কয়াকুছিৰ কাৰুশিল্পীৰ কঠোৰ জীৱন-সংগ্ৰাম,উচিত মূল্যৰ অভাৱত দুৰ্দশাগ্ৰস্ত শিল্পী কয়াকুছিৰ কাৰু শিল্পীৰ কঠোৰ জীৱন-সংগ্ৰাম, উচিত মূল্যৰ অভাৱত দুৰ্দশাগ্ৰস্ত শিল্পীসকল। বৰপেটা জিলাৰ কয়াকুছিত বসবাস কৰা কাৰু শিল্পী ৰফিকুল ইছলামৰ জীৱন কাহিনীয়ে অসমৰ পৰম্পৰাগত শিল্পৰ বৰ্তমান অৱস্থাৰ এক চিত্ৰ দাঙি ধৰিছে। বিগত ২৫ বছৰ ধৰি কাৰু শিল্পৰ লগত জড়িত ৰফিকুলে নিজৰ পৰিয়ালৰ সৈতে বাঁহ আৰু বেতৰে নিৰ্মিত বিভিন্ন সা-সামগ্ৰী প্ৰস্তুত কৰি আহিছে। তেওঁলোকে ঘৰত সজাই থোৱা আলংকাৰিক বস্তুৰ লগতে দৈনন্দিন জীৱনত ব্যৱহৃত বহুতো দৰকাৰী সামগ্ৰী প্ৰস্তুত কৰে। বাঁহেৰে প্ৰস্তুত কৰিব পৰা প্ৰায় সকলো বস্তুৱে তেঁওলোকে নিৰ্মাণ কৰে বুলি তেওঁ দাবী কৰিছে। এই সামগ্ৰীসমূহৰ বজাৰ কেৱল অসমতেই সীমাবদ্ধ নহয়। অন্ধ্ৰপ্ৰদেশ, চেন্নাই, কেৰালা, মধ্যপ্ৰদেশ আদি ঠাইলৈও তেওঁলোকৰ প্ৰস্তুত কৰা সামগ্ৰী প্ৰেৰণ কৰা হয়। অৱশ্যে, ইয়াৰ পাছতো এই শিল্পীসকলৰ আৰ্থিক অৱস্থা সন্তোষজনক নহয়। তেওঁলোকে কৰা কষ্টৰ উচিত মূল্য নাপায় বুলি ৰফিকুলে অভিযোগ কৰিছে। এখন সুসংগঠিত বজাৰৰ অভাৱত তেওঁলোকৰ পৰিশ্ৰমৰ প্ৰকৃত মূল্য নোপোৱাৰ কথা তেওঁ উল্লেখ কৰিছে। কাৰু কলাত নিপুণ এই শিল্পীসকলে দশকৰ পাছত দশক ধৰি এই ঐতিহ্যবাহী শিল্পটোক জীয়াই ৰাখিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে,তেওঁলোকৰ এই অমূল্য অৱদানৰ পিছতো কোনোমতে দুবেলা দুমুঠি খাই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। অসমৰ বাতৰি / খবৰ / অসম / Barpeta News: কয়াকুছিৰ কাৰু শিল্পীৰ কঠোৰ জীৱন-সংগ্ৰাম, উচিত মূল্যৰ অভাৱত দুৰ্দশাগ্ৰস্ত শিল্পীসকল Barpeta News: কয়াকুছিৰ কাৰু শিল্পীৰ কঠোৰ জীৱন-সংগ্ৰাম, উচিত মূল্যৰ অভাৱত দুৰ্দশাগ্ৰস্ত শিল্পীসকল কয়াকুছিৰ কাৰুশিল্পীৰ কঠোৰ জীৱন-সংগ্ৰাম,উচিত মূল্যৰ অভাৱত দুৰ্দশাগ্ৰস্ত শিল্পী তেওঁলোকে ঘৰত সজাই থোৱা আলংকাৰিক বস্তুৰ লগতে দৈনন্দিন জীৱনত ব্যৱহৃত বহুতো দৰকাৰী সামগ্ৰী প্ৰস্তুত কৰে। বাঁহেৰে প্ৰস্তুত কৰিব পৰা প্ৰায় সকলো বস্তুৱে তেঁওলোকে নিৰ্মাণ কৰে অধিক পঢ়ক … 1-MIN READ local18 Barpeta,Barpeta,Assam Last Updated : October 6, 2024, 11:57 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Jilious Das সম্পৰ্কীয় বাতৰি কয়াকুছিৰ কাৰু শিল্পীৰ কঠোৰ জীৱন-সংগ্ৰাম, উচিত মূল্যৰ অভাৱত দুৰ্দশাগ্ৰস্ত শিল্পীসকল। বৰপেটা জিলাৰ কয়াকুছিত বসবাস কৰা কাৰু শিল্পী ৰফিকুল ইছলামৰ জীৱন কাহিনীয়ে অসমৰ পৰম্পৰাগত শিল্পৰ বৰ্তমান অৱস্থাৰ এক চিত্ৰ দাঙি ধৰিছে। বিগত ২৫ বছৰ ধৰি কাৰু শিল্পৰ লগত জড়িত ৰফিকুলে নিজৰ পৰিয়ালৰ সৈতে বাঁহ আৰু বেতৰে নিৰ্মিত বিভিন্ন সা-সামগ্ৰী প্ৰস্তুত কৰি আহিছে। বিজ্ঞাপন তেওঁলোকে ঘৰত সজাই থোৱা আলংকাৰিক বস্তুৰ লগতে দৈনন্দিন জীৱনত ব্যৱহৃত বহুতো দৰকাৰী সামগ্ৰী প্ৰস্তুত কৰে। বাঁহেৰে প্ৰস্তুত কৰিব পৰা প্ৰায় সকলো বস্তুৱে তেঁওলোকে নিৰ্মাণ কৰে বুলি তেওঁ দাবী কৰিছে। এই সামগ্ৰীসমূহৰ বজাৰ কেৱল অসমতেই সীমাবদ্ধ নহয়। অন্ধ্ৰপ্ৰদেশ, চেন্নাই, কেৰালা, মধ্যপ্ৰদেশ আদি ঠাইলৈও তেওঁলোকৰ প্ৰস্তুত কৰা সামগ্ৰী প্ৰেৰণ কৰা হয়। অৱশ্যে, ইয়াৰ পাছতো এই শিল্পীসকলৰ আৰ্থিক অৱস্থা সন্তোষজনক নহয়। তেওঁলোকে কৰা কষ্টৰ উচিত মূল্য নাপায় বুলি ৰফিকুলে অভিযোগ কৰিছে। এখন সুসংগঠিত বজাৰৰ অভাৱত তেওঁলোকৰ পৰিশ্ৰমৰ প্ৰকৃত মূল্য নোপোৱাৰ কথা তেওঁ উল্লেখ কৰিছে। বিজ্ঞাপন কাৰু কলাত নিপুণ এই শিল্পীসকলে দশকৰ পাছত দশক ধৰি এই ঐতিহ্যবাহী শিল্পটোক জীয়াই ৰাখিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে,তেওঁলোকৰ এই অমূল্য অৱদানৰ পিছতো কোনোমতে দুবেলা দুমুঠি খাই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Barpeta , local18 First Published : October 6, 2024, 11:57 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.