দুলীয়াজানৰ জয়ানগৰ সাৰ্বজনীন দুৰ্গা পূজাৰ কমিটীয়ে গ্ৰহণ কৰিছে অভিনৱ প্ৰচেষ্টা। দুৰ্গা পূজা কমিটীখনৰ প্ৰচেষ্টাক একেমুখে শলাগ লৈছে সকলোৱে। পূজা মণ্ডপ নিৰ্মাণত ব্যস্ত হৈ পৰিছে শিল্পীসকল। কাৰণ পূজালৈ মাজত মাথোঁ ৩ দিন। তাতে জয়ানগৰ সাৰ্বজনীন দুৰ্গা পূজাৰ কমিটীয়ে এইবাৰ হাতত লৈছে এক গধুৰ দায়িত্ব। যিসময়ত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছে, সেইসময়তে দুলীয়াজানৰ জয়ানগৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটীয়ে লৈছে এক প্ৰশংসনীয় পদক্ষেপ। ব্যতিক্ৰমী ৰূপত সজাই তোলা হৈছে পূজা মণ্ডপটো। অসমীয়া ভাষা আৰু সাহিত্যৰ কাণ্ডাৰীসকলক নৱপ্ৰজন্মক চিনাকি কৰাই দিয়াৰ বাবে বিশেষ পদক্ষেপ হাতত লৈছে জয়ানগৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটীয়ে। অসমীয়া ভাষা আৰু সাহিত্যৰ কাণ্ডাৰীসকলৰ প্ৰতি শ্ৰদ্ধা জনাই পূজাৰ মণ্ডপভাগ বিশেষ ৰূপত নিমাৰ্ণ কৰিছে পূজা কমিটীখনে। অসমীয়া সাহিত্যৰ কাণ্ডাৰীসকলে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থসমূহৰ বেটুপাত আৰু প্ৰতিচ্ছবি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে আটকধুনীয়া পূজা মণ্ডপ। পূজা কমিটীখনৰ মূল লক্ষ্য ভাষাৰ কাণ্ডাৰীসকলৰ কৰ্মৰাজিৰ বিষয়ে নৱপ্ৰজন্মক অৱগত কৰোৱা। পূজা মণ্ডপটোত স্থান পাইছে পদ্মনাথ গোহাঞি বৰুৱা, ড° ৰীতা চৌধুৰী, মামণি ৰয়ছম গোস্বামীৰ পৰা আৰম্ভ কৰি অসমৰ বৰেণ্য সাহিত্যিকসকলৰ বিখ্যাত গ্ৰন্থসমূহে। ইতিমধ্যে পূজা মণ্ডপৰ ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে। অহা ৮ অক্টোবৰত ৰাইজৰ বাবে মণ্ডপটো মুকলি কৰি দিব উদ্যোক্তাসকলে। দুলীয়াজানৰ জয়ানগৰৰ সাৰ্বজনীন পূজা মণ্ডপৰ উদ্যোক্তাসকলে হাতত লোৱা এনে পদক্ষেপক সকলোৱে প্ৰশংসা আৰু শলাগেৰে ওপচাই পেলাইছে স্থানীয় ৰাইজে। অসমৰ বাতৰি / খবৰ / অসম / Duliajan Durga Puja: দুলীয়াজানত এখন ব্যতিক্ৰমী দুৰ্গা পূজা, অসমীয়া সাহিত্যৰ কালজয়ী গ্ৰন্থৰ প্ৰচ্ছদ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে মণ্ডপ Duliajan Durga Puja: দুলীয়াজানত এখন ব্যতিক্ৰমী দুৰ্গা পূজা, অসমীয়া সাহিত্যৰ কালজয়ী গ্ৰন্থৰ প্ৰচ্ছদ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে মণ্ডপ দুলীয়াজানৰ জয়ানগৰ সাৰ্বজনীন দুৰ্গা পূজাৰ কমিটীয়ে গ্ৰহণ কৰিছে অভিনৱ প্ৰচেষ্টা। দুৰ্গা পূজা কমিটীখনৰ প্ৰচেষ্টাক একেমুখে শলাগ লৈছে সকলোৱে। পূজা মণ্ডপ নিৰ্মাণত ব্যস্ত হৈ পৰিছে শিল্পীসকল। অধিক পঢ়ক … 1-MIN READ Assam Duliajan Oil Town,Dibrugarh,Assam Last Updated : October 6, 2024, 9:10 pm IST Whatsapp Facebook Telegram Twitter Published By : Dipankar Dutta Reported By : Sourav Garg সম্পৰ্কীয় বাতৰি দুলীয়াজানৰ জয়ানগৰ সাৰ্বজনীন দুৰ্গা পূজাৰ কমিটীয়ে গ্ৰহণ কৰিছে অভিনৱ প্ৰচেষ্টা। দুৰ্গা পূজা কমিটীখনৰ প্ৰচেষ্টাক একেমুখে শলাগ লৈছে সকলোৱে। পূজা মণ্ডপ নিৰ্মাণত ব্যস্ত হৈ পৰিছে শিল্পীসকল। কাৰণ পূজালৈ মাজত মাথোঁ ৩ দিন। তাতে জয়ানগৰ সাৰ্বজনীন দুৰ্গা পূজাৰ কমিটীয়ে এইবাৰ হাতত লৈছে এক গধুৰ দায়িত্ব। যিসময়ত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছে, সেইসময়তে দুলীয়াজানৰ জয়ানগৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটীয়ে লৈছে এক প্ৰশংসনীয় পদক্ষেপ। ব্যতিক্ৰমী ৰূপত সজাই তোলা হৈছে পূজা মণ্ডপটো। অসমীয়া ভাষা আৰু সাহিত্যৰ কাণ্ডাৰীসকলক নৱপ্ৰজন্মক চিনাকি কৰাই দিয়াৰ বাবে বিশেষ পদক্ষেপ হাতত লৈছে জয়ানগৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটীয়ে। বিজ্ঞাপন অসমীয়া ভাষা আৰু সাহিত্যৰ কাণ্ডাৰীসকলৰ প্ৰতি শ্ৰদ্ধা জনাই পূজাৰ মণ্ডপভাগ বিশেষ ৰূপত নিমাৰ্ণ কৰিছে পূজা কমিটীখনে। অসমীয়া সাহিত্যৰ কাণ্ডাৰীসকলে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থসমূহৰ বেটুপাত আৰু প্ৰতিচ্ছবি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে আটকধুনীয়া পূজা মণ্ডপ। পূজা কমিটীখনৰ মূল লক্ষ্য ভাষাৰ কাণ্ডাৰীসকলৰ কৰ্মৰাজিৰ বিষয়ে নৱপ্ৰজন্মক অৱগত কৰোৱা। পূজা মণ্ডপটোত স্থান পাইছে পদ্মনাথ গোহাঞি বৰুৱা, ড° ৰীতা চৌধুৰী, মামণি ৰয়ছম গোস্বামীৰ পৰা আৰম্ভ কৰি অসমৰ বৰেণ্য সাহিত্যিকসকলৰ বিখ্যাত গ্ৰন্থসমূহে। ইতিমধ্যে পূজা মণ্ডপৰ ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে। অহা ৮ অক্টোবৰত ৰাইজৰ বাবে মণ্ডপটো মুকলি কৰি দিব উদ্যোক্তাসকলে। দুলীয়াজানৰ জয়ানগৰৰ সাৰ্বজনীন পূজা মণ্ডপৰ উদ্যোক্তাসকলে হাতত লোৱা এনে পদক্ষেপক সকলোৱে প্ৰশংসা আৰু শলাগেৰে ওপচাই পেলাইছে স্থানীয় ৰাইজে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assamese Books , Books , duliajan , durga puja First Published : October 6, 2024, 9:10 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.