NEWS

এটাৰ পিছত আনটো ভূমিকম্প! ৬ ঘণ্টাত ৮০বাৰকৈ কঁপি উঠিল ভূপৃষ্ঠ!

এটাৰ পিছত আন এটাই ভূমিকম্প জোকাৰি গৈছে টাইৱান। সোমবাৰে টাইবানত অহা ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৬.৩। সোমবাৰে স্থানীয় সময় অনুসৰি ৫:০৮ বজাত টাইৱানৰ ৰাজধানী টাইপেইত প্ৰথমটো কঁপনি অনুভৱ কৰা হয়। এই কম্পনৰ তীব্ৰতা ৰিখটাৰ স্কেলত আছিল ৫.৫। সোমবাৰে বিয়লিৰ পৰা মঙলবাৰে পুৱালৈকে টাইৱানত বাৰে বাৰে কঁপি উঠেছে টাইৱান। ভূমিকম্প আৰু আফটাৰশ্বকে জোকাৰিছে টাইৱান। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ সৰ্বোচ্চ তীব্ৰতা আছিল ৬.৩। আৰু পঢ়ক: ভয়ংকৰ দুৰ্ঘটনা! জিম কৰি থাকোতে ঘটিল অঘটন, হাস্পতালৰ বিছনাত চিৎকাৰ জনপ্ৰিয় অভিনেত্ৰীৰ! চলিত মাহত টাইৱানত ভয়ংকৰ হাৰত আহিছে ভূমিকম্প। সোমবাৰে সন্ধিয়া ৫ বজাৰ পৰা মাজনিশা ১২ বজাৰ ভিতৰত দেশৰ পূব উপকূলত ৮০টাতকৈও অধিক কম্পন অনুভূত হয়। ইয়াৰ ভিতৰত সৰ্বোচ্চ তীব্ৰতা ৰেকৰ্ড কৰা হৈছে ৬.৩ আৰু ৬। দুয়োটা জোকাৰণি ইটোৱে সিটোৰ পৰা কিছু মিনিটৰ ভিতৰতে নিশা ১২ বজাৰ সম। টাইৱানত পুৱা ২:২৬ বজাত আৰু ২:৩২ বজাত। বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, ভূমিকম্পৰ কেন্দ্ৰবিন্দু পূব হুয়ালিয়ান কাউণ্টিত ৫.৫ কিলোমিটাৰ গভীৰতাত আছিল। ভূমিকম্পৰ ফলত হুয়ালিনৰ দুটা অট্টালিকা ক্ষতিগ্ৰস্ত হয়। জাপান, চীন আৰু ফিলিপাইনছতো লঘু কম্পন অনুভৱ কৰা হৈছিল। এই পৰ্যন্ত কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই। অসমৰ বাতৰি / খবৰ / বিশ্ব / Earthquake Alert: এটাৰ পিছত আনটো ভূমিকম্প! ৬ ঘণ্টাত ৮০বাৰকৈ কঁপি উঠিল ভূপৃষ্ঠ! টাইৱানত হাহাকাৰ Earthquake Alert: এটাৰ পিছত আনটো ভূমিকম্প! ৬ ঘণ্টাত ৮০বাৰকৈ কঁপি উঠিল ভূপৃষ্ঠ! টাইৱানত হাহাকাৰ এটাৰ পিছত আন এটাই ভূমিকম্প জোকাৰি গৈছে টাইৱান। সোমবাৰে টাইবানত অহা ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৬.৩। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : April 23, 2024, 4:31 pm IST Published By : kangkan deka সম্পৰ্কীয় বাতৰি এটাৰ পিছত আন এটাই ভূমিকম্প জোকাৰি গৈছে টাইৱান। সোমবাৰে টাইবানত অহা ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৬.৩। সোমবাৰে স্থানীয় সময় অনুসৰি ৫:০৮ বজাত টাইৱানৰ ৰাজধানী টাইপেইত প্ৰথমটো কঁপনি অনুভৱ কৰা হয়। এই কম্পনৰ তীব্ৰতা ৰিখটাৰ স্কেলত আছিল ৫.৫। সোমবাৰে বিয়লিৰ পৰা মঙলবাৰে পুৱালৈকে টাইৱানত বাৰে বাৰে কঁপি উঠেছে টাইৱান। ভূমিকম্প আৰু আফটাৰশ্বকে জোকাৰিছে টাইৱান। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ সৰ্বোচ্চ তীব্ৰতা আছিল ৬.৩। বিজ্ঞাপন আৰু পঢ়ক: ভয়ংকৰ দুৰ্ঘটনা! জিম কৰি থাকোতে ঘটিল অঘটন, হাস্পতালৰ বিছনাত চিৎকাৰ জনপ্ৰিয় অভিনেত্ৰীৰ! চলিত মাহত টাইৱানত ভয়ংকৰ হাৰত আহিছে ভূমিকম্প। সোমবাৰে সন্ধিয়া ৫ বজাৰ পৰা মাজনিশা ১২ বজাৰ ভিতৰত দেশৰ পূব উপকূলত ৮০টাতকৈও অধিক কম্পন অনুভূত হয়। ইয়াৰ ভিতৰত সৰ্বোচ্চ তীব্ৰতা ৰেকৰ্ড কৰা হৈছে ৬.৩ আৰু ৬। দুয়োটা জোকাৰণি ইটোৱে সিটোৰ পৰা কিছু মিনিটৰ ভিতৰতে নিশা ১২ বজাৰ সম। টাইৱানত পুৱা ২:২৬ বজাত আৰু ২:৩২ বজাত। বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, ভূমিকম্পৰ কেন্দ্ৰবিন্দু পূব হুয়ালিয়ান কাউণ্টিত ৫.৫ কিলোমিটাৰ গভীৰতাত আছিল। ভূমিকম্পৰ ফলত হুয়ালিনৰ দুটা অট্টালিকা ক্ষতিগ্ৰস্ত হয়। জাপান, চীন আৰু ফিলিপাইনছতো লঘু কম্পন অনুভৱ কৰা হৈছিল। এই পৰ্যন্ত কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট অসম। Tags: Earthquake , Taiwan First Published : April 23, 2024, 4:31 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.