NEWS

জে’লত প্ৰতি পুৱা কি কৰে কেজৰিৱালে? জানিলে বিশ্বাস নহ’ব আপোনাৰ...

File Photo আবকাৰী গোচৰত তিহাৰ জে’লত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ইডিৰ দলে কেজৰিৱালক দীঘলীয়া সোধা-পোছাৰ অন্তত জিম্মাত লৈছিল। ইডিৰ জিম্মা অন্তত আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে কেজৰিৱালক জে’ললৈ প্ৰেৰণ কৰিছিল। কাৰাগাৰৰ এক সূত্ৰই কেজৰিৱালৰ দিনটোৰ কামৰ তথ্য সদৰি কৰিছে। পুৱাই উঠি কি কৰে কেজৰিৱালে? সূত্ৰ অনুসৰি, তিহাৰ জে’লত কেজৰিৱালে পৰিষ্কাৰ-পৰিচন্নতাৰে নিজৰ দিনপঞ্জী আৰম্ভ কৰে। পুৱাই উঠি অৰবিন্দ কেজৰিৱালে নিজৰ বেৰেক নিজেই পৰিষ্কাৰ কৰে। তিহাৰ জে’লত নিজৰ চেলত বন্দী সকলো আণ্ডাৰ ট্ৰায়েল কয়দীয়ে নিজেই পৰিষ্কাৰ কৰিব লাগে। জে’লৰ এই নিয়ম কেজৰিৱালৰ ক্ষেত্ৰতো কাৰ্যকৰী। সেইবাবে অৰবিন্দ কেজৰিৱালেও জে’লত নিজৰ দিনটো নিয়মীয়া প্ৰক্ৰিয়াৰেই আৰম্ভ কৰে। অৰবিন্দ কেজৰিৱালে জে’ল প্ৰশাসনৰ পৰা এখন চকী বিচাৰিছে যাতে তেওঁ কিছু সময় চকীত বহি সময় অতিবাহিত কৰিব পাৰে। উল্লেখযোগ্য যে দিল্লীৰ এখন আদালতে আবকাৰী কেলেংকাৰীত সোমবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ১৫ এপ্ৰিল পৰ্যন্ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। তেওঁক ২১ মাৰ্চৰ নিশা গ্ৰেপ্তাৰ কৰা হৈছিল। ৰাউছ এভিনিউ আদালতৰ বিশেষ চিবিআই ন্যায়াধীশ কাবেৰী বাৱেজাই ইডিয়ে আগলৈ জিম্মাত নিবিচৰাত জে’ললৈ প্ৰেৰণ কৰে কেজৰিৱালক। অসমৰ বাতৰি / খবৰ / দেশ / Kejriwal Arrested : জে’লত প্ৰতি পুৱা কি কৰে কেজৰিৱালে? জানিলে বিশ্বাস নহ’ব আপোনাৰ... মুখ্যমন্ত্ৰীয়ে কৰিবনে এই কাম! Kejriwal Arrested : জে’লত প্ৰতি পুৱা কি কৰে কেজৰিৱালে? জানিলে বিশ্বাস নহ’ব আপোনাৰ... মুখ্যমন্ত্ৰীয়ে কৰিবনে এই কাম! File Photo Kejriwal in Tihar: দিল্লীৰ এখন আদালতে আবকাৰী কেলেংকাৰীত সোমবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ১৫ এপ্ৰিল পৰ্যন্ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : April 3, 2024, 7:42 pm IST Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি আবকাৰী গোচৰত তিহাৰ জে’লত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ইডিৰ দলে কেজৰিৱালক দীঘলীয়া সোধা-পোছাৰ অন্তত জিম্মাত লৈছিল। ইডিৰ জিম্মা অন্তত আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে কেজৰিৱালক জে’ললৈ প্ৰেৰণ কৰিছিল। কাৰাগাৰৰ এক সূত্ৰই কেজৰিৱালৰ দিনটোৰ কামৰ তথ্য সদৰি কৰিছে। পুৱাই উঠি কি কৰে কেজৰিৱালে? সূত্ৰ অনুসৰি, তিহাৰ জে’লত কেজৰিৱালে পৰিষ্কাৰ-পৰিচন্নতাৰে নিজৰ দিনপঞ্জী আৰম্ভ কৰে। পুৱাই উঠি অৰবিন্দ কেজৰিৱালে নিজৰ বেৰেক নিজেই পৰিষ্কাৰ কৰে। তিহাৰ জে’লত নিজৰ চেলত বন্দী সকলো আণ্ডাৰ ট্ৰায়েল কয়দীয়ে নিজেই পৰিষ্কাৰ কৰিব লাগে। জে’লৰ এই নিয়ম কেজৰিৱালৰ ক্ষেত্ৰতো কাৰ্যকৰী। সেইবাবে অৰবিন্দ কেজৰিৱালেও জে’লত নিজৰ দিনটো নিয়মীয়া প্ৰক্ৰিয়াৰেই আৰম্ভ কৰে। অৰবিন্দ কেজৰিৱালে জে’ল প্ৰশাসনৰ পৰা এখন চকী বিচাৰিছে যাতে তেওঁ কিছু সময় চকীত বহি সময় অতিবাহিত কৰিব পাৰে। বিজ্ঞাপন উল্লেখযোগ্য যে দিল্লীৰ এখন আদালতে আবকাৰী কেলেংকাৰীত সোমবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ১৫ এপ্ৰিল পৰ্যন্ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। তেওঁক ২১ মাৰ্চৰ নিশা গ্ৰেপ্তাৰ কৰা হৈছিল। ৰাউছ এভিনিউ আদালতৰ বিশেষ চিবিআই ন্যায়াধীশ কাবেৰী বাৱেজাই ইডিয়ে আগলৈ জিম্মাত নিবিচৰাত জে’ললৈ প্ৰেৰণ কৰে কেজৰিৱালক। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট অসম। Tags: ARVIND KEJRIWAL First Published : April 3, 2024, 7:42 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.