰতকীয়াকৈ বিকল্প পথ নিৰ্মাণৰ কাম কৰি আছে যদিও কিমান সময় লাগিব সেয়া জ্ঞাত নহয়। দিখাৰী নদীৰে সৰু বৰ বাহন চলাচল কৰিব পৰাকৈ পথ মুকলি কৰা হৈছে যদিও পথৰ দুয়োপাৰে বহু সময় ধৰি আবদ্ধ হৈ থাকিবলগীয়া গধুৰ যান বাহন। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News , Dhemaji , Jonai First Published : December 19, 2024, 7:47 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.