NEWS

ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ মৃত্যু! স্তম্ভিত বিশ্ববাসী

হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি। ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ হেলিকপ্টাৰখনে পাহাৰত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয়। হেলিকপ্টাৰখনে ইৰাণৰ বৈদেশিক মন্ত্ৰীও আছিল। সংবাদ সংস্থা ৰয়টাৰ্ছৰ মতে, পাহাৰীয়া অঞ্চল পাৰ হৈ যোৱাৰ সময়ত হেলিকপ্টাৰখনে নিয়ন্ত্ৰণ হেৰুৱাইছিল। প্ৰবল বৰষুণ আৰু ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাস্থলীত দৃশ্যমানতা অতি দুৰ্বল হোৱা বুলি জানিব পৰা গৈছে। শেহতীয়া এক খবৰ অনুসৰি দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ কোনে লোকৰে জীয়াই থকাৰ সম্ভাৱনা নাই। আৰু পঢ়ক: আজি লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ, EVMত ভাগ্য বন্দী হ’ব ৰাজনাথ সিং, স্মৃতি ইৰাণীৰ পৰা ৰাহুল গান্ধীলৈ দেওবাৰে ইব্ৰাহিম ৰাইছীয়ে ইৰাণৰ পূব আজাৰবাইজান প্ৰদেশত হেলিকপ্টাৰেৰে যাত্ৰা কৰি আছিল। কোৱা হয় যে সেই সময়ত তেওঁৰ হেলিকপ্টাৰ দুৰ্ঘটনা হৈছিল। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে, ইব্ৰাহিম ৰাইছিয়ে আজি আজাৰবাইজানলৈ ৰাওনা হৈছেল। ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ সংগী আছিল ইৰাণৰ বৈদেশিক মন্ত্ৰী। দুৰ্ঘটনাস্থলীটো আজাৰবাইজানৰ সীমান্তৰ এখন ঠাই বুলি কোৱা হৈছে। আৰু পঢ়ক: আজি এই ৰাশিৰ লোকে ক্ৰয় কৰিব পাৰিব নতুন সম্পত্তি! এই ৰাশিৰ লোকে প্ৰেমিকাৰ সৈতে পাৰ কৰিব পাৰিব সময়! মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল অৱশ্যে ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীৰ দুৰ্ঘটনাৰ খবৰে স্বাভাৱিকতে বিশ্ববাসীক চিন্তিত কৰি তুলিছে। উদ্ধাৰকাৰী দলে এতিয়াও ইৰাণৰ ৰাষ্ট্ৰপতিৰ কাষ চাপিবলৈ চেষ্টা চলাই আছে। ইৰাণৰ উচ্চতম নেতা খোমেইনীয়ে দেশখনৰ জনসাধাৰণক আশ্বস্ত কৰিছে। অসমৰ বাতৰি / খবৰ / বিশ্ব / Iran President Helicopter Crash: পাহাৰত খুন্দা ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ! ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ! Iran President Helicopter Crash: পাহাৰত খুন্দা ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ! ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ! হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি। ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ হেলিকপ্টাৰখনে পাহাৰত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয়। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : May 20, 2024, 8:59 am IST Published By : kangkan deka সম্পৰ্কীয় বাতৰি হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি। ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ হেলিকপ্টাৰখনে পাহাৰত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয়। হেলিকপ্টাৰখনে ইৰাণৰ বৈদেশিক মন্ত্ৰীও আছিল। সংবাদ সংস্থা ৰয়টাৰ্ছৰ মতে, পাহাৰীয়া অঞ্চল পাৰ হৈ যোৱাৰ সময়ত হেলিকপ্টাৰখনে নিয়ন্ত্ৰণ হেৰুৱাইছিল। প্ৰবল বৰষুণ আৰু ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাস্থলীত দৃশ্যমানতা অতি দুৰ্বল হোৱা বুলি জানিব পৰা গৈছে। শেহতীয়া এক খবৰ অনুসৰি দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ কোনে লোকৰে জীয়াই থকাৰ সম্ভাৱনা নাই। বিজ্ঞাপন আৰু পঢ়ক: আজি লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ, EVMত ভাগ্য বন্দী হ’ব ৰাজনাথ সিং, স্মৃতি ইৰাণীৰ পৰা ৰাহুল গান্ধীলৈ দেওবাৰে ইব্ৰাহিম ৰাইছীয়ে ইৰাণৰ পূব আজাৰবাইজান প্ৰদেশত হেলিকপ্টাৰেৰে যাত্ৰা কৰি আছিল। কোৱা হয় যে সেই সময়ত তেওঁৰ হেলিকপ্টাৰ দুৰ্ঘটনা হৈছিল। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে, ইব্ৰাহিম ৰাইছিয়ে আজি আজাৰবাইজানলৈ ৰাওনা হৈছেল। ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ সংগী আছিল ইৰাণৰ বৈদেশিক মন্ত্ৰী। দুৰ্ঘটনাস্থলীটো আজাৰবাইজানৰ সীমান্তৰ এখন ঠাই বুলি কোৱা হৈছে। বিজ্ঞাপন আৰু পঢ়ক: আজি এই ৰাশিৰ লোকে ক্ৰয় কৰিব পাৰিব নতুন সম্পত্তি! এই ৰাশিৰ লোকে প্ৰেমিকাৰ সৈতে পাৰ কৰিব পাৰিব সময়! মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল অৱশ্যে ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীৰ দুৰ্ঘটনাৰ খবৰে স্বাভাৱিকতে বিশ্ববাসীক চিন্তিত কৰি তুলিছে। উদ্ধাৰকাৰী দলে এতিয়াও ইৰাণৰ ৰাষ্ট্ৰপতিৰ কাষ চাপিবলৈ চেষ্টা চলাই আছে। ইৰাণৰ উচ্চতম নেতা খোমেইনীয়ে দেশখনৰ জনসাধাৰণক আশ্বস্ত কৰিছে। বিজ্ঞাপন অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: iran First Published : May 20, 2024, 8:59 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.