বৰপেটাৰোডত সন্ধিয়া সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুই মটৰ চাইকেল আৰোহী। বৰপেটাৰোড শিমলাগুৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। বৰপেটাৰোডৰ শিমলাগুৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৱ-নিৰ্মিত উৰণ সেঁতুত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। একে দিশেৰে গৈ থকা এখন তেলৰ টেংকাৰৰ খুন্দাত দুই মটৰ চাইকেল আৰোহীৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় দুই পিতা-পুত্ৰৰ। খবৰ অনুসৰি, বৰপেটাৰোডৰ পৰা হাউলীৰ দিশলৈ গৈ থকা AS15S9071 নম্বৰৰ মটৰ চাইকেলখনক UP70FT7506 নম্বৰৰ তেলৰ টেংকাৰখনে মহটিয়াই লৈ যায়। ঘটনাস্থলীত শিমলাগুৰী আৰক্ষী পহৰা চকীৰ আৰক্ষীৰ দল উপস্থিতি হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে। তেলৰ টেংকাৰৰ সৈতে হোৱা এই সংঘৰ্ষত থিতাতে মৃত্যু হোৱা বাক্সাৰ আনন্দ বজাৰ হাটখোলাৰ পিতা-পুত্ৰ কৈলাশ মেধি আৰু ৰাজেশ মেধিৰ বুলি জানিব পৰা গৈছে। পিতৃ কৈলাশ মেধি আছিল আনন্দ বজাৰ ডাকঘৰৰ পোষ্টমাষ্টাৰ। অসমৰ বাতৰি / খবৰ / অসম / Barpeta Road Accident: বাইক ছাৰ্ভিচিং কৰি পিতা-পুত্ৰ ঘৰলৈ ওভতাৰ পথত বৰপেটাৰোডত তেলৰ টেংকাৰৰ প্ৰচণ্ড খুন্দা, মুহূৰ্ততে ৰাজপথত পৰি ৰ'ল দুটা নিথৰ দেহ, স্বামী আৰু একমাত্ৰ পুত্ৰক হেৰুৱাই শোকবিহ্বল মাতৃ Barpeta Road Accident: বাইক ছাৰ্ভিচিং কৰি পিতা-পুত্ৰ ঘৰলৈ ওভতাৰ পথত বৰপেটাৰোডত তেলৰ টেংকাৰৰ প্ৰচণ্ড খুন্দা, মুহূৰ্ততে ৰাজপথত পৰি ৰ'ল দুটা নিথৰ দেহ, স্বামী আৰু একমাত্ৰ পুত্ৰক হেৰুৱাই শোকবিহ্বল মাতৃ বৰপেটাৰোডৰ পৰা হাউলীৰ দিশলৈ গৈ থকা AS15S9071 নম্বৰৰ মটৰ চাইকেলখনক UP70FT7506 নম্বৰৰ তেলৰ টেংকাৰখনে মহটিয়াই লৈ যায়। ঘটনাস্থলীত শিমলাগুৰী আৰক্ষী পহৰা চকীৰ আৰক্ষীৰ দল উপস্থিতি হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে। অধিক পঢ়ক … 1-MIN READ Assam Barpeta Road,Barpeta,Assam Last Updated : November 4, 2024, 10:22 pm IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami Reported By : DHANJIT KUMAR DAS সম্পৰ্কীয় বাতৰি বৰপেটাৰোডত সন্ধিয়া সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুই মটৰ চাইকেল আৰোহী। বৰপেটাৰোড শিমলাগুৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। বৰপেটাৰোডৰ শিমলাগুৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৱ-নিৰ্মিত উৰণ সেঁতুত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। একে দিশেৰে গৈ থকা এখন তেলৰ টেংকাৰৰ খুন্দাত দুই মটৰ চাইকেল আৰোহীৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় দুই পিতা-পুত্ৰৰ। খবৰ অনুসৰি, বৰপেটাৰোডৰ পৰা হাউলীৰ দিশলৈ গৈ থকা AS15S9071 নম্বৰৰ মটৰ চাইকেলখনক UP70FT7506 নম্বৰৰ তেলৰ টেংকাৰখনে মহটিয়াই লৈ যায়। ঘটনাস্থলীত শিমলাগুৰী আৰক্ষী পহৰা চকীৰ আৰক্ষীৰ দল উপস্থিতি হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে। তেলৰ টেংকাৰৰ সৈতে হোৱা এই সংঘৰ্ষত থিতাতে মৃত্যু হোৱা বাক্সাৰ আনন্দ বজাৰ হাটখোলাৰ পিতা-পুত্ৰ কৈলাশ মেধি আৰু ৰাজেশ মেধিৰ বুলি জানিব পৰা গৈছে। পিতৃ কৈলাশ মেধি আছিল আনন্দ বজাৰ ডাকঘৰৰ পোষ্টমাষ্টাৰ। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News , Barpeta Road , Tragic Road Accident First Published : November 4, 2024, 10:22 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
Allu Arjun: বিপদে লগ এৰা নাই আল্লু অৰ্জুনৰ! পুনৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল এজাহাৰ!
December 24, 2024What’s New
Spotlight
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Featured News
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Latest From This Week
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক, হাতীগাঁও থানাৰ সন্মুখৰ পৰা আটক কৰিলে আৰক্ষীয়ে
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.