NEWS

ছাইনা নেহৱালৰ সৈতে হাতত ৰেকেট লৈ বেডমিণ্টন ক'ৰ্টত ৰাষ্ট্ৰপতি দৌপদী মূৰ্মু

শাৰী এৰি পৰিধান কৰিলে ছেলোৱাৰ-কামিজ। বেডমিণ্টন কৰ্টত এইবাৰ আন এক ৰূপত দেখা গ’ল ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু। অলিম্পিক পদক বিজয়ী ছাইনা নেহৱালৰ সৈতে হাতত ৰেকেট লৈ বেডমিণ্টন কৰ্টত দেখা গ’ল দ্ৰৌপদী মূৰ্মুক। ৰাষ্ট্ৰপতিগৰাকী এনে এক পৃথক ৰূপত দেখি হতবাক সকলো। বুধবাৰে ৰাষ্ট্ৰপতি ভৱনৰ তৰফৰ পৰা সামাজিক মাধ্যমত পোষ্ট কৰা হয় এটা ভিডিঅ’। ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ বেডমিণ্টন খেলাৰ এই ভিডিঅ’ মুহূৰ্ততে ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। ভিডিঅ’টোত দেখা গৈছে যে অলিম্পিক পদক বিজয়ী ছাইনা নেহৱালৰ সৈতে হাতত ৰেকেট লৈ বেডমিণ্টন খেলিছে দ্ৰৌপদী মূৰ্মুয়ে। খেলত এবাৰ ছাইনা নেহৱালকো পৰাস্ত কৰি দিছে ৰাষ্ট্ৰপতি মূৰ্মুৱে। President Droupadi Murmu’s natural love for sports and games was seen when she played badminton with the much-celebrated player Ms. Saina Nehwal at the Badminton Court in Rashtrapati Bhavan. The President’s inspiring step is in keeping with India’s emergence as a badminton-power… pic.twitter.com/DGjRudbzSc ৰাষ্ট্ৰপতিৰ বেডমিণ্টন খেলাৰ এই দক্ষতাক সকলোৱে প্ৰশংসা কৰিছে। একেবাৰে খেলৰ মেজাজত এদিনৰ বাবে হ’লেও দেখা গ’ল দেশৰ ৰাষ্ট্ৰপতিগৰাকীক। ৰাষ্ট্ৰপতি ভৱনৰ বেডমিণ্টন কৰ্টত একেবাৰে পেছাদাৰী খেলুৱৈৰ মেজাজত দেখা গ’ল ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / President Draupadi Murmu: অন্য এক ৰূপত ৰাষ্ট্ৰপতি! অলিম্পিক বিজয়ী ছাইনা নেহৱালৰ সৈতে হাতত ৰেকেট লৈ বেডমিণ্টন ক'ৰ্টত দ্ৰৌপদী মূৰ্মু President Draupadi Murmu: অন্য এক ৰূপত ৰাষ্ট্ৰপতি! অলিম্পিক বিজয়ী ছাইনা নেহৱালৰ সৈতে হাতত ৰেকেট লৈ বেডমিণ্টন ক'ৰ্টত দ্ৰৌপদী মূৰ্মু President Draupadi Murmu Playing Badminton With Saina Nehwal: অলিম্পিক পদক বিজয়ী ছাইনা নেহৱালৰ সৈতে হাতত ৰেকেট লৈ বেডমিণ্টন কৰ্টত দেখা গ’ল দ্ৰৌপদী মূৰ্মুক। ৰাষ্ট্ৰপতিগৰাকী এনে এক পৃথক ৰূপত দেখি হতবাক সকলো। অধিক পঢ়ক … 1-MIN READ Assam New Delhi,Delhi Last Updated : July 11, 2024, 10:21 am IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami সম্পৰ্কীয় বাতৰি শাৰী এৰি পৰিধান কৰিলে ছেলোৱাৰ-কামিজ। বেডমিণ্টন কৰ্টত এইবাৰ আন এক ৰূপত দেখা গ’ল ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু। অলিম্পিক পদক বিজয়ী ছাইনা নেহৱালৰ সৈতে হাতত ৰেকেট লৈ বেডমিণ্টন কৰ্টত দেখা গ’ল দ্ৰৌপদী মূৰ্মুক। ৰাষ্ট্ৰপতিগৰাকী এনে এক পৃথক ৰূপত দেখি হতবাক সকলো। বুধবাৰে ৰাষ্ট্ৰপতি ভৱনৰ তৰফৰ পৰা সামাজিক মাধ্যমত পোষ্ট কৰা হয় এটা ভিডিঅ’। ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ বেডমিণ্টন খেলাৰ এই ভিডিঅ’ মুহূৰ্ততে ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। ভিডিঅ’টোত দেখা গৈছে যে অলিম্পিক পদক বিজয়ী ছাইনা নেহৱালৰ সৈতে হাতত ৰেকেট লৈ বেডমিণ্টন খেলিছে দ্ৰৌপদী মূৰ্মুয়ে। খেলত এবাৰ ছাইনা নেহৱালকো পৰাস্ত কৰি দিছে ৰাষ্ট্ৰপতি মূৰ্মুৱে। বিজ্ঞাপন President Droupadi Murmu’s natural love for sports and games was seen when she played badminton with the much-celebrated player Ms. Saina Nehwal at the Badminton Court in Rashtrapati Bhavan. The President’s inspiring step is in keeping with India’s emergence as a badminton-power… pic.twitter.com/DGjRudbzSc — President of India (@rashtrapatibhvn) July 10, 2024 বিজ্ঞাপন ৰাষ্ট্ৰপতিৰ বেডমিণ্টন খেলাৰ এই দক্ষতাক সকলোৱে প্ৰশংসা কৰিছে। একেবাৰে খেলৰ মেজাজত এদিনৰ বাবে হ’লেও দেখা গ’ল দেশৰ ৰাষ্ট্ৰপতিগৰাকীক। ৰাষ্ট্ৰপতি ভৱনৰ বেডমিণ্টন কৰ্টত একেবাৰে পেছাদাৰী খেলুৱৈৰ মেজাজত দেখা গ’ল ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Draupadi Murmu , New Delhi , Saina Nehwal First Published : July 11, 2024, 10:16 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.