NEWS

দৰিদ্ৰতাক সংগী কৰিয়ে পেৰিছ অলিম্পিকত উজলিব গৰীৱৰ ঘৰৰ জ্যোতি!

দৰিদ্ৰতা বাধা হৈ পৰিছিল ঠিকেই, কিন্তু অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ এই ছোৱালীজনীয়ে সেই বাধা অতিক্ৰম কৰি অংশগ্ৰহণ কৰিব অলিম্পিক গেমছ। ২৪ বছৰীয়া য়েৰৰাজী জ্যোতিৰ ঘৰ বিশাখাপট্টনমৰ কৈলাসপুৰমত। পাহাৰৰ ঢালত থকা সৰু ঘৰ এটাত দেউতাক, মাক আৰু ভাতৃৰ সৈতে থাকে। পিতৃ-মাতৃয়ে দিন হাজিৰা কৰে। অভাৱ যেন তেওঁলোকৰ সংসাৰৰ প্ৰতিদিনৰ সংগী। ‘জ্যোতিয়ে সৰুৰে পৰা ক্ৰীড়াক্ষেত্ৰত বিশেষকৈ দৌৰত অতি সক্ৰিয় আছিল। বিদ্যালয় পৰ্যায়ত তেওঁৰ শিক্ষকসকলে তেওঁক উৎসাহিত কৰিছিল। ভাল খাদ্য খোৱাৰ আমাৰ সামৰ্থ্য নাই। কিন্তু প্ৰিন্সিপালে প্ৰতিশ্ৰুতি দিছিল সহায় কৰিব বুলি। দশম শ্ৰেণীত উপনীত হোৱাৰ আগতেই জ্যোতিয়ে কেইবাটাও পদক লাভ কৰিছিল।” Local18ক এই কথা জনালে জ্যোতিৰ মাতৃ য়েৰৰাজী কুমাৰীয়ে। স্কুলৰ দেওনা পাৰ হৈ জ্যোতিয়ে কিছু লোকৰ সহায়ত হায়দৰাবাদলৈ যায়। তাতেই তেওঁ নামজ্বলা প্ৰশিক্ষকৰ ওচৰত থাকিবলৈ লয়। প্ৰশিক্ষণ লয়। প্ৰথম অৱস্থাত জ্যোতিৰ প্ৰতিভা দেখি প্ৰশিক্ষকসকল আচৰিত হৈছিল। তেওঁক জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতালৈ প্ৰেৰণ কৰা হৈছিল। জ্যোতিয়ে এটাৰ পিছত এটাকৈ পদক লাভ কৰে। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / ইয়াকে কয় উত্থান! দৰিদ্ৰতাক সংগী কৰিয়ে পেৰিছ অলিম্পিকত উজলিব গৰীৱৰ ঘৰৰ জ্যোতি! ইয়াকে কয় উত্থান! দৰিদ্ৰতাক সংগী কৰিয়ে পেৰিছ অলিম্পিকত উজলিব গৰীৱৰ ঘৰৰ জ্যোতি! Athlete Yerraji Jyothi: ২৪ বছৰীয়া য়েৰৰাজী জ্যোতিৰ ঘৰ বিশাখাপট্টনমৰ কৈলাসপুৰমত। পাহাৰৰ ঢালত থকা সৰু ঘৰ এটাত দেউতাক, মাক আৰু ভাতৃৰ সৈতে থাকে। অধিক পঢ়ক … 1-MIN READ local18 Last Updated : June 28, 2024, 10:34 am IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি দৰিদ্ৰতা বাধা হৈ পৰিছিল ঠিকেই, কিন্তু অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ এই ছোৱালীজনীয়ে সেই বাধা অতিক্ৰম কৰি অংশগ্ৰহণ কৰিব অলিম্পিক গেমছ। ২৪ বছৰীয়া য়েৰৰাজী জ্যোতিৰ ঘৰ বিশাখাপট্টনমৰ কৈলাসপুৰমত। পাহাৰৰ ঢালত থকা সৰু ঘৰ এটাত দেউতাক, মাক আৰু ভাতৃৰ সৈতে থাকে। পিতৃ-মাতৃয়ে দিন হাজিৰা কৰে। অভাৱ যেন তেওঁলোকৰ সংসাৰৰ প্ৰতিদিনৰ সংগী। ‘জ্যোতিয়ে সৰুৰে পৰা ক্ৰীড়াক্ষেত্ৰত বিশেষকৈ দৌৰত অতি সক্ৰিয় আছিল। বিদ্যালয় পৰ্যায়ত তেওঁৰ শিক্ষকসকলে তেওঁক উৎসাহিত কৰিছিল। ভাল খাদ্য খোৱাৰ আমাৰ সামৰ্থ্য নাই। কিন্তু প্ৰিন্সিপালে প্ৰতিশ্ৰুতি দিছিল সহায় কৰিব বুলি। দশম শ্ৰেণীত উপনীত হোৱাৰ আগতেই জ্যোতিয়ে কেইবাটাও পদক লাভ কৰিছিল।” Local18ক এই কথা জনালে জ্যোতিৰ মাতৃ য়েৰৰাজী কুমাৰীয়ে। বিজ্ঞাপন স্কুলৰ দেওনা পাৰ হৈ জ্যোতিয়ে কিছু লোকৰ সহায়ত হায়দৰাবাদলৈ যায়। তাতেই তেওঁ নামজ্বলা প্ৰশিক্ষকৰ ওচৰত থাকিবলৈ লয়। প্ৰশিক্ষণ লয়। প্ৰথম অৱস্থাত জ্যোতিৰ প্ৰতিভা দেখি প্ৰশিক্ষকসকল আচৰিত হৈছিল। তেওঁক জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতালৈ প্ৰেৰণ কৰা হৈছিল। জ্যোতিয়ে এটাৰ পিছত এটাকৈ পদক লাভ কৰে। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: local18 , Olympic , Paris Olympics 2024 First Published : June 28, 2024, 10:34 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.