কালী পূজাৰ নিশা কেনেকৈ সংঘটিত হৈছিল খানাপাৰাৰ দুৰ্ঘটনা? CCTvত বন্দী দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য। শুকুৰবাৰৰ পুৱতি নিশা ৩ বাজি ৪০ মিনিটৰ ঘটনা। দুৰ্ঘটনাস্থলী গণেশগুৰি-খানাপাৰা পথত প্ৰথমে দেখা গৈছে বগা ৰঙৰ ৩ খন গাড়ী। খানাপাৰৰ ফালৰ পৰা যোৱা গাড়ীখন সোমাই যায় অসম লোকসেৱা ভৱনৰ দিশে। বিপৰীত দিশৰ পৰা অহা এখন বাহন আঁতৰি যায় খানাপাৰৰ দিশে। AS01EG0820 নম্বৰৰ স্কৰপিঅ’খনৰ চালকে ইণ্ডিকেটৰ জ্বলাই তিনিআলীটোত UTurn লোৱাৰ চেষ্টা কৰিছে। গাড়ীখন আনটো লেনৰ মাজভাগ পাওতেই তীব্ৰ বেগে খুন্দা মাৰিলে খানাপাৰৰ দিশৰ পৰা অহা ক’লা ৰঙৰ স্কৰপিঅ’খনে। বগা ৰঙৰ স্কৰপিঅ’খনৰ সন্মূখৰ বাওদিশে খুন্দিয়াই চিটিকি পৰিল ফুটব্ৰিজত। ফুটব্ৰিজৰ ৰেলিঙত মৰা খুন্দাত সুলকি পৰিল ক’লা স্কৰ’পিঅ’ৰ চাৰিওটা চকা। তাৰ এখন্তেক পাছত ঘটনাস্থলীতে মৃত্যু হ’ল দীপিত দে’ আৰু কনামিকা নাৰ্জাৰীৰ। কিন্তু এনে এটা ভয়ংকৰ দুৰ্ঘটনাতো কোনো হানি বিঘিনি নোহোৱাকৈ সাৰি গ’ল ক’লা ৰঙৰ স্কৰপিঅ’ৰ পাছৰ চিট বেল্ট বান্ধি অহা গহপুৰৰ নেহা বসুমতাৰী নামৰ যুৱতীগৰাকী। কালী পূজাৰ নিশাৰ এই ভয়ংকৰ দুৰ্ঘটনাৰ সাক্ষী হৈ ৰ’ল অসম লোকসেৱা ভৱনৰ দিশৰ পৰা গণেশগুৰিৰ ফালে যাবলৈ বাইকেৰে অহা এই লোকজন। যিজন প্ৰত্যক্ষদৰ্শীয়ে ঘটনাৰ দিনাই দিছিল দুৰ্ঘটনাৰ শিহৰণকাৰী বৰ্ণনা। কালী পূজাৰ নিশা আঢ়ৈ বজাত শ্ৰীনগৰৰ ৰাজধানী এপাৰ্টমেণ্টৰ পৰা ক’লা ৰঙৰ স্কৰপিঅ’খন লৈ ওলাই অহা দীপিত দে’ৰ সৈতে গোঁসাইগাঁৱৰ কনামিকা নাৰ্জাৰীৰ মৃত্যুক আজিও সহজে ল’ব পৰা নাই বহুজনে। অসমৰ বাতৰি / খবৰ / অসম / Guwahati Accident: কালী পূজাৰ নিশা কেনেকৈ সংঘটিত হৈছিল খানাপাৰাৰ ভয়াৱহ দুৰ্ঘটনা? CCTVত বন্দী দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য Guwahati Accident: কালী পূজাৰ নিশা কেনেকৈ সংঘটিত হৈছিল খানাপাৰাৰ ভয়াৱহ দুৰ্ঘটনা? CCTVত বন্দী দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য কিন্তু এনে এটা ভয়ংকৰ দুৰ্ঘটনাতো কোনো হানি বিঘিনি নোহোৱাকৈ সাৰি গ’ল ক’লা ৰঙৰ স্কৰপিঅ’ৰ পাছৰ চিট বেল্ট বান্ধি অহা গহপুৰৰ নেহা বসুমতাৰী নামৰ যুৱতীগৰাকী। কালী পূজাৰ নিশাৰ এই ভয়ংকৰ দুৰ্ঘটনাৰ সাক্ষী হৈ ৰ’ল অসম লোকসেৱা ভৱনৰ দিশৰ পৰা গণেশগুৰিৰ ফালে যাবলৈ বাইকেৰে অহা এই লোকজন। অধিক পঢ়ক … 1-MIN READ Assam Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : November 4, 2024, 11:51 pm IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami Reported By : Birinchi Kumar Deka Written By : Moni Bhattacharjee সম্পৰ্কীয় বাতৰি কালী পূজাৰ নিশা কেনেকৈ সংঘটিত হৈছিল খানাপাৰাৰ দুৰ্ঘটনা? CCTvত বন্দী দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য। শুকুৰবাৰৰ পুৱতি নিশা ৩ বাজি ৪০ মিনিটৰ ঘটনা। দুৰ্ঘটনাস্থলী গণেশগুৰি-খানাপাৰা পথত প্ৰথমে দেখা গৈছে বগা ৰঙৰ ৩ খন গাড়ী। খানাপাৰৰ ফালৰ পৰা যোৱা গাড়ীখন সোমাই যায় অসম লোকসেৱা ভৱনৰ দিশে। বিপৰীত দিশৰ পৰা অহা এখন বাহন আঁতৰি যায় খানাপাৰৰ দিশে। AS01EG0820 নম্বৰৰ স্কৰপিঅ’খনৰ চালকে ইণ্ডিকেটৰ জ্বলাই তিনিআলীটোত UTurn লোৱাৰ চেষ্টা কৰিছে। গাড়ীখন আনটো লেনৰ মাজভাগ পাওতেই তীব্ৰ বেগে খুন্দা মাৰিলে খানাপাৰৰ দিশৰ পৰা অহা ক’লা ৰঙৰ স্কৰপিঅ’খনে। বগা ৰঙৰ স্কৰপিঅ’খনৰ সন্মূখৰ বাওদিশে খুন্দিয়াই চিটিকি পৰিল ফুটব্ৰিজত। ফুটব্ৰিজৰ ৰেলিঙত মৰা খুন্দাত সুলকি পৰিল ক’লা স্কৰ’পিঅ’ৰ চাৰিওটা চকা। তাৰ এখন্তেক পাছত ঘটনাস্থলীতে মৃত্যু হ’ল দীপিত দে’ আৰু কনামিকা নাৰ্জাৰীৰ। কিন্তু এনে এটা ভয়ংকৰ দুৰ্ঘটনাতো কোনো হানি বিঘিনি নোহোৱাকৈ সাৰি গ’ল ক’লা ৰঙৰ স্কৰপিঅ’ৰ পাছৰ চিট বেল্ট বান্ধি অহা গহপুৰৰ নেহা বসুমতাৰী নামৰ যুৱতীগৰাকী। কালী পূজাৰ নিশাৰ এই ভয়ংকৰ দুৰ্ঘটনাৰ সাক্ষী হৈ ৰ’ল অসম লোকসেৱা ভৱনৰ দিশৰ পৰা গণেশগুৰিৰ ফালে যাবলৈ বাইকেৰে অহা এই লোকজন। যিজন প্ৰত্যক্ষদৰ্শীয়ে ঘটনাৰ দিনাই দিছিল দুৰ্ঘটনাৰ শিহৰণকাৰী বৰ্ণনা। কালী পূজাৰ নিশা আঢ়ৈ বজাত শ্ৰীনগৰৰ ৰাজধানী এপাৰ্টমেণ্টৰ পৰা ক’লা ৰঙৰ স্কৰপিঅ’খন লৈ ওলাই অহা দীপিত দে’ৰ সৈতে গোঁসাইগাঁৱৰ কনামিকা নাৰ্জাৰীৰ মৃত্যুক আজিও সহজে ল’ব পৰা নাই বহুজনে। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News , Guwahati , Tragic Road Accident First Published : November 4, 2024, 11:51 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
Allu Arjun: বিপদে লগ এৰা নাই আল্লু অৰ্জুনৰ! পুনৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল এজাহাৰ!
December 24, 2024What’s New
Spotlight
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Featured News
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Latest From This Week
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক, হাতীগাঁও থানাৰ সন্মুখৰ পৰা আটক কৰিলে আৰক্ষীয়ে
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.