NEWS

ইস্তানবুলৰ নাইট ক্লাবত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে দগ্ধ ২৯ জন

তুৰস্কৰ ইস্তানবুলৰ এটা নাইট ক্লাবত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। মঙলবাৰে নাইট ক্লাবটোত সংঘটিত হোৱা অগ্নিকাণ্ডটোত অগ্নিদগ্ধ হৈ ২৯ জন লোকৰ মৃত্যু হয়। জানিব পৰা মতে, পুনৰনিৰ্মাণ চলি থকা অৱস্থাতে দিনৰ ভাগতে সংঘটিত হয় এই অগ্নিকাণ্ড। ঘটনা সন্দৰ্ভত ক্লাবটোৰ মেনেজাৰসহ কেইবাজনো লোকক আটক কৰি আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে। তুৰস্কৰ চৰকাৰী সংবাদ সংস্থা Anadoluৰ তথ্য অনুসৰি, ৮ জনক অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰা হয়। তেওঁলোকৰ ভিতৰত ৭ জনৰেই অৱস্থা সংকটজনক। জানিব পৰা মতে, এটা ১৭ মহলীয়া অট্টালিকাৰ একেবাৰে তলৰ মহলাত অৱস্থিত আছিল নাইট ক্লাবটো। কিন্তু পুনৰ্নিৰ্মাণ কাৰ্য চলি থকাৰ বাবে মহলাটোত দুৱাৰ-খিৰিকিবোৰ বন্ধ আছিল। তুৰস্কৰ বেছিকটাছত সংঘটিত হৈছে এই ভয়াৱহ দুৰ্ঘটনা। স্থানীয় প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে, বন্ধ হৈ থকাৰ পিছতো নাইট ক্লাবটোত কেনেকৈ এই অগ্নিকাণ্ড সংঘটিত হ’ল সেইবিষয়ে অনুসন্ধান চলাই থকা হৈছে। দুৰ্ঘটনাটোত যিসকল লোকৰ মৃত্যু হৈছে তেওঁলোক ক্লাবটোৰ পুনৰ্নিৰ্মাণ কাৰ্যত জড়িত হৈ থকা শ্ৰমিক বুলি অনুমান কৰা হৈছে। অসমৰ বাতৰি / খবৰ / বিশ্ব / Istanbul fire: ইস্তানবুলৰ নাইট ক্লাবত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে দগ্ধ ২৯ জন, বৃদ্ধি পাব পাৰে মৃতকৰ সংখ্যা Istanbul fire: ইস্তানবুলৰ নাইট ক্লাবত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে দগ্ধ ২৯ জন, বৃদ্ধি পাব পাৰে মৃতকৰ সংখ্যা তুৰস্কৰ চৰকাৰী সংবাদ সংস্থা Anadoluৰ তথ্য অনুসৰি, ৮ জনক অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰা হয়। তেওঁলোকৰ ভিতৰত ৭ জনৰেই অৱস্থা সংকটজনক। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : April 3, 2024, 1:16 pm IST Published By : Subham Goswami সম্পৰ্কীয় বাতৰি তুৰস্কৰ ইস্তানবুলৰ এটা নাইট ক্লাবত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। মঙলবাৰে নাইট ক্লাবটোত সংঘটিত হোৱা অগ্নিকাণ্ডটোত অগ্নিদগ্ধ হৈ ২৯ জন লোকৰ মৃত্যু হয়। জানিব পৰা মতে, পুনৰনিৰ্মাণ চলি থকা অৱস্থাতে দিনৰ ভাগতে সংঘটিত হয় এই অগ্নিকাণ্ড। ঘটনা সন্দৰ্ভত ক্লাবটোৰ মেনেজাৰসহ কেইবাজনো লোকক আটক কৰি আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে। তুৰস্কৰ চৰকাৰী সংবাদ সংস্থা Anadoluৰ তথ্য অনুসৰি, ৮ জনক অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰা হয়। তেওঁলোকৰ ভিতৰত ৭ জনৰেই অৱস্থা সংকটজনক। জানিব পৰা মতে, এটা ১৭ মহলীয়া অট্টালিকাৰ একেবাৰে তলৰ মহলাত অৱস্থিত আছিল নাইট ক্লাবটো। কিন্তু পুনৰ্নিৰ্মাণ কাৰ্য চলি থকাৰ বাবে মহলাটোত দুৱাৰ-খিৰিকিবোৰ বন্ধ আছিল। তুৰস্কৰ বেছিকটাছত সংঘটিত হৈছে এই ভয়াৱহ দুৰ্ঘটনা। বিজ্ঞাপন স্থানীয় প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে, বন্ধ হৈ থকাৰ পিছতো নাইট ক্লাবটোত কেনেকৈ এই অগ্নিকাণ্ড সংঘটিত হ’ল সেইবিষয়ে অনুসন্ধান চলাই থকা হৈছে। দুৰ্ঘটনাটোত যিসকল লোকৰ মৃত্যু হৈছে তেওঁলোক ক্লাবটোৰ পুনৰ্নিৰ্মাণ কাৰ্যত জড়িত হৈ থকা শ্ৰমিক বুলি অনুমান কৰা হৈছে। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট অসম। Tags: Fire breaks , Istanbul , Turkey First Published : April 3, 2024, 1:16 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.