ককাৰ মুখত এটি বিশেষ গীত শুনি প্ৰেমত পৰিছিল আইতা। প্ৰেমে নামানে বয়সৰ সীমা। ৭১ বছৰীয়া ককাৰ প্ৰেমত পৰিল ৬৫ বছৰীয়া আইতা। ককাৰ এটা বিশেষ গানত প্ৰেমত পৰিল আইতা। ‘অচিনাকি ভণ্টিজনী নাজানো ক’ত ঘৰ, আছে নেকি কোনোবা জান তোমাৰ মৰমৰ’ এই গীতটি শুনি ককাৰ প্ৰেমত পৰিছিল আইতা। পৰিয়ালৰ পৰা আঁতৰি থাকি এটি নতুন ঠিকনা বিচাৰি পালে প্ৰেমিকযুগলে। এতিয়া ককা-আইতাৰ প্ৰেম আৰু বিবাহক লৈ চলিছে ব্যাপক চৰ্চা। সঁচাকৈ এখন ব্যতিক্ৰমী বিবাহ। বৃদ্ধ বয়সত মিলিছে দুটি মন। নেদেখাজনেও এইদৰে হয়তো লিখিছিল তেওঁলোকৰ জীৱন কাহিনী। ককা-আইতাৰ বিবাহক লৈ চলিছে ব্যাপক প্ৰস্তুতি। বেলতলা প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাৱাসত বাস কৰা ৭১ বছৰীয়া ককা পদ্মেশ্বৰ গোৱালাই বিয়া পাতিব মঠঘৰীয়াৰ মাতৃ নিৱাসত বাস কৰা ৬৫ বছৰীয়া জয়া প্ৰভা বৰাক। অহা ২৪ জানুৱাৰীত বিবাহপাশত আবদ্ধ হ’ব ককা-আইতা। প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাৱাসত এতিয়া বিবাহৰ পৰিৱেশ। আয়তীৰ উৰুলিৰ ধ্বনি, বিয়া নাম, বিহু গাই আনন্দ স্ফূৰ্তি কৰিছে ককা-আইতাসকলে। তেওঁলোকৰ বিয়াৰ খবৰে ৰাইজৰ মাজত সৃষ্টি কৰিছে উৎসুকতা। সমান্তৰালকৈ বিবাহখনক লৈ উৎসুকতা বাঢ়িছে বৃদ্ধাৱাসত থকা ককা-আইতাসকলৰ। আনন্দ-স্ফূৰ্তিৰ মাজেৰে অনুষ্ঠিত হ’ব বহু চৰ্চিত ককা-আইতাৰ বিয়াখন। সকলোৱে এতিয়া অহা ২৪ জানুৱাৰীলৈ অপেক্ষা কৰিছে। লগতে সকলো ৰাইজকে ককা-আইতাৰ বিবাহত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। অসমৰ বাতৰি / খবৰ / অসম / Love Story: ককাৰ মুখত এটি বিশেষ গীত শুনি প্ৰেমত পৰিছিল আইতা, এতিয়া বিবাহৰ বাবে সাজু প্ৰেমিক যুগল Love Story: ককাৰ মুখত এটি বিশেষ গীত শুনি প্ৰেমত পৰিছিল আইতা, এতিয়া বিবাহৰ বাবে সাজু প্ৰেমিক যুগল ককাৰ মুখত এটি বিশেষ গীত শুনি প্ৰেমত পৰিছিল আইতা। ককাৰ এটা বিশেষ গানত প্ৰেমত পৰিল আইতা। ‘অচিনাকি ভণ্টিজনী নাজানো ক’ত ঘৰ, আছে নেকি কোনোবা জান তোমাৰ মৰমৰ’ এই গীতটি শুনি ককাৰ প্ৰেমত পৰিছিল আইতা। অধিক পঢ়ক … 1-MIN READ local18 Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : December 8, 2024, 5:53 pm IST Whatsapp Facebook Telegram Twitter Published By : Dipankar Dutta Reported By : Ankur Chetia সম্পৰ্কীয় বাতৰি প্ৰেমে নামানে বয়সৰ সীমা। ৭১ বছৰীয়া ককাৰ প্ৰেমত পৰিল ৬৫ বছৰীয়া আইতা। ককাৰ এটা বিশেষ গানত প্ৰেমত পৰিল আইতা। ‘অচিনাকি ভণ্টিজনী নাজানো ক’ত ঘৰ, আছে নেকি কোনোবা জান তোমাৰ মৰমৰ’ এই গীতটি শুনি ককাৰ প্ৰেমত পৰিছিল আইতা। পৰিয়ালৰ পৰা আঁতৰি থাকি এটি নতুন ঠিকনা বিচাৰি পালে প্ৰেমিকযুগলে। এতিয়া ককা-আইতাৰ প্ৰেম আৰু বিবাহক লৈ চলিছে ব্যাপক চৰ্চা। সঁচাকৈ এখন ব্যতিক্ৰমী বিবাহ। বৃদ্ধ বয়সত মিলিছে দুটি মন। বিজ্ঞাপন নেদেখাজনেও এইদৰে হয়তো লিখিছিল তেওঁলোকৰ জীৱন কাহিনী। ককা-আইতাৰ বিবাহক লৈ চলিছে ব্যাপক প্ৰস্তুতি। বেলতলা প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাৱাসত বাস কৰা ৭১ বছৰীয়া ককা পদ্মেশ্বৰ গোৱালাই বিয়া পাতিব মঠঘৰীয়াৰ মাতৃ নিৱাসত বাস কৰা ৬৫ বছৰীয়া জয়া প্ৰভা বৰাক। অহা ২৪ জানুৱাৰীত বিবাহপাশত আবদ্ধ হ’ব ককা-আইতা। প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাৱাসত এতিয়া বিবাহৰ পৰিৱেশ। বিজ্ঞাপন আয়তীৰ উৰুলিৰ ধ্বনি, বিয়া নাম, বিহু গাই আনন্দ স্ফূৰ্তি কৰিছে ককা-আইতাসকলে। তেওঁলোকৰ বিয়াৰ খবৰে ৰাইজৰ মাজত সৃষ্টি কৰিছে উৎসুকতা। সমান্তৰালকৈ বিবাহখনক লৈ উৎসুকতা বাঢ়িছে বৃদ্ধাৱাসত থকা ককা-আইতাসকলৰ। আনন্দ-স্ফূৰ্তিৰ মাজেৰে অনুষ্ঠিত হ’ব বহু চৰ্চিত ককা-আইতাৰ বিয়াখন। সকলোৱে এতিয়া অহা ২৪ জানুৱাৰীলৈ অপেক্ষা কৰিছে। লগতে সকলো ৰাইজকে ককা-আইতাৰ বিবাহত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Guwahati News , local18 , love story First Published : December 8, 2024, 5:53 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
Allu Arjun: বিপদে লগ এৰা নাই আল্লু অৰ্জুনৰ! পুনৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল এজাহাৰ!
December 24, 2024What’s New
Spotlight
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Featured News
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Latest From This Week
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক, হাতীগাঁও থানাৰ সন্মুখৰ পৰা আটক কৰিলে আৰক্ষীয়ে
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.