NEWS

Kaziranga News: বানে ধোৱা কাজিৰঙাৰ জনাঞ্চলত এতিয়া সৰ্প আতংক, বন বিভাগৰ সহযোগত উদ্ধাৰ হৈছে বিভিন্ন প্ৰজাতিৰ সাপ

বানে ধোৱা কাজিৰঙাৰ জনাঞ্চলত এতিয়া বিভিন্ন প্ৰজাতিৰ সাপৰ আতংক ৷ বানে ধোৱা কাজিৰঙাৰ জনাঞ্চলত এতিয়া বিভিন্ন প্ৰজাতিৰ সাপৰ আতংক৷ বানৰ সময়ত ওলাই অহা সাপ সোমাইছে মানুহৰ ঘৰত,হাহ-মুৰ্গীৰ গড়ালত৷ বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি দাঁতি কাষৰীয়া জনাঞ্চলত প্ৰৱেশ কৰা ভিন্ন প্ৰজাতিৰ সাপে এতিয়া আতংকৰ সৃষ্টি কৰিছে জনাঞ্চলত ৷ যাৰবাবে একপ্ৰকাৰ সাপ-মানুহৰ সৃষ্টি হৈছে সংঘাট৷ অৱশ্যে এই সংঘাট নিৰাময়ৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে প্ৰকৃতি প্ৰেমী মনোজ গগৈ৷ বন বিভাগৰ সহযোগত মানুহৰ ঘৰ বা চৌপাশৰ পৰা সাপ উদ্ধাৰ কৰি পুনৰ মুকলি কৰি দিছে উপযুক্ত স্থানত৷ বানৰ সময়ত মনোজে উদ্ধাৰ কৰিছে ষাঠিতাতকৈও অধিক সাপ৷ এইক্ষেত্ৰত সকলোকে সাৱধানতা অৱলম্বনৰ আহ্বান মনোজ গগৈৰ৷ অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত এজন গুৰুত্বপূৰ্ণ ব্যক্তি হ’ল কাজিৰঙাৰ মনোজ গগৈ। ২০০৫ চনৰ পৰা মনোজ গগৈয়ে কাজিৰঙা বন্যপ্ৰাণী শাখাৰ বিভিন্ন কামৰ লগত জড়িত হৈ আছে। সাপ উদ্ধাৰ কৰাৰ উপৰিও মনোজ গগৈয়ে ফান্দত লগা চৰাই, আঘাতপ্ৰাপ্ত জীৱজন্তুৰ উদ্ধাৰ কৰি সেইসমূহক সুৰক্ষা প্ৰদান কৰে আৰু সময় সাপেক্ষে যেতিয়া সেই সমূহ সুস্বাস্থ্যৰ অধিকাৰী হয় তেতিয়া প্ৰকৃতিৰ বুকুত এৰি দিয়ে। তেওঁ এই যাত্ৰাৰ আৰম্ভণি কৰে প্ৰায় ১০বছৰ পূৰ্বেই। অসমৰ বাতৰি / খবৰ / অসম / Kaziranga News: বানে ধোৱা কাজিৰঙাৰ জনাঞ্চলত এতিয়া সৰ্প আতংক, বন বিভাগৰ সহযোগত উদ্ধাৰ হৈছে বিভিন্ন প্ৰজাতিৰ সাপ Kaziranga News: বানে ধোৱা কাজিৰঙাৰ জনাঞ্চলত এতিয়া সৰ্প আতংক, বন বিভাগৰ সহযোগত উদ্ধাৰ হৈছে বিভিন্ন প্ৰজাতিৰ সাপ বানে ধোৱা কাজিৰঙাৰ জনাঞ্চলত এতিয়া বিভিন্ন প্ৰজাতিৰ সাপৰ আতংক ৷ যাৰবাবে একপ্ৰকাৰ সাপ-মানুহৰ সৃষ্টি হৈছে সংঘাট৷ অৱশ্যে এই সংঘাট নিৰাময়ৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে প্ৰকৃতি প্ৰেমী মনোজ গগৈ অধিক পঢ়ক … 1-MIN READ local18 Golaghat,Assam Last Updated : July 26, 2024, 7:22 pm IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami Reported By : Sri Piush Das সম্পৰ্কীয় বাতৰি বানে ধোৱা কাজিৰঙাৰ জনাঞ্চলত এতিয়া বিভিন্ন প্ৰজাতিৰ সাপৰ আতংক৷ বানৰ সময়ত ওলাই অহা সাপ সোমাইছে মানুহৰ ঘৰত,হাহ-মুৰ্গীৰ গড়ালত৷ বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি দাঁতি কাষৰীয়া জনাঞ্চলত প্ৰৱেশ কৰা ভিন্ন প্ৰজাতিৰ সাপে এতিয়া আতংকৰ সৃষ্টি কৰিছে জনাঞ্চলত ৷ যাৰবাবে একপ্ৰকাৰ সাপ-মানুহৰ সৃষ্টি হৈছে সংঘাট৷ অৱশ্যে এই সংঘাট নিৰাময়ৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে প্ৰকৃতি প্ৰেমী মনোজ গগৈ৷ বন বিভাগৰ সহযোগত মানুহৰ ঘৰ বা চৌপাশৰ পৰা সাপ উদ্ধাৰ কৰি পুনৰ মুকলি কৰি দিছে উপযুক্ত স্থানত৷ বিজ্ঞাপন বানৰ সময়ত মনোজে উদ্ধাৰ কৰিছে ষাঠিতাতকৈও অধিক সাপ৷ এইক্ষেত্ৰত সকলোকে সাৱধানতা অৱলম্বনৰ আহ্বান মনোজ গগৈৰ৷ অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত এজন গুৰুত্বপূৰ্ণ ব্যক্তি হ’ল কাজিৰঙাৰ মনোজ গগৈ। ২০০৫ চনৰ পৰা মনোজ গগৈয়ে কাজিৰঙা বন্যপ্ৰাণী শাখাৰ বিভিন্ন কামৰ লগত জড়িত হৈ আছে। সাপ উদ্ধাৰ কৰাৰ উপৰিও মনোজ গগৈয়ে ফান্দত লগা চৰাই, আঘাতপ্ৰাপ্ত জীৱজন্তুৰ উদ্ধাৰ কৰি সেইসমূহক সুৰক্ষা প্ৰদান কৰে আৰু সময় সাপেক্ষে যেতিয়া সেই সমূহ সুস্বাস্থ্যৰ অধিকাৰী হয় তেতিয়া প্ৰকৃতিৰ বুকুত এৰি দিয়ে। তেওঁ এই যাত্ৰাৰ আৰম্ভণি কৰে প্ৰায় ১০বছৰ পূৰ্বেই। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Kaziranga , Snake Operation First Published : July 26, 2024, 7:22 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.