NEWS

HSLCত জিলিকি উঠিল পিতৃহাৰা অল্পিতা কাকতি, সপোন পূৰণ হ’ল মাতৃৰ

দৰিদ্ৰতাক নেওচি সফলতাৰে উত্তীৰ্ণ হৈ কাজিৰঙালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ প্রবল ইচ্ছাশক্তি আৰু মনোবল দৃঢ় হ’লে কোনোধৰণৰ প্রতিবন্ধকতাই যে হেঙাৰ হ’ব নোৱাৰে। এই কথাষাৰকে পুনৰ প্ৰমাণ কৰি দেখুৱালে কাজিৰঙাৰ দিৰিঙৰ অল্পিতা কাকতীয়ে ৷ শনিবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মুঠ ৭২% নম্বৰেৰে দুটা বিষয়ত লেটাৰ নম্বৰসহ উত্তীৰ্ণ হৈছে অল্পিতা কাকতিয়ে ৷ পিতৃহাৰা অল্পিতাৰ মাতৃ এগৰাকী শিপিনী ৷ এই কৰ্মৰ দ্বাৰাই নিজৰ একমাত্ৰ জীয়ৰীক পঢ়োৱাইছিল আৰু আজি দৰিদ্ৰতাক নেওচি সফলতাৰে উত্তীৰ্ণ হৈ কাজিৰঙালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ উল্লেখ্য যে শনিবাৰে ঘোষিত হোৱা মেট্ৰিক পৰীক্ষাৰ ফলাফলত মুঠ উত্তীৰ্ণ ৩,১৭,৩১৭গৰাকী শিক্ষাৰ্থী। ফলাফল অনুসৰি এইবাৰ মুঠ ৭৫.৭ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে পৰীক্ষাত। ইয়াৰ ভিতৰত ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৭৭.৩ শতাংশ আৰু ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৭৪.৪ শতাংশ। আনহাতে, তৃতীয় লিংগৰ উত্তীৰ্ণৰ হাৰ ৮০ শতাংশ। ফলাফল অনুসৰি, এইবাৰ ডিষ্টিংচন পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৬,৩৯২ গৰাকী, ষ্টাৰ নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২০,৫৫২ গৰাকী, প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা ১,০৫,৮৭৩ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা ১,৫০,৭৬৪ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৬০,৬৮০ গৰাকী। অসমৰ বাতৰি / খবৰ / Kaziranga / HSLC Results : প্রবল ইচ্ছাশক্তি আৰু মনোবল দৃঢ় হ’লে কোনোধৰণৰ প্রতিবন্ধকতাই যে হেঙাৰ হ’ব নোৱাৰে, HSLCত জিলিকি উঠিল পিতৃহাৰা অল্পিতা কাকতি HSLC Results : প্রবল ইচ্ছাশক্তি আৰু মনোবল দৃঢ় হ’লে কোনোধৰণৰ প্রতিবন্ধকতাই যে হেঙাৰ হ’ব নোৱাৰে, HSLCত জিলিকি উঠিল পিতৃহাৰা অল্পিতা কাকতি দৰিদ্ৰতাক নেওচি সফলতাৰে উত্তীৰ্ণ হৈ কাজিৰঙালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ শনিবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মুঠ ৭২% নম্বৰেৰে দুটা বিষয়ত লেটাৰ নম্বৰসহ উত্তীৰ্ণ হৈছে অল্পিতা কাকতিয়ে ৷ অধিক পঢ়ক … 1-MIN READ local18 Golaghat,Golaghat,Assam Last Updated : April 21, 2024, 7:58 pm IST Published By : kangkan deka Reported By : Sri Piush Das সম্পৰ্কীয় বাতৰি প্রবল ইচ্ছাশক্তি আৰু মনোবল দৃঢ় হ’লে কোনোধৰণৰ প্রতিবন্ধকতাই যে হেঙাৰ হ’ব নোৱাৰে। এই কথাষাৰকে পুনৰ প্ৰমাণ কৰি দেখুৱালে কাজিৰঙাৰ দিৰিঙৰ অল্পিতা কাকতীয়ে ৷ শনিবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মুঠ ৭২% নম্বৰেৰে দুটা বিষয়ত লেটাৰ নম্বৰসহ উত্তীৰ্ণ হৈছে অল্পিতা কাকতিয়ে ৷ পিতৃহাৰা অল্পিতাৰ মাতৃ এগৰাকী শিপিনী ৷ এই কৰ্মৰ দ্বাৰাই নিজৰ একমাত্ৰ জীয়ৰীক পঢ়োৱাইছিল আৰু আজি দৰিদ্ৰতাক নেওচি সফলতাৰে উত্তীৰ্ণ হৈ কাজিৰঙালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ বিজ্ঞাপন উল্লেখ্য যে শনিবাৰে ঘোষিত হোৱা মেট্ৰিক পৰীক্ষাৰ ফলাফলত মুঠ উত্তীৰ্ণ ৩,১৭,৩১৭গৰাকী শিক্ষাৰ্থী। ফলাফল অনুসৰি এইবাৰ মুঠ ৭৫.৭ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে পৰীক্ষাত। ইয়াৰ ভিতৰত ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৭৭.৩ শতাংশ আৰু ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৭৪.৪ শতাংশ। আনহাতে, তৃতীয় লিংগৰ উত্তীৰ্ণৰ হাৰ ৮০ শতাংশ। ফলাফল অনুসৰি, এইবাৰ ডিষ্টিংচন পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৬,৩৯২ গৰাকী, ষ্টাৰ নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২০,৫৫২ গৰাকী, প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা ১,০৫,৮৭৩ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা ১,৫০,৭৬৪ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৬০,৬৮০ গৰাকী। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট অসম। Tags: Assam Board HSLC result , local18 First Published : April 21, 2024, 7:58 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.