NEWS

লোকে-লোকাৰণ্য ধনশিৰিৰ পাৰ, গোলাঘাটৰ আধাৰসত্ৰৰ গাঁৱৰ ৰাইজে বটবৃক্ষৰ তলত আয়োজন কৰিলে গৰখীয়া ভোগ

গোলাঘাটৰ আধাৰসত্ৰৰ বৰতলৰ গাঁৱৰ ৰাইজে অনুষ্ঠিত কৰিলে গৰখীয়া ভোগ। গোলাঘাট জিলাৰ আধাৰসত্ৰৰ গাঁৱৰ ৰাইজে বটবৃক্ষৰ তলত আয়োজন কৰিলে গৰখীয়া ভোগ। লোকে লোকাৰণ্য হৈ পৰিল গোলাঘাটৰ আধাৰসত্ৰৰ বৰতল। গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত আধাৰসত্ৰত ঊনবিংশ সংখ্যক গৰখীয়া ভোজৰ আয়োজন। প্ৰায় পাঁচ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজক আদৰিছে আয়োজক সমিতিয়ে। প্ৰতি বছৰৰ কাতি মাহত অনুষ্ঠিত কৰি আহিছে আধাৰসত্ৰ বৰতল গৰখীয়া ভোগ। এই গৰখীয়া ভোগ আয়োজক সমিতিৰ উদ্যোগত আধাৰসত্ৰ গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা গৰখীয়া ভোগ এইবাৰো অতি ধুম ধামেৰে অনুষ্ঠিত কৰা হয়। প্ৰায় পাঁচ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে এই গৰখীয়া ভোগ অনুষ্ঠানলৈ। ধনশিৰি নদীৰ উপত্যকাৰ দৃষ্টিনন্দন প্ৰাকৃতিক পৰিৱেশৰ মাজত আধাৰসত্ৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সমীপৰ বৰতলত আয়োজিত এই মাংগলিক অনুষ্ঠানটিত আহি শ্ৰদ্ধালু ৰাইজে নিজৰ মনোকামনা পূৰ্ণ কৰিবলৈ বৃহত্তৰ বট বৃক্ষৰ গুৰিত চাকি বন্তি আগবঢ়াই সেৱা ধৰে। উল্লেখযোগ্য যে এই বট বৃক্ষজোপাত বিভিন্ন সময়ত পৰিভ্ৰমী চৰাইয়ে আহি আশ্ৰয় গ্ৰহণ কৰে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ বাবে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত কৰে। তদুপৰি বিশ্ববন্দিত শিল্পী সুধাকণ্ঠ ড⁰ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই গৰখীয়া ভোগ থলীত কণ-কণ শিশুসকলে সুধাকণ্ঠৰ গীতেৰে জীপাল কৰি তুলিলে। সাংস্কৃতিক কাৰ্যসূচীৰ অন্ত পৰাৰ লগে লগে প্ৰায় ষোল্লটা চৌকাত শতাধিক হাঁহেৰে প্ৰস্তুত কৰা ভোগ ৰাইজক সু-শৃংখলিতভাৱে আয়োজক সমিতিয়ে আপ্যায়ণ কৰা দেখা গ’ল। অসমৰ বাতৰি / খবৰ / অসম / লোকে-লোকাৰণ্য ধনশিৰিৰ পাৰ, গোলাঘাটৰ আধাৰসত্ৰৰ গাঁৱৰ ৰাইজে বটবৃক্ষৰ তলত আয়োজন কৰিলে গৰখীয়া ভোগ লোকে-লোকাৰণ্য ধনশিৰিৰ পাৰ, গোলাঘাটৰ আধাৰসত্ৰৰ গাঁৱৰ ৰাইজে বটবৃক্ষৰ তলত আয়োজন কৰিলে গৰখীয়া ভোগ গোলাঘাটৰ আধাৰসত্ৰৰ বৰতলৰ গাঁৱৰ ৰাইজে অনুষ্ঠিত কৰিলে গৰখীয়া ভোগ। প্ৰায় পাঁচ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজক আদৰিছে আয়োজক সমিতিয়ে। প্ৰতি বছৰৰ কাতি মাহত অনুষ্ঠিত কৰি আহিছে আধাৰসত্ৰ বৰতল গৰখীয়া ভোগ। অধিক পঢ়ক … 1-MIN READ local18 Golaghat,Golaghat,Assam Last Updated : November 5, 2024, 7:16 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Poran Deka সম্পৰ্কীয় বাতৰি গোলাঘাট জিলাৰ আধাৰসত্ৰৰ গাঁৱৰ ৰাইজে বটবৃক্ষৰ তলত আয়োজন কৰিলে গৰখীয়া ভোগ। লোকে লোকাৰণ্য হৈ পৰিল গোলাঘাটৰ আধাৰসত্ৰৰ বৰতল। গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত আধাৰসত্ৰত ঊনবিংশ সংখ্যক গৰখীয়া ভোজৰ আয়োজন। প্ৰায় পাঁচ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজক আদৰিছে আয়োজক সমিতিয়ে। প্ৰতি বছৰৰ কাতি মাহত অনুষ্ঠিত কৰি আহিছে আধাৰসত্ৰ বৰতল গৰখীয়া ভোগ। এই গৰখীয়া ভোগ আয়োজক সমিতিৰ উদ্যোগত আধাৰসত্ৰ গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা গৰখীয়া ভোগ এইবাৰো অতি ধুম ধামেৰে অনুষ্ঠিত কৰা হয়। প্ৰায় পাঁচ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে এই গৰখীয়া ভোগ অনুষ্ঠানলৈ। ধনশিৰি নদীৰ উপত্যকাৰ দৃষ্টিনন্দন প্ৰাকৃতিক পৰিৱেশৰ মাজত আধাৰসত্ৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সমীপৰ বৰতলত আয়োজিত এই মাংগলিক অনুষ্ঠানটিত আহি শ্ৰদ্ধালু ৰাইজে নিজৰ মনোকামনা পূৰ্ণ কৰিবলৈ বৃহত্তৰ বট বৃক্ষৰ গুৰিত চাকি বন্তি আগবঢ়াই সেৱা ধৰে। বিজ্ঞাপন উল্লেখযোগ্য যে এই বট বৃক্ষজোপাত বিভিন্ন সময়ত পৰিভ্ৰমী চৰাইয়ে আহি আশ্ৰয় গ্ৰহণ কৰে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ বাবে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত কৰে। তদুপৰি বিশ্ববন্দিত শিল্পী সুধাকণ্ঠ ড⁰ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই গৰখীয়া ভোগ থলীত কণ-কণ শিশুসকলে সুধাকণ্ঠৰ গীতেৰে জীপাল কৰি তুলিলে। সাংস্কৃতিক কাৰ্যসূচীৰ অন্ত পৰাৰ লগে লগে প্ৰায় ষোল্লটা চৌকাত শতাধিক হাঁহেৰে প্ৰস্তুত কৰা ভোগ ৰাইজক সু-শৃংখলিতভাৱে আয়োজক সমিতিয়ে আপ্যায়ণ কৰা দেখা গ’ল। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Golaghat , local18 First Published : November 5, 2024, 7:16 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.