দীপাৱলীৰ আনন্দৰ মাজতে এক দুখৰ খবৰ। বলীউদপ জনপ্ৰিয় অভিনেতা টনি মীৰচান্দানিৰ মৃত্যু। ‘ক’য়ী মিল গয়া’ আৰু ‘গদৰ’ আদি ছবিত অভিনয়েৰে দৰ্শকৰ মন জয় কৰিছিল অভিনেতাগৰাকীয়ে। দীৰ্ঘদিন স্বাস্থ্যজনিত সমস্যাত ভূগি আছিল জনপ্ৰিয় অভিনেতাগৰাকীয়ে। কিন্তু অৱশেষত সকলোকে কন্দুৱাই গুচি গ’ল জনপ্ৰিয় অভিনেতাগৰাকীয়ে। টনি মীৰচান্দানিৰ মৃত্যুত সকলো মাজত পৰিছে শোকৰ ছাঁ। আৰু পঢ়ক: মঞ্চত দৰ্শকৰ সন্মুখত অভিনয় কৰিছে পুত্ৰই, বাহিৰত জীৱন নাটৰ সামৰণি মাৰিলে পিতৃয়ে! পিতৃৰ মৃত্যুৰ খবৰ লাভ কৰিও কৰ্তব্যনিষ্ঠাৰ পৰিচয় দিলে এগৰাকী অভিনেতাই! চলচ্চিত্ৰৰ উপৰিও টনি মীৰচান্দানিয়ে একাধিক টিভিত শ্ব’ত কাম কৰিছিল। এগৰাকী প্ৰতিভাৱান অভিনেতা আছিল টনি মীৰচান্দানি। ‘গদৰ’ ছবি অভিনয়ৰ বাবে দৰ্শকে ভূয়সী প্ৰশংসা কৰিছিল টনি মীৰচান্দানিক। আৰু পঢ়ক: সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ আজি ত্ৰয়োদশ সংখ্যক মৃত্যু বাৰ্ষিকী, ৰাজ্যজুৰি স্মৰণ অসমীয়াৰ হিয়াৰ আমঠু ড॰ ভূপেন হাজৰিকাক আনহাতে টেলিভিচনৰ অভিনয়তো জনপ্ৰিয় মুখ আছিল টনি মীৰচান্দানি। একাধিক টেলিভিচনৰ শ্ব’ত অভিনয় কৰিছিল টনি মীৰচান্দানিয়ে। জটিল চৰিত্ৰত অভিনয়ৰ ক্ষেত্ৰত পাৰদৰ্শী আছিল টনি মীৰচান্দানি। আৰু পঢ়ক: পাৰ হ’ল ৫টা মাহ, অসম আৰক্ষী-CIDৰ চৰম ব্যৰ্থতা! ক’ত হেৰাই গ’ল ঢকুৱাখনাৰ সুনীল গগৈ? কেতিয়াবা ভেদ হ’বনে সুনীল-কাণ্ডৰ ৰহস্য? সংবাদ মাধ্যমৰ বাতৰি অনুসৰি টনি মিৰচান্দনি দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল, যাৰ বাবে তেওঁৰ মৃত্যু হয়। অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰে তেওঁৰ অনুৰাগী আৰু চলচ্চিত্ৰ উদ্যোগৰ সকলোকে স্তম্ভিত কৰি তুলিছে। কেৱল চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবেই নহয়, তেওঁৰ সজীৱ ব্যক্তিত্ব আৰু ইতিবাচক প্ৰভাৱৰ বাবেও তেওঁলোকে তেওঁক স্মৰণ কৰিব। None
Popular Tags:
Share This Post:
Allu Arjun: বিপদে লগ এৰা নাই আল্লু অৰ্জুনৰ! পুনৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল এজাহাৰ!
December 24, 2024What’s New
Spotlight
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Featured News
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Latest From This Week
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক, হাতীগাঁও থানাৰ সন্মুখৰ পৰা আটক কৰিলে আৰক্ষীয়ে
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.