NEWS

গৌৰৱ গগৈ জিকাটো আমি মনে-প্ৰাণে বিচাৰো: কৰিমউদ্দিন বৰভূঞা

‘‘নুৰুল হুদাক টিকট দিয়া হ’লে আমি সমৰ্থন দিলো হয়। কাৰণ নুৰুল হুদা সংখ্যালঘূ নেতা। কিন্তু সংখ্যালঘূৰ ভোটৰে আমি প্ৰদ্যুৎ বৰদলৈক বাৰে বাৰে জয়ী হৈ যাবলৈ নিদিওঁ। যোৱাবাৰ প্ৰদ্যুৎ বৰদলৈক জয়ী কৰাই আমি চূড়ান্ত ভুল কৰিলোঁ।’’ নগাঁৱত আজি এই মন্তব্য কৰে AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই। বৰভূঞাই লগতে কয়, “প্ৰদ্যুৎ বৰদলৈ আৰু সুৰেশ বৰা দুয়োজন বিজেপিৰ প্ৰাৰ্থী। কিন্তু এইবাৰ দুয়োজন হাৰিব। প্ৰদ্যুৎ বৰদলৈ হৰাৰ পিছত বিজেপিৰ হৈ ৰাজ্যসভালৈ যাব। আনহাতে নগাঁৱত প্ৰদ্যুৎ বৰদলৈ তৃতীয় স্থানতহে থাকিব বুলি মন্তব্য কৰি বৰভূঞাই কয়, " আমাৰ প্ৰতিদ্বন্দ্বিতা বিজেপিৰ লগতহে হ’ব। কংগ্ৰেছ নগাঁৱত তৃতীয় স্থানত হে থাকিব।” ইপিনে কংগ্ৰেছৰ সাংসদ তথা যোৰহাটৰ প্ৰাৰ্থী গৌৰৱ গগৈ জয়ী হোৱাটো মনে-প্ৰাণে বিচাৰে বুলি উল্লেখ কৰি বৰভূঁঞাই কয়, " কংগ্ৰেছৰ আটাইকেইজন প্ৰাৰ্থীৰে মুখ্যমন্ত্ৰীৰ সৈতে সম্পৰ্ক আছে। কেৱল গৌৰৱ গগৈৰ হে নাই। সংসদত অসমৰ হৈ মাত মতাৰ স্বাৰ্থত সকলোৱে গৌৰৱ গগৈক ভোট দিয়ক। এইবাৰ তেঁও জিকিব।" ৰকিবুল হুছেইনে ধুবুৰীত আজমলক তীব্ৰ প্ৰত্যাহ্বান জনাব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেঁও কয়, " অসমৰ ভিতৰতে আটাইতকৈ কম ভোট পোৱা প্ৰাৰ্থী গৰাকী হ’ব ৰকিবুল হুছেইন।" অসমৰ বাতৰি / খবৰ / অসম / নুৰুল হুদাক টিকট দিয়া হ'লে AIUDFএ নগাঁৱত প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে হয়, গৌৰৱ গগৈ জিকাটো আমি মনে-প্ৰাণে বিচাৰো: কৰিমউদ্দিন বৰভূঞা নুৰুল হুদাক টিকট দিয়া হ'লে AIUDFএ নগাঁৱত প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে হয়, গৌৰৱ গগৈ জিকাটো আমি মনে-প্ৰাণে বিচাৰো: কৰিমউদ্দিন বৰভূঞা অসমৰ ভিতৰতে আটাইতকৈ কম ভোট পোৱা প্ৰাৰ্থী হ’ব ৰকিবুল হুছেইন: কৰিমুদ্দিন বৰভূঞা অধিক পঢ়ক … 1-MIN READ Assam Nagaon,Assam Last Updated : April 3, 2024, 10:46 pm IST Published By : kangkan deka Reported By : NILUTPAL BORAH সম্পৰ্কীয় বাতৰি ‘‘নুৰুল হুদাক টিকট দিয়া হ’লে আমি সমৰ্থন দিলো হয়। কাৰণ নুৰুল হুদা সংখ্যালঘূ নেতা। কিন্তু সংখ্যালঘূৰ ভোটৰে আমি প্ৰদ্যুৎ বৰদলৈক বাৰে বাৰে জয়ী হৈ যাবলৈ নিদিওঁ। যোৱাবাৰ প্ৰদ্যুৎ বৰদলৈক জয়ী কৰাই আমি চূড়ান্ত ভুল কৰিলোঁ।’’ নগাঁৱত আজি এই মন্তব্য কৰে AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই। বৰভূঞাই লগতে কয়, “প্ৰদ্যুৎ বৰদলৈ আৰু সুৰেশ বৰা দুয়োজন বিজেপিৰ প্ৰাৰ্থী। কিন্তু এইবাৰ দুয়োজন হাৰিব। প্ৰদ্যুৎ বৰদলৈ হৰাৰ পিছত বিজেপিৰ হৈ ৰাজ্যসভালৈ যাব। বিজ্ঞাপন আনহাতে নগাঁৱত প্ৰদ্যুৎ বৰদলৈ তৃতীয় স্থানতহে থাকিব বুলি মন্তব্য কৰি বৰভূঞাই কয়, " আমাৰ প্ৰতিদ্বন্দ্বিতা বিজেপিৰ লগতহে হ’ব। কংগ্ৰেছ নগাঁৱত তৃতীয় স্থানত হে থাকিব।” ইপিনে কংগ্ৰেছৰ সাংসদ তথা যোৰহাটৰ প্ৰাৰ্থী গৌৰৱ গগৈ জয়ী হোৱাটো মনে-প্ৰাণে বিচাৰে বুলি উল্লেখ কৰি বৰভূঁঞাই কয়, " কংগ্ৰেছৰ আটাইকেইজন প্ৰাৰ্থীৰে মুখ্যমন্ত্ৰীৰ সৈতে সম্পৰ্ক আছে। কেৱল গৌৰৱ গগৈৰ হে নাই। সংসদত অসমৰ হৈ মাত মতাৰ স্বাৰ্থত সকলোৱে গৌৰৱ গগৈক ভোট দিয়ক। এইবাৰ তেঁও জিকিব।" বিজ্ঞাপন ৰকিবুল হুছেইনে ধুবুৰীত আজমলক তীব্ৰ প্ৰত্যাহ্বান জনাব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেঁও কয়, " অসমৰ ভিতৰতে আটাইতকৈ কম ভোট পোৱা প্ৰাৰ্থী গৰাকী হ’ব ৰকিবুল হুছেইন।" অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট অসম। Tags: AIUDF , Gaurav Gogoi , Karimuddin Borbhuiya First Published : April 3, 2024, 10:46 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.