NEWS

Gauhati University: হোষ্টেলৰ আবাসীৰ প্ৰতিবাদত উত্তাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ, কিয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ হোষ্টেলৰ আবাসীৰ?

গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তাল প্ৰতিবাদ। হোষ্টেলৰ আবাসীৰ প্ৰতিবাদত উত্তাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ একাংশ আবাসীৰ। উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ পিছতেRCC-1 আৰু RCC-2ৰ মাজত হৈছিল সংঘাত। নিবাৰ্চনৰ ফলাফলৰ দিনাই নিশালৈ দুয়োটা হোষ্টেলৰ আৱাসীৰ মাজত হৈছিল ভয়ংকৰ মাৰপিট। মাৰপিটৰ ঘটনাত আহত হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় কেইবাজনো ছাত্ৰ। আৰু তাৰ পিছতে হোষ্টেল এৰিবলৈ নিৰ্দেশ দিছিল গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। RCC-1 আৰু RCC-2 খালী কৰাৰ নিৰ্দেশ দিছিল গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। আৰু পঢ়ক: অসমৰ জেহাদীক JeMৰ ধন যোগান, CSP যোগে সংগ্ৰহ কৰা ধনেৰে ৰাজ্যত JeMৰ ভেটি গঢ়া শ্বেখ চুলতান আলাউদ্দিন আয়ুবিক লৈ দিল্লীলৈ উৰা মাৰিলে NIAৰ দল উল্লেখ্য যে আবাস দুটা খালী কৰাৰ আজি আছিল শেষ সময়সীমা। ছাত্ৰ-ছাত্ৰীয়ে ঘেৰাও কৰে পঞ্জীয়কৰ আবাসগৃহ। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মোতায়েন কৰিছে আৰক্ষী। জানিব পৰা অনুসৰি উপাচাৰ্য আৱাসৰ প্ৰথম গে’টৰ পৰা সোমাই আহিছে শিক্ষাৰ্থী। এতিয়াও উত্তপ্ত পৰিস্থিতে বিৰাজ কৰি আছে গুৱাহাটী বিশ্ববিদ্যালয়ত। অসমৰ বাতৰি / খবৰ / অসম / Gauhati University: হোষ্টেলৰ আবাসীৰ প্ৰতিবাদত উত্তাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ, কিয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ হোষ্টেলৰ আবাসীৰ? Gauhati University: হোষ্টেলৰ আবাসীৰ প্ৰতিবাদত উত্তাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ, কিয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ হোষ্টেলৰ আবাসীৰ? গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তাল প্ৰতিবাদ। হোষ্টেলৰ আবাসীৰ প্ৰতিবাদত উত্তাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ একাংশ আবাসীৰ। অধিক পঢ়ক … 1-MIN READ Assam Assam Last Updated : October 6, 2024, 11:17 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka সম্পৰ্কীয় বাতৰি গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তাল প্ৰতিবাদ। হোষ্টেলৰ আবাসীৰ প্ৰতিবাদত উত্তাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ একাংশ আবাসীৰ। উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ পিছতেRCC-1 আৰু RCC-2ৰ মাজত হৈছিল সংঘাত। নিবাৰ্চনৰ ফলাফলৰ দিনাই নিশালৈ দুয়োটা হোষ্টেলৰ আৱাসীৰ মাজত হৈছিল ভয়ংকৰ মাৰপিট। মাৰপিটৰ ঘটনাত আহত হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় কেইবাজনো ছাত্ৰ। আৰু তাৰ পিছতে হোষ্টেল এৰিবলৈ নিৰ্দেশ দিছিল গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। RCC-1 আৰু RCC-2 খালী কৰাৰ নিৰ্দেশ দিছিল গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। বিজ্ঞাপন আৰু পঢ়ক: অসমৰ জেহাদীক JeMৰ ধন যোগান, CSP যোগে সংগ্ৰহ কৰা ধনেৰে ৰাজ্যত JeMৰ ভেটি গঢ়া শ্বেখ চুলতান আলাউদ্দিন আয়ুবিক লৈ দিল্লীলৈ উৰা মাৰিলে NIAৰ দল উল্লেখ্য যে আবাস দুটা খালী কৰাৰ আজি আছিল শেষ সময়সীমা। ছাত্ৰ-ছাত্ৰীয়ে ঘেৰাও কৰে পঞ্জীয়কৰ আবাসগৃহ। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মোতায়েন কৰিছে আৰক্ষী। জানিব পৰা অনুসৰি উপাচাৰ্য আৱাসৰ প্ৰথম গে’টৰ পৰা সোমাই আহিছে শিক্ষাৰ্থী। এতিয়াও উত্তপ্ত পৰিস্থিতে বিৰাজ কৰি আছে গুৱাহাটী বিশ্ববিদ্যালয়ত। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Guwahati university First Published : October 6, 2024, 11:17 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.