NEWS

টছত জয়লাভ ভাৰতৰ, কোন-কোন থাকিব ভাৰত মূল একাদশত?

টী-২০ বিশ্বকাপৰ ফাইনেলত টছত জয়লাভ ভাৰতৰ। টছত জিকি বেটিঙৰ সিদ্ধান্ত ল’লে ৰোহিত শৰ্মাই। উল্লেখ্যে যে দুয়োটা দলে কোনো ধৰণৰ সাল-সলনি কৰা নাই। 🇿🇦 🆚 🇮🇳, #T20WorldCup 2024 Final, it doesn't get any better 🤩 Rohit Sharma wins the toss and elects to bat first in Barbados. #SAvIND | 📝: pic.twitter.com/SEDe80tJ75 ভাৰতীয় দলৰ মূল একাদশত: ৰোহিত শৰ্মা(অধিনায়ক), বিৰাট কোহলী, ঋষভ পণ্ট, সূৰ্য কুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদ্বীপ যাদৱ, অৰ্শ্বদ্বীপ সিং, জশপ্ৰীট বুমৰাহ। Here's our Playing XI 🔽 Lets go #TeamIndia 👊 Follow The Match ▶️ #T20WorldCup | #SAvIND pic.twitter.com/3xpfoKhDOf দক্ষিণ আফ্ৰিকাৰ মূল একাদশ: কুইণ্টক ডি ক’ক, ৰীজা হেড্ৰিকছ, এইডেন মাৰক্ৰাম, হেনৰিক ক্লাছেন, ডেভিদ মিলাৰ, টিষ্টান ষ্টাব, মাক্ৰ’ য়ানন্স, কেশৱ মহাৰাজ, আনৰিখ ন’খিয়া, তবৰেজ ছামছি। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / IND vs SA: টী-২০ বিশ্বকাপৰ ফাইনেলত টছত জয়লাভ ভাৰতৰ, কোন-কোন থাকিব মূল একাদশত? IND vs SA: টী-২০ বিশ্বকাপৰ ফাইনেলত টছত জয়লাভ ভাৰতৰ, কোন-কোন থাকিব মূল একাদশত? টছত জিকি বেটিঙৰ সিদ্ধান্ত ল’লে ৰোহিত শৰ্মাই। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : June 29, 2024, 7:50 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka সম্পৰ্কীয় বাতৰি টী-২০ বিশ্বকাপৰ ফাইনেলত টছত জয়লাভ ভাৰতৰ। টছত জিকি বেটিঙৰ সিদ্ধান্ত ল’লে ৰোহিত শৰ্মাই। উল্লেখ্যে যে দুয়োটা দলে কোনো ধৰণৰ সাল-সলনি কৰা নাই। 🇿🇦 🆚 🇮🇳, #T20WorldCup 2024 Final, it doesn't get any better 🤩 Rohit Sharma wins the toss and elects to bat first in Barbados. #SAvIND | 📝: pic.twitter.com/SEDe80tJ75 — T20 World Cup (@T20WorldCup) June 29, 2024 বিজ্ঞাপন ভাৰতীয় দলৰ মূল একাদশত: ৰোহিত শৰ্মা(অধিনায়ক), বিৰাট কোহলী, ঋষভ পণ্ট, সূৰ্য কুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদ্বীপ যাদৱ, অৰ্শ্বদ্বীপ সিং, জশপ্ৰীট বুমৰাহ। বিজ্ঞাপন Here's our Playing XI 🔽 Lets go #TeamIndia 👊 Follow The Match ▶️ #T20WorldCup | #SAvIND pic.twitter.com/3xpfoKhDOf — BCCI (@BCCI) June 29, 2024 বিজ্ঞাপন দক্ষিণ আফ্ৰিকাৰ মূল একাদশ: কুইণ্টক ডি ক’ক, ৰীজা হেড্ৰিকছ, এইডেন মাৰক্ৰাম, হেনৰিক ক্লাছেন, ডেভিদ মিলাৰ, টিষ্টান ষ্টাব, মাক্ৰ’ য়ানন্স, কেশৱ মহাৰাজ, আনৰিখ ন’খিয়া, তবৰেজ ছামছি। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Icc T20 World Cup , India Vs South Africa First Published : June 29, 2024, 7:38 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.