বিধানসভা সমষ্টি ভিত্তিক খেল মহাৰণৰ বৰপেটা জিলাত আৰম্ভ বিধানসভা সমষ্টিভিত্তিক খেল মহাৰণৰ বৰপেটা জিলাত আৰম্ভ। অসম চৰকাৰৰ উদ্যোগত আয়োজিত খেল মহাৰণৰ বিধানসভা সমষ্টি ভিত্তিক প্ৰতিযোগিতাসমূহ বৰপেটা জিলাত শনিবাৰৰ পৰা আৰম্ভ হৈছে। এই প্ৰতিযোগিতাৰ উদ্দেশ্য হৈছে স্থানীয় খেলুৱৈসকলৰ প্ৰতিভা বিকাশ আৰু খেলৰ ক্ষেত্ৰত সঠিক মঞ্চ প্ৰদান কৰা। বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত এই প্ৰতিযোগিতাত সমষ্টিটোৰ পৌৰসভা আৰু গাঁও পঞ্চায়ত পৰ্যায়ত খেল মহাৰণৰ খেলসমূহত বিজয়ী প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ উদ্বোধন কৰে ক্ৰীড়া বিভাগৰ দায়িত্বত থকা বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত খনীন্দ্ৰ দাসে। উদ্বোধনী অনুষ্ঠানত জিলাখনৰ কেইবাগৰাকী প্ৰবীণ খেলুৱৈও উপস্থিত থাকে। আজিৰ প্ৰতিযোগিতাত এথলেটিক, দবা আদি বিভিন্ন খেল অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰা খেলুৱৈসকলৰ মাজত এক উৎসাহৰ পৰিৱেশ দেখা গৈছে।উল্লেখযোগ্য যে বৰপেটা জিলাত এইবাৰৰ খেল মহাৰণত প্ৰায় ৩ লাখ ২৪ হাজাৰ প্ৰতিযোগীয়ে নাম পঞ্জীয়ন কৰিছে। ইয়াৰে প্ৰায় ২.৫ লাখে এই পৰ্যন্ত প্ৰতিযোগিতাবোৰত অংশগ্ৰহণ কৰা বুলি অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে সদৰী কৰে। এই প্ৰতিযোগিতাই নতুন প্ৰতিভাসকলক চিনাক্তকৰণ কৰাত সহায় কৰাৰ লগতে এই প্ৰতিযোগিতাৰ জৰিয়তে স্থানীয় খেলুৱৈসকলৰ মাজত এক সুস্থ প্ৰতিযোগিতামূলক পৰিৱেশ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে। অসমৰ বাতৰি / খবৰ / অসম / Barpeta: বিধানসভা সমষ্টিভিত্তিক খেল মহাৰণৰ বৰপেটা জিলাত আৰম্ভ, খেলুৱৈসকলৰ মাজত দেখা গৈছে উৎসাহজনক পৰিৱেশ Barpeta: বিধানসভা সমষ্টিভিত্তিক খেল মহাৰণৰ বৰপেটা জিলাত আৰম্ভ, খেলুৱৈসকলৰ মাজত দেখা গৈছে উৎসাহজনক পৰিৱেশ বিধানসভা সমষ্টি ভিত্তিক খেল মহাৰণৰ বৰপেটা জিলাত আৰম্ভ বিধানসভা সমষ্টিভিত্তিক খেল মহাৰণৰ বৰপেটা জিলাত আৰম্ভ। অসম চৰকাৰৰ উদ্যোগত আয়োজিত খেল মহাৰণৰ বিধানসভা সমষ্টি ভিত্তিক প্ৰতিযোগিতাসমূহ বৰপেটা জিলাত শনিবাৰৰ পৰা আৰম্ভ হৈছে। অধিক পঢ়ক … 1-MIN READ local18 Barpeta,Assam Last Updated : December 8, 2024, 6:43 pm IST Whatsapp Facebook Telegram Twitter Published By : Dipankar Dutta Reported By : Jilious Das সম্পৰ্কীয় বাতৰি বিধানসভা সমষ্টিভিত্তিক খেল মহাৰণৰ বৰপেটা জিলাত আৰম্ভ। অসম চৰকাৰৰ উদ্যোগত আয়োজিত খেল মহাৰণৰ বিধানসভা সমষ্টি ভিত্তিক প্ৰতিযোগিতাসমূহ বৰপেটা জিলাত শনিবাৰৰ পৰা আৰম্ভ হৈছে। এই প্ৰতিযোগিতাৰ উদ্দেশ্য হৈছে স্থানীয় খেলুৱৈসকলৰ প্ৰতিভা বিকাশ আৰু খেলৰ ক্ষেত্ৰত সঠিক মঞ্চ প্ৰদান কৰা। বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত এই প্ৰতিযোগিতাত সমষ্টিটোৰ পৌৰসভা আৰু গাঁও পঞ্চায়ত পৰ্যায়ত খেল মহাৰণৰ খেলসমূহত বিজয়ী প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ উদ্বোধন কৰে ক্ৰীড়া বিভাগৰ দায়িত্বত থকা বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত খনীন্দ্ৰ দাসে। উদ্বোধনী অনুষ্ঠানত জিলাখনৰ কেইবাগৰাকী প্ৰবীণ খেলুৱৈও উপস্থিত থাকে। বিজ্ঞাপন আজিৰ প্ৰতিযোগিতাত এথলেটিক, দবা আদি বিভিন্ন খেল অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰা খেলুৱৈসকলৰ মাজত এক উৎসাহৰ পৰিৱেশ দেখা গৈছে।উল্লেখযোগ্য যে বৰপেটা জিলাত এইবাৰৰ খেল মহাৰণত প্ৰায় ৩ লাখ ২৪ হাজাৰ প্ৰতিযোগীয়ে নাম পঞ্জীয়ন কৰিছে। ইয়াৰে প্ৰায় ২.৫ লাখে এই পৰ্যন্ত প্ৰতিযোগিতাবোৰত অংশগ্ৰহণ কৰা বুলি অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে সদৰী কৰে। এই প্ৰতিযোগিতাই নতুন প্ৰতিভাসকলক চিনাক্তকৰণ কৰাত সহায় কৰাৰ লগতে এই প্ৰতিযোগিতাৰ জৰিয়তে স্থানীয় খেলুৱৈসকলৰ মাজত এক সুস্থ প্ৰতিযোগিতামূলক পৰিৱেশ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News , local18 First Published : December 8, 2024, 6:42 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
Allu Arjun: বিপদে লগ এৰা নাই আল্লু অৰ্জুনৰ! পুনৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল এজাহাৰ!
December 24, 2024What’s New
Spotlight
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Featured News
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Latest From This Week
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক, হাতীগাঁও থানাৰ সন্মুখৰ পৰা আটক কৰিলে আৰক্ষীয়ে
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.