পৱন গগৈ: সম্প্ৰসাৰণ হ’ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীশ্রী শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আজি অসম মন্ত্রীসভাৰ নৱনিযুক্ত মন্ত্ৰীসকলে শপত গ্ৰহণ কৰে। বিধায়ক প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালাই আজি মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নৱনিযুক্ত মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰায়। নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পাছতে ব্যাপক হাৰত হ’ব ডঃ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ দপ্তৰৰ ৰদবদল। সেই অনুসৰি মুখ্যমন্ত্ৰীয়ে বহুকেইটা দপ্তৰ নিজৰ হাততে ৰখাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰীৰ হাতত থকা স্বাস্থ্য আৰু পৰিকল্পনা বিভাগৰ দায়িত্ব দিব পাৰে জয়ন্ত মল্ল বৰুৱাক। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰ প্ৰশান্ত ফুকনে লাভ কৰাৰ সম্ভাৱনা। একেদৰে আবকাৰী দপ্তৰ পাব পাৰে কৌশিক ৰায়ে। আৰু পঢ়ক: মন্ত্ৰিত্ব লাভ কৰা আটাইকেইগৰাকী বিধায়ক দলৰ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু শক্তিশালী নেতাঃ মন্ত্ৰী পীযুষ হাজৰিকা আনফালে পৰ্যটন আৰু শ্ৰম, চাহ জনগোষ্ঠী কল্যাণ দপ্তৰ পাব পাৰে ৰূপেশ গোৱালাই। কৃষ্ণেন্দু পালে শক্তি বিভাগৰ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা। জয়ন্ত মল্ল বৰুৱাৰ পৰা কৰ্তন হ’ব পাৰে পৰ্যটন বিভাগ। কেশৱ মহন্তৰ পৰা কৰ্তন হ’ব পাৰে আবকাৰী বিভাগ। ৰণজিত দাসৰ পৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰ কৰ্তনৰ সম্ভাৱনা। সোমবাৰে দপ্তৰ বিতৰণৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। অসমৰ বাতৰি / খবৰ / অসম / Assam: সম্প্ৰসাৰণ হ’ল ডঃ হিমন্ত বিশ্ব শর্মাৰ মন্ত্ৰীসভা, কোনে লাভ কৰিব কি দপ্তৰ? বৰ্তমানৰ কোন মন্ত্ৰীৰ পৰা কৰ্তন হ’ব পাৰে কোন বিভাগ? Assam: সম্প্ৰসাৰণ হ’ল ডঃ হিমন্ত বিশ্ব শর্মাৰ মন্ত্ৰীসভা, কোনে লাভ কৰিব কি দপ্তৰ? বৰ্তমানৰ কোন মন্ত্ৰীৰ পৰা কৰ্তন হ’ব পাৰে কোন বিভাগ? সম্প্ৰসাৰণ হ’ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীশ্রী শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আজি অসম মন্ত্রীসভাৰ নৱনিযুক্ত মন্ত্ৰীসকলে শপত গ্ৰহণ কৰে। অধিক পঢ়ক … 1-MIN READ Assam Assam Last Updated : December 7, 2024, 11:55 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka সম্পৰ্কীয় বাতৰি পৱন গগৈ: সম্প্ৰসাৰণ হ’ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীশ্রী শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আজি অসম মন্ত্রীসভাৰ নৱনিযুক্ত মন্ত্ৰীসকলে শপত গ্ৰহণ কৰে। বিধায়ক প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালাই আজি মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নৱনিযুক্ত মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰায়। বিজ্ঞাপন নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পাছতে ব্যাপক হাৰত হ’ব ডঃ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ দপ্তৰৰ ৰদবদল। সেই অনুসৰি মুখ্যমন্ত্ৰীয়ে বহুকেইটা দপ্তৰ নিজৰ হাততে ৰখাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰীৰ হাতত থকা স্বাস্থ্য আৰু পৰিকল্পনা বিভাগৰ দায়িত্ব দিব পাৰে জয়ন্ত মল্ল বৰুৱাক। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰ প্ৰশান্ত ফুকনে লাভ কৰাৰ সম্ভাৱনা। একেদৰে আবকাৰী দপ্তৰ পাব পাৰে কৌশিক ৰায়ে। বিজ্ঞাপন আৰু পঢ়ক: মন্ত্ৰিত্ব লাভ কৰা আটাইকেইগৰাকী বিধায়ক দলৰ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু শক্তিশালী নেতাঃ মন্ত্ৰী পীযুষ হাজৰিকা আনফালে পৰ্যটন আৰু শ্ৰম, চাহ জনগোষ্ঠী কল্যাণ দপ্তৰ পাব পাৰে ৰূপেশ গোৱালাই। কৃষ্ণেন্দু পালে শক্তি বিভাগৰ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা। জয়ন্ত মল্ল বৰুৱাৰ পৰা কৰ্তন হ’ব পাৰে পৰ্যটন বিভাগ। কেশৱ মহন্তৰ পৰা কৰ্তন হ’ব পাৰে আবকাৰী বিভাগ। ৰণজিত দাসৰ পৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰ কৰ্তনৰ সম্ভাৱনা। সোমবাৰে দপ্তৰ বিতৰণৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam Governement , Himanta Biswa Sarma First Published : December 7, 2024, 11:55 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
Allu Arjun: বিপদে লগ এৰা নাই আল্লু অৰ্জুনৰ! পুনৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল এজাহাৰ!
December 24, 2024What’s New
Spotlight
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Featured News
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Latest From This Week
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক, হাতীগাঁও থানাৰ সন্মুখৰ পৰা আটক কৰিলে আৰক্ষীয়ে
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.