NEWS

গুৱাহাটীৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা, গাড়ীৰ আইনা ভাঙি লুটি নিলে ধন

গুৱাহাটীৰ জয়ানগৰত গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্তৰ লুটপাত। মূল্যৱান নথিৰ লগতে নগদ ধন লুটিলে দুৰ্বৃত্তৰ দলে। দিন দুপৰতে গাড়ীৰ পৰা প্ৰায় ১০ হাজাৰ টকা লুটি নিয়ে দুৰ্বৃত্তই। জয়ানগৰ পুলিচ পইণ্টৰ কাষতে এই ঘটনা সংঘটিত হৈছে। টিংকু চলিহা নামৰ লোকজনৰ অল্ট’ বহনৰ পৰা লুটিলে ধন। AS 01DV 1850 নম্বৰৰ বাহনখন ১৫ মিনিটৰ বাবে পাৰ্কিং কৰিছিল লোকজনে। পাৰ্কিং কৰি চাহ খাবলৈ গৈছিল টিংকু চলিহাই। সেই সুযোগতে দুৰ্বৃত্তই সংঘটিত কৰে এই লুটপাতৰ ঘটনা। পুৱা প্ৰায় ৯ বজাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনাটো। ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। অসমৰ বাতৰি / খবৰ / অসম / গুৱাহাটী / Guwahati News : গুৱাহাটীৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা, গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্তই লুটি নিলে নগদ ধন Guwahati News : গুৱাহাটীৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা, গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্তই লুটি নিলে নগদ ধন পুৱা প্ৰায় ৯ বজাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনাটো। ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। অধিক পঢ়ক … 1-MIN READ Assam Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : April 4, 2024, 11:42 am IST Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি গুৱাহাটীৰ জয়ানগৰত গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্তৰ লুটপাত। মূল্যৱান নথিৰ লগতে নগদ ধন লুটিলে দুৰ্বৃত্তৰ দলে। দিন দুপৰতে গাড়ীৰ পৰা প্ৰায় ১০ হাজাৰ টকা লুটি নিয়ে দুৰ্বৃত্তই। জয়ানগৰ পুলিচ পইণ্টৰ কাষতে এই ঘটনা সংঘটিত হৈছে। টিংকু চলিহা নামৰ লোকজনৰ অল্ট’ বহনৰ পৰা লুটিলে ধন। AS 01DV 1850 নম্বৰৰ বাহনখন ১৫ মিনিটৰ বাবে পাৰ্কিং কৰিছিল লোকজনে। পাৰ্কিং কৰি চাহ খাবলৈ গৈছিল টিংকু চলিহাই। সেই সুযোগতে দুৰ্বৃত্তই সংঘটিত কৰে এই লুটপাতৰ ঘটনা। পুৱা প্ৰায় ৯ বজাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনাটো। ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। বিজ্ঞাপন অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট অসম। Tags: Assam News , Guwahati News First Published : April 4, 2024, 11:42 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.