নিষিদ্ধ ফেচবুক, নিষিদ্ধ ইনষ্টাগ্ৰাম। কল্পনা কৰক কেনে লাগিব! আপোনাৰ শিশুটি বা কম বয়সীয়া আপোনাৰ ভাতৃ অথবা ভগ্নী সামাজিক মাধ্যমত আসক্ত নেকি? ঘণ্টাৰ পাছত ঘণ্টা ধৰি ম’বাইলত লাগি থকা কণমানি দেখিলে নিশ্চয় সকলোৰে আহে বিৰক্তি। ফেচবুক, হোৱাটছ এপ, ইনষ্টাগ্ৰাম আদি বিভিন্ন ছাইটত কিশোৰ-কিশোৰীৰ উপস্থিতি অত্যন্ত বেছি। এইসমূহ নিয়ন্ত্ৰণ বা বাৰণ কৰিবলৈ কোনোধৰণৰ ব্যৱস্থা অদ্যপি গ্ৰহণ কৰা নাই কোনেও। ঘৰত কেটেৰা জেঙেৰা কৰি কাৰোবাক বাধা দিলেও সংগঠিত ৰূপত কিন্তু একো হৈ উঠা নাই। কিন্তু এই সমস্যাক নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়ি আহিছে বিশ্বৰ এখন দেশ। তথ্য অনুসৰি সংসদত আইন প্ৰণয়ন কৰি এনে বাধা নিষেধ অনা পৃথিৱীৰ সৰ্বপ্ৰথম দেশখনেই হ’ল অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াত এতিয়া ১৬ বছৰ অনুৰ্ধৰ কোনেও দৰ্শন বা ব্যৱহাৰ কৰিব নোৱাৰিব বহুকেইটা সামাজিক মাধ্যম। টিকটক, ফেচবুক, স্নেপচ্যাট, ৰেডিট, এক্স(টুইটাৰ হিচাপে জনপ্ৰিয়) আৰু ইনষ্টাগ্ৰাম আদিও আছে এই তালিকাত। তাৎপৰ্যপূৰ্ণভাৱে উল্লিখিত ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে এই ৱেবছাইটসমূহত ১৬ বছৰৰ তলৰ শিশুক একাউণ্ট খোলাত বাধা দিব নোৱাৰিলে ৩.৩ কোটি মাৰ্কিন ডলাৰৰ জৰিমনা বিহা হ’ব। অষ্ট্ৰেলিয়ান ছিনেটত গৃহীত কৰা হয় এই বিধেয়ক। বুধবাৰৰ দিনটোত প্ৰতিনিধি সদনে ১০২ টা ভোটৰ বিপৰীতে এই আইনখনক গৰিষ্ঠ সংখ্যক ভোটত অনুমোদন জনায়। অৱশ্যে সম্পূৰ্ণ সংসদে এতিয়াও সহমত দিয়া নাই। তথাপি এয়া আনুষ্ঠানিকতা মাত্ৰ। ইতিমধ্যে চৰকাৰে নিশ্চিত কৰিছে এই বাধ্যবাধকতা। অসমৰ বাতৰি / খবৰ / বিশ্ব / ১৬ বছৰৰ তলৰ ল’ৰা-ছোৱালীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া! সংসদত প্ৰণয়ন হ’ল আইন ১৬ বছৰৰ তলৰ ল’ৰা-ছোৱালীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া! সংসদত প্ৰণয়ন হ’ল আইন ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে এই ৱেবছাইটসমূহত ১৬ বছৰৰ তলৰ শিশুক একাউণ্ট খোলাত বাধা দিব নোৱাৰিলে ৩.৩ কোটি মাৰ্কিন ডলাৰৰ জৰিমনা বিহা হ’ব। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : November 28, 2024, 8:40 pm IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি নিষিদ্ধ ফেচবুক, নিষিদ্ধ ইনষ্টাগ্ৰাম। কল্পনা কৰক কেনে লাগিব! আপোনাৰ শিশুটি বা কম বয়সীয়া আপোনাৰ ভাতৃ অথবা ভগ্নী সামাজিক মাধ্যমত আসক্ত নেকি? ঘণ্টাৰ পাছত ঘণ্টা ধৰি ম’বাইলত লাগি থকা কণমানি দেখিলে নিশ্চয় সকলোৰে আহে বিৰক্তি। ফেচবুক, হোৱাটছ এপ, ইনষ্টাগ্ৰাম আদি বিভিন্ন ছাইটত কিশোৰ-কিশোৰীৰ উপস্থিতি অত্যন্ত বেছি। এইসমূহ নিয়ন্ত্ৰণ বা বাৰণ কৰিবলৈ কোনোধৰণৰ ব্যৱস্থা অদ্যপি গ্ৰহণ কৰা নাই কোনেও। বিজ্ঞাপন ঘৰত কেটেৰা জেঙেৰা কৰি কাৰোবাক বাধা দিলেও সংগঠিত ৰূপত কিন্তু একো হৈ উঠা নাই। কিন্তু এই সমস্যাক নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়ি আহিছে বিশ্বৰ এখন দেশ। তথ্য অনুসৰি সংসদত আইন প্ৰণয়ন কৰি এনে বাধা নিষেধ অনা পৃথিৱীৰ সৰ্বপ্ৰথম দেশখনেই হ’ল অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াত এতিয়া ১৬ বছৰ অনুৰ্ধৰ কোনেও দৰ্শন বা ব্যৱহাৰ কৰিব নোৱাৰিব বহুকেইটা সামাজিক মাধ্যম। টিকটক, ফেচবুক, স্নেপচ্যাট, ৰেডিট, এক্স(টুইটাৰ হিচাপে জনপ্ৰিয়) আৰু ইনষ্টাগ্ৰাম আদিও আছে এই তালিকাত। বিজ্ঞাপন তাৎপৰ্যপূৰ্ণভাৱে উল্লিখিত ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে এই ৱেবছাইটসমূহত ১৬ বছৰৰ তলৰ শিশুক একাউণ্ট খোলাত বাধা দিব নোৱাৰিলে ৩.৩ কোটি মাৰ্কিন ডলাৰৰ জৰিমনা বিহা হ’ব। অষ্ট্ৰেলিয়ান ছিনেটত গৃহীত কৰা হয় এই বিধেয়ক। বুধবাৰৰ দিনটোত প্ৰতিনিধি সদনে ১০২ টা ভোটৰ বিপৰীতে এই আইনখনক গৰিষ্ঠ সংখ্যক ভোটত অনুমোদন জনায়। অৱশ্যে সম্পূৰ্ণ সংসদে এতিয়াও সহমত দিয়া নাই। তথাপি এয়া আনুষ্ঠানিকতা মাত্ৰ। ইতিমধ্যে চৰকাৰে নিশ্চিত কৰিছে এই বাধ্যবাধকতা। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Social Media First Published : November 28, 2024, 8:40 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.