NEWS

Joe Biden: মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে জ’ বাইডেনে, 'দেশৰ হিতৰ স্বাৰ্থত এই সিদ্ধান্ত' বুলি জনালে বাইডেনে

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰিল জ’ বাইডেন। দেওবাৰে জ’ বাইডেনে কৰিলে এই গুৰুত্বপূৰ্ণ ঘোষণা। বাইডেনে কয় যে দেশৰ হিতৰ স্বাৰ্থত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বাইডেনে ‘এক্স’ত এটা পোষ্টত কয় যে ২০২৫ চনৰ জানুৱাৰী মাহত তেওঁৰ কাৰ্যকাল শেষ নোহোৱালৈকে তেওঁ ৰাষ্ট্ৰপতি আৰু মুখ্য সেনাধ্যক্ষ হিচাপে নিজৰ ভূমিকা অব্যাহত ৰাখিব আৰু এই সপ্তাহত দেশবাসীক সম্বোধন কৰিব। pic.twitter.com/RMIRvlSOYw বাইডেনে লিখিছে, “আপোনালোকৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্মান আছিল। আৰু পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো মোৰ উদ্দেশ্য আছিল যদিও মই বিশ্বাস কৰোঁ যে মই পদত্যাগ কৰাটো মোৰ দল আৰু দেশৰ স্বাৰ্থৰ বাবে হিতকাৰী হ’ব। আৰু মোৰ বাকী থকা কাৰ্যকালৰ সময়ছোৱাত কেৱল ৰাষ্ট্ৰপতি হিচাপে মোৰ কৰ্তব্য পালন কৰাত মনোনিৱেশ কৰিম।” ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা বাইডেনৰ আঁতৰি অহাৰ সিদ্ধান্তই উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ বাবে ৰাষ্ট্ৰপতি পদৰ পথ মুকলি কৰিছে, যিগৰাকী হয়তো দেশৰ ইতিহাসত প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা। অসমৰ বাতৰি / খবৰ / বিশ্ব / Joe Biden: মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে জ’ বাইডেনে, 'দেশৰ হিতৰ স্বাৰ্থত এই সিদ্ধান্ত' বুলি জনালে বাইডেনে Joe Biden: মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে জ’ বাইডেনে, 'দেশৰ হিতৰ স্বাৰ্থত এই সিদ্ধান্ত' বুলি জনালে বাইডেনে Joe Biden: ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা বাইডেনৰ আঁতৰি অহাৰ সিদ্ধান্তই উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ বাবে ৰাষ্ট্ৰপতি পদৰ পথ মুকলি কৰিছে। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : July 22, 2024, 0:15 am IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami সম্পৰ্কীয় বাতৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰিল জ’ বাইডেন। দেওবাৰে জ’ বাইডেনে কৰিলে এই গুৰুত্বপূৰ্ণ ঘোষণা। বাইডেনে কয় যে দেশৰ হিতৰ স্বাৰ্থত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বাইডেনে ‘এক্স’ত এটা পোষ্টত কয় যে ২০২৫ চনৰ জানুৱাৰী মাহত তেওঁৰ কাৰ্যকাল শেষ নোহোৱালৈকে তেওঁ ৰাষ্ট্ৰপতি আৰু মুখ্য সেনাধ্যক্ষ হিচাপে নিজৰ ভূমিকা অব্যাহত ৰাখিব আৰু এই সপ্তাহত দেশবাসীক সম্বোধন কৰিব। বিজ্ঞাপন pic.twitter.com/RMIRvlSOYw — Joe Biden (@JoeBiden) July 21, 2024 বিজ্ঞাপন বাইডেনে লিখিছে, “আপোনালোকৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্মান আছিল। আৰু পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো মোৰ উদ্দেশ্য আছিল যদিও মই বিশ্বাস কৰোঁ যে মই পদত্যাগ কৰাটো মোৰ দল আৰু দেশৰ স্বাৰ্থৰ বাবে হিতকাৰী হ’ব। আৰু মোৰ বাকী থকা কাৰ্যকালৰ সময়ছোৱাত কেৱল ৰাষ্ট্ৰপতি হিচাপে মোৰ কৰ্তব্য পালন কৰাত মনোনিৱেশ কৰিম।” ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা বাইডেনৰ আঁতৰি অহাৰ সিদ্ধান্তই উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ বাবে ৰাষ্ট্ৰপতি পদৰ পথ মুকলি কৰিছে, যিগৰাকী হয়তো দেশৰ ইতিহাসত প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Joe Biden , World News First Published : July 22, 2024, 0:15 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.