NEWS

Gohpur Missing: হোষ্টেলৰ পৰা নিৰুদ্দেশ ১৪ বছৰীয়া ৩ ছাত্ৰ! গহপুৰৰ ডাইমণ্ড ইংলিছ স্কুলত চাঞ্চল্য

গহপুৰৰ অসম-অৰুণাচল সীমান্তত চাঞ্চল্য। ৰাজগড়ৰ ডাইমণ্ড ইংলিছ স্কুলৰ হোষ্টেলৰ নিৰুদ্দেশ ৩ ছাত্ৰ। শুক্ৰবাৰে পুৱতি নিশাৰ পৰা সন্ধানহীন তিনি ছাত্ৰ। ১৪ বছৰীয়া কুশল দেউৰী, ১৪ বছৰীয়া আশীষ গৱাৰী আৰু ১৪ বছৰীয়া ৰাজা বসুমতাৰী সন্ধানহীন। ছাত্ৰ কেইজন সন্ধানহীন সন্দৰ্ভত স্কুল কৰ্তৃপক্ষই বৰ্তমান কোনো মন্তব্য প্ৰদান কৰা নাই। আৰক্ষী,অভিভাৱক, স্কুল কৰ্তৃপক্ষই বিচাৰি আছে যদিও বৰ্তমানলৈকে কোনোধৰণৰ শুংসূত্ৰত লাভ কৰা নাই। শিক্ষাৰ্থী কেইজনৰ ঘৰ ক্ৰমে আশিষ গয়াৰী গহপুৰ ককিলা মিলনপুৰ, ৰাজা বসুমতাৰীৰ ঘৰ ইটানগৰ ৰাজভৱন আৰু কুশল দেউৰীৰ ঘৰ বিহপুৰীয়াৰ বাঁহগৰাত। সন্ধানহীন হৈ থকা ৩জন ছাত্ৰ অষ্টমমানত অধ্যয়ন কৰি আছিল। অসমৰ বাতৰি / খবৰ / অসম / Gohpur Missing: হোষ্টেলৰ পৰা নিৰুদ্দেশ ১৪ বছৰীয়া ৩ ছাত্ৰ! গহপুৰৰ ডাইমণ্ড ইংলিছ স্কুলত চাঞ্চল্য Gohpur Missing: হোষ্টেলৰ পৰা নিৰুদ্দেশ ১৪ বছৰীয়া ৩ ছাত্ৰ! গহপুৰৰ ডাইমণ্ড ইংলিছ স্কুলত চাঞ্চল্য গহপুৰৰ অসম-অৰুণাচল সীমান্তত চাঞ্চল্য। ৰাজগড়ৰ ডাইমণ্ড ইংলিছ স্কুলৰ হোষ্টেলৰ নিৰুদ্দেশ ৩ ছাত্ৰ। শুক্ৰবাৰে পুৱতি নিশাৰ পৰা সন্ধানহীন তিনি ছাত্ৰ। অধিক পঢ়ক … 1-MIN READ Assam Gohpur,Sonitpur,Assam Last Updated : December 8, 2024, 12:54 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : PALASH PHUKAN সম্পৰ্কীয় বাতৰি গহপুৰৰ অসম-অৰুণাচল সীমান্তত চাঞ্চল্য। ৰাজগড়ৰ ডাইমণ্ড ইংলিছ স্কুলৰ হোষ্টেলৰ নিৰুদ্দেশ ৩ ছাত্ৰ। শুক্ৰবাৰে পুৱতি নিশাৰ পৰা সন্ধানহীন তিনি ছাত্ৰ। ১৪ বছৰীয়া কুশল দেউৰী, ১৪ বছৰীয়া আশীষ গৱাৰী আৰু ১৪ বছৰীয়া ৰাজা বসুমতাৰী সন্ধানহীন। ছাত্ৰ কেইজন সন্ধানহীন সন্দৰ্ভত স্কুল কৰ্তৃপক্ষই বৰ্তমান কোনো মন্তব্য প্ৰদান কৰা নাই। আৰক্ষী,অভিভাৱক, স্কুল কৰ্তৃপক্ষই বিচাৰি আছে যদিও বৰ্তমানলৈকে কোনোধৰণৰ শুংসূত্ৰত লাভ কৰা নাই। শিক্ষাৰ্থী কেইজনৰ ঘৰ ক্ৰমে আশিষ গয়াৰী গহপুৰ ককিলা মিলনপুৰ, ৰাজা বসুমতাৰীৰ ঘৰ ইটানগৰ ৰাজভৱন আৰু কুশল দেউৰীৰ ঘৰ বিহপুৰীয়াৰ বাঁহগৰাত। সন্ধানহীন হৈ থকা ৩জন ছাত্ৰ অষ্টমমানত অধ্যয়ন কৰি আছিল। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Gohpur First Published : December 8, 2024, 12:54 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.