NEWS

৪১ বছৰৰ পিছতে ন-ৰূপত আহিব ‘ককা দেউতা নাতি আৰু হাতী-২’

নতুন ৰূপত ছবিগৃহলৈ আহি আছে ককা দেউতা নাতি আৰু হাতী ২ । ছবিগৃহলৈ আহি আছে অসমীয়া ছবি ককা দেউতা নাতি আৰু হাতী ২। পুনৰবাৰ অসমবাসীয়ে উপহাৰ পাব পূৰ্বতে জনপ্ৰিয়তা লাভ কৰা এই ছবিখন। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ বেনাৰত নিৰ্মাণ হ’ব লগা ছবিখনৰ আজি জ্যোতি চিত্ৰবনত শুভ মহুৰত অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ছবিখনত অভিনয় কৰিব জনপ্ৰিয় অভিনেতা যতীন বৰা, উৎপল দাস, সিদ্ধাৰ্থ শৰ্মা, বিবেক বৰা, কমল লোচন দাস, যশশ্ৰী ভূঞা প্ৰমুখ্যে বহু শিল্পীয়ে। মাংগলিক কাৰ্যৰে আজিৰে পৰা আৰম্ভ কৰে ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম। ছবিখনৰ প্ৰথম দৃশ্যগ্ৰহণ হিচাপে হাতীটোৰ আজি কিছু দৃশ্যগ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ধাৰণাৰ আধাৰত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ বেনাৰত নিৰ্মাণ কৰা হ’ব ককা দেউতা নাতি আৰু হাতী ২। পূৰ্বতে জনপ্ৰিয়তা লাভ কৰা এই ছবিখনত শিশু চৰিত্ৰত অভিনয় কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। শুভ মহুৰত অনুষ্ঠানত উপস্থিত থাকে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মা, জনপ্ৰিয় অভিনেতা যতীন বৰা, উৎপল দাস, সিদ্ধাৰ্থ শৰ্মা প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি। এখন উন্নত মানদণ্ডৰ অসমীয়া ছবি অসমবাসীক উপহাৰ দিবলৈ সক্ষম হ’ব বুলি আশাবাদী প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাৰ লগতে ছবিখনৰ লগত জড়িত হোৱা সকলো শিল্পী। অসমৰ বাতৰি / খবৰ / মনোৰঞ্জন / একালৰ অসমীয়া হিট ছবি ‘ককা দেউতা নাতি আৰু হাতী’, ৪১ বছৰৰ পিছতে আহিব ‘ককা দেউতা নাতি আৰু হাতী-২’ একালৰ অসমীয়া হিট ছবি ‘ককা দেউতা নাতি আৰু হাতী’, ৪১ বছৰৰ পিছতে আহিব ‘ককা দেউতা নাতি আৰু হাতী-২’ নতুন ৰূপত ছবিগৃহলৈ আহি আছে ককা দেউতা নাতি আৰু হাতী ২ । ছবিগৃহলৈ আহি আছে অসমীয়া ছবি ককা দেউতা নাতি আৰু হাতী ২। অধিক পঢ়ক … 1-MIN READ local18 Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : May 29, 2024, 4:59 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Ankur Chetia সম্পৰ্কীয় বাতৰি ছবিগৃহলৈ আহি আছে অসমীয়া ছবি ককা দেউতা নাতি আৰু হাতী ২। পুনৰবাৰ অসমবাসীয়ে উপহাৰ পাব পূৰ্বতে জনপ্ৰিয়তা লাভ কৰা এই ছবিখন। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ বেনাৰত নিৰ্মাণ হ’ব লগা ছবিখনৰ আজি জ্যোতি চিত্ৰবনত শুভ মহুৰত অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ছবিখনত অভিনয় কৰিব জনপ্ৰিয় অভিনেতা যতীন বৰা, উৎপল দাস, সিদ্ধাৰ্থ শৰ্মা, বিবেক বৰা, কমল লোচন দাস, যশশ্ৰী ভূঞা প্ৰমুখ্যে বহু শিল্পীয়ে। মাংগলিক কাৰ্যৰে আজিৰে পৰা আৰম্ভ কৰে ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম। বিজ্ঞাপন ছবিখনৰ প্ৰথম দৃশ্যগ্ৰহণ হিচাপে হাতীটোৰ আজি কিছু দৃশ্যগ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ধাৰণাৰ আধাৰত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ বেনাৰত নিৰ্মাণ কৰা হ’ব ককা দেউতা নাতি আৰু হাতী ২। পূৰ্বতে জনপ্ৰিয়তা লাভ কৰা এই ছবিখনত শিশু চৰিত্ৰত অভিনয় কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। শুভ মহুৰত অনুষ্ঠানত উপস্থিত থাকে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মা, জনপ্ৰিয় অভিনেতা যতীন বৰা, উৎপল দাস, সিদ্ধাৰ্থ শৰ্মা প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি। এখন উন্নত মানদণ্ডৰ অসমীয়া ছবি অসমবাসীক উপহাৰ দিবলৈ সক্ষম হ’ব বুলি আশাবাদী প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাৰ লগতে ছবিখনৰ লগত জড়িত হোৱা সকলো শিল্পী। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Entertainment News , local18 First Published : May 29, 2024, 4:47 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.