দ্বাপৰ যুগত বাণ ৰজাই এই মহাভৈৰৱ মন্দিৰৰ প্ৰতিষ্ঠা কৰিছিল । মহাভৈৰৱ হ’ল এছিয়াৰ সৰ্ববৃহৎ শিৱলিংগ থকা এটা জাগ্ৰত আৰু প্ৰসিদ্ধ শিৱ মন্দিৰ। তেজপুৰ চহৰৰ উত্তৰ দিশত অৱস্থিত এই মন্দিৰ দ্বাপৰ যুগত বান ৰজাই প্ৰতিষ্ঠা কৰিছিল। প্ৰাচীন কালত বান ৰজা আৰু তেওঁৰ জীয়ৰী ঊষাই এই মন্দিৰত পূজা অৰ্চনা কৰিছিল বুলি এক জনশ্ৰুতি আছে। পৌৰাণিক আখ্যান অনুসৰি এই মন্দিৰ ভাগ শৈল নিৰ্মিত আছিল। কিন্তু পৰবৰ্তী সময়ত মন্দিৰৰ কিছু অংশ ধ্বংস হোৱাত আহোমৰ ৰাজত্ব কালত ইয়াৰ পুনৰ নিৰ্মাণ কৰা হয়। প্ৰবাদ অনুসৰি, দ্বাপৰ যুগত বাণ ৰজাই এই মন্দিৰৰ প্ৰতিষ্ঠা কৰিছিল যদিও ইয়াতে থকা শিৱলিংগটো নিজে নিজে আবিৰ্ভাৱ হোৱা বুলি জনশ্ৰুতি আছে। সময়ৰ লগে লগে ইয়াৰ আকাৰ বৃদ্ধি পায় বুলি বহুতো লোক বিশ্বাস আছে। বৰ্তমান সময়ত মন্দিৰ দৰ্শনৰ বাবে দৈনিক পাঁচৰ পৰা সাত হাজাৰ ভক্তৰ আগমন ঘটে। শাওন মাহত প্ৰতি সোমবাৰে ইয়াৰ সংখ্যা লাখৰ ঘৰ স্পৰ্শ কৰে। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ বিদেশৰ পৰা বহুতো ভক্তই মহাভৈৰৱ মন্দিৰ দৰ্শন আৰু শিৱৰ আৰাধনা কৰিবলৈ অহা পৰিলক্ষিত হয়। অসমৰ বাতৰি / খবৰ / অসম / এছিয়াৰ সৰ্ববৃহৎ শিৱলিংগ থকা এটা জাগ্ৰত শিৱ মন্দিৰ, দ্বাপৰ যুগত প্ৰতিষ্ঠা কৰা হৈছিল মন্দিৰটো! জানেনে ক’ত আছে? এছিয়াৰ সৰ্ববৃহৎ শিৱলিংগ থকা এটা জাগ্ৰত শিৱ মন্দিৰ, দ্বাপৰ যুগত প্ৰতিষ্ঠা কৰা হৈছিল মন্দিৰটো! জানেনে ক’ত আছে? দ্বাপৰ যুগত বাণ ৰজাই এই মহাভৈৰৱ মন্দিৰৰ প্ৰতিষ্ঠা কৰিছিল । প্ৰবাদ অনুসৰি দ্বাপৰ যুগত বাণ ৰজাই এই মন্দিৰৰ প্ৰতিষ্ঠা কৰিছিল যদিও ইয়াতে থকা শিৱলিংগটো নিজে নিজে আবিৰ্ভাৱ হোৱা বুলি জনশ্ৰুতি আছে। সময়ৰ লগে লগে ইয়াৰ আকাৰ বৃদ্ধি পায় বুলি বহুতো লোক বিশ্বাস আছে অধিক পঢ়ক … 1-MIN READ local18 Assam Last Updated : November 5, 2024, 6:13 pm IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das Reported By : Gautom Jyoti Sarmah সম্পৰ্কীয় বাতৰি মহাভৈৰৱ হ’ল এছিয়াৰ সৰ্ববৃহৎ শিৱলিংগ থকা এটা জাগ্ৰত আৰু প্ৰসিদ্ধ শিৱ মন্দিৰ। তেজপুৰ চহৰৰ উত্তৰ দিশত অৱস্থিত এই মন্দিৰ দ্বাপৰ যুগত বান ৰজাই প্ৰতিষ্ঠা কৰিছিল। প্ৰাচীন কালত বান ৰজা আৰু তেওঁৰ জীয়ৰী ঊষাই এই মন্দিৰত পূজা অৰ্চনা কৰিছিল বুলি এক জনশ্ৰুতি আছে। পৌৰাণিক আখ্যান অনুসৰি এই মন্দিৰ ভাগ শৈল নিৰ্মিত আছিল। কিন্তু পৰবৰ্তী সময়ত মন্দিৰৰ কিছু অংশ ধ্বংস হোৱাত আহোমৰ ৰাজত্ব কালত ইয়াৰ পুনৰ নিৰ্মাণ কৰা হয়। বিজ্ঞাপন প্ৰবাদ অনুসৰি, দ্বাপৰ যুগত বাণ ৰজাই এই মন্দিৰৰ প্ৰতিষ্ঠা কৰিছিল যদিও ইয়াতে থকা শিৱলিংগটো নিজে নিজে আবিৰ্ভাৱ হোৱা বুলি জনশ্ৰুতি আছে। সময়ৰ লগে লগে ইয়াৰ আকাৰ বৃদ্ধি পায় বুলি বহুতো লোক বিশ্বাস আছে। বৰ্তমান সময়ত মন্দিৰ দৰ্শনৰ বাবে দৈনিক পাঁচৰ পৰা সাত হাজাৰ ভক্তৰ আগমন ঘটে। শাওন মাহত প্ৰতি সোমবাৰে ইয়াৰ সংখ্যা লাখৰ ঘৰ স্পৰ্শ কৰে। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ বিদেশৰ পৰা বহুতো ভক্তই মহাভৈৰৱ মন্দিৰ দৰ্শন আৰু শিৱৰ আৰাধনা কৰিবলৈ অহা পৰিলক্ষিত হয়। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News , local18 , Siv Temple First Published : November 5, 2024, 6:13 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
Allu Arjun: বিপদে লগ এৰা নাই আল্লু অৰ্জুনৰ! পুনৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল এজাহাৰ!
December 24, 2024What’s New
Spotlight
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Featured News
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Latest From This Week
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক, হাতীগাঁও থানাৰ সন্মুখৰ পৰা আটক কৰিলে আৰক্ষীয়ে
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.