NEWS

নদীত খহি পৰিল এখন দলং, সন্ধানহীন ২০গৰাকীকৈ লোক, তাৰ পিছতে হাহাকাৰ

ভয়ংকৰ! শিহৰণকাৰী! গাৰ শিয়ৰি উঠা! সদাব্যস্ত এখন দলং। চলি আছিল বহু বাহনৰ অহা-যোৱা। কিন্তু সেই সময়তে সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা। এখন কণ্টেইনাৰ জাহাজৰ খুন্দাত দলং ভাঙি ভাঙি নদী পৰি যায়। টুইটাৰত ভাইৰেল হোৱা এটা ভিডিঅ’ অনুসৰি ৷ এই সংঘৰ্ষৰ পিছতে জাহাজখনত জুই লাগিছিল আৰু জাহাজখন পানীত ডুব যোৱা দেখা গৈছে। দুৰ্ঘটনাৰ পিছতে কেইবাখনো বাহনৰ লগতে প্ৰায় ২০গৰাকীকৈ লোক পানী বুৰ যায়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে উদ্ধাৰকাৰী দলে যুদ্ধকালীন গতিত আৰম্ভ কৰে উদ্ধাৰ অভিযান। বাল্টিমোৰ অগ্নিনিৰ্বাপক বাহিনীৰ যোগাযোগ সঞ্চালক কেভিন কাৰ্টৰাইটে প্ৰকাশ কৰে যে ‘‘এইটো এটা জৰুৰীকালীন অৱস্থা। বৰ্তমান আমাৰ মনোযোগ এই লোকসকলক বচাবলৈ আৰু সুস্থ কৰাৰ চেষ্টা অব্যাহত আছে।’’ 🚨BREAKING: The Francis Scott Key Bridge in Baltimore, Maryland which crosses the Patapsco River has reportedly Collapsed after a ship hit. Around 20 people are missing. Sending prayers to the victims 🙏🙏 pic.twitter.com/BsTcUzXizy আমেৰিকাৰ বাল্টিমোৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। পাটাপস্কো নদীৰ ওপৰত এই দলংখন ১৯৭৭ চনত মুকলি কৰা হৈছিল। বাল্টিমোৰ বন্দৰৰ লগতে ইষ্ট ক’ষ্টত জাহাজ চলোৱাৰ কেন্দ্ৰস্থল চহৰখনৰ বাবে ইয়াৰ গুৰুত্ব আছিল। অসমৰ বাতৰি / খবৰ / বিশ্ব / US America Baltimore Bridge Collapse: অন কেমেৰা ভাঙি পৰিল এখন সদাব্যস্ত দলং, সন্ধানহীন ২০গৰাকীকৈ লোক, উটি গ’ল বহু বাহন US America Baltimore Bridge Collapse: অন কেমেৰা ভাঙি পৰিল এখন সদাব্যস্ত দলং, সন্ধানহীন ২০গৰাকীকৈ লোক, উটি গ’ল বহু বাহন ভয়ংকৰ! শিহৰণকাৰী! গাৰ শিয়ৰি উঠা! সদাব্যস্ত এখন দলং। চলি আছিল বহু বাহনৰ অহা-যোৱা। কিন্তু সেই সময়তে সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : March 26, 2024, 4:55 pm IST Published By : kangkan deka সম্পৰ্কীয় বাতৰি ভয়ংকৰ! শিহৰণকাৰী! গাৰ শিয়ৰি উঠা! সদাব্যস্ত এখন দলং। চলি আছিল বহু বাহনৰ অহা-যোৱা। কিন্তু সেই সময়তে সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা। এখন কণ্টেইনাৰ জাহাজৰ খুন্দাত দলং ভাঙি ভাঙি নদী পৰি যায়। টুইটাৰত ভাইৰেল হোৱা এটা ভিডিঅ’ অনুসৰি ৷ এই সংঘৰ্ষৰ পিছতে জাহাজখনত জুই লাগিছিল আৰু জাহাজখন পানীত ডুব যোৱা দেখা গৈছে। বিজ্ঞাপন দুৰ্ঘটনাৰ পিছতে কেইবাখনো বাহনৰ লগতে প্ৰায় ২০গৰাকীকৈ লোক পানী বুৰ যায়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে উদ্ধাৰকাৰী দলে যুদ্ধকালীন গতিত আৰম্ভ কৰে উদ্ধাৰ অভিযান। বাল্টিমোৰ অগ্নিনিৰ্বাপক বাহিনীৰ যোগাযোগ সঞ্চালক কেভিন কাৰ্টৰাইটে প্ৰকাশ কৰে যে ‘‘এইটো এটা জৰুৰীকালীন অৱস্থা। বৰ্তমান আমাৰ মনোযোগ এই লোকসকলক বচাবলৈ আৰু সুস্থ কৰাৰ চেষ্টা অব্যাহত আছে।’’ 🚨BREAKING: The Francis Scott Key Bridge in Baltimore, Maryland which crosses the Patapsco River has reportedly Collapsed after a ship hit. Around 20 people are missing. Sending prayers to the victims 🙏🙏 pic.twitter.com/BsTcUzXizy — RanaJi🏹 (@RanaTells) March 26, 2024 আমেৰিকাৰ বাল্টিমোৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। পাটাপস্কো নদীৰ ওপৰত এই দলংখন ১৯৭৭ চনত মুকলি কৰা হৈছিল। বাল্টিমোৰ বন্দৰৰ লগতে ইষ্ট ক’ষ্টত জাহাজ চলোৱাৰ কেন্দ্ৰস্থল চহৰখনৰ বাবে ইয়াৰ গুৰুত্ব আছিল। বিজ্ঞাপন অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট অসম। Tags: America First Published : March 26, 2024, 4:55 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.