NEWS

জিম্বাবৱেৰ বিৰুদ্ধে শুকুৰবাৰে টীম ইণ্ডিয়াৰ প্ৰথম টী-২০

জিম্বাবৱেৰ বিৰুদ্ধে শুকুৰবাৰে টীম ইণ্ডিয়াৰ প্ৰথম টী-২০। হাৰাৰেত জিম্বাবৱেৰ বিৰুদ্ধে পাচখন টী -২০ মেচ খেলিব। সকলোৱে আশা কৰিছে অসমৰ পৰা প্ৰথমগৰাকী ছিনিয়ৰ ক্ৰিকেটাৰ হিচাপে শুকুৰবাৰে ৰিয়ান পৰাগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাব। বিগত ছিজনৰ আইপিএলৰ দুৰ্দান্ত প্ৰদৰ্কশন আগবঢ়োৱা ৰিয়ানেও জিম্বাবৱে ট্যুৰৰ বাবে সম্পূৰ্ণ ৰূপে সাজু আছিল। ঠিক তেনেধৰনেই আশা কৰাৰ দৰে ৰিয়ান পৰাগে ভাৰতীয় ১৫ জনীয়া দলত স্থান লাভ কৰিছিল। শুভমন গীল নেতৃত্বাধীন ভাৰতীয় দলটোৱে সোমবাৰে মুম্বাইৰ পৰা ডুৱাই হৈ হাৰাৰেত উপস্থিত হৈছিল। ৰিয়ান পৰাগে জিম্বাবৱেত কঠোৰ অনুশীলনত ব্যস্ত আছে। ভিভিএছ লক্ষ্মন মুখ্য প্ৰশিক্ষকৰ দায়িত্বত থকা টীম ইণ্ডিয়াত আশা কৰা হৈছে ৰিয়ানে ৬ জুলাইৰ খেলত মুখ একাদশত স্থান পাব। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / জিম্বাবৱেৰ বিৰুদ্ধে শুকুৰবাৰে টীম ইণ্ডিয়াৰ প্ৰথম টী-২০, ৰিয়ানৰ কঠোৰ অনুশীলন, স্থান পাবনে দলত? জিম্বাবৱেৰ বিৰুদ্ধে শুকুৰবাৰে টীম ইণ্ডিয়াৰ প্ৰথম টী-২০, ৰিয়ানৰ কঠোৰ অনুশীলন, স্থান পাবনে দলত? বিগত ছিজনৰ আইপিএলৰ দুৰ্দান্ত প্ৰদৰ্কশন আগবঢ়োৱা ৰিয়ানেও জিম্বাবৱে ট্যুৰৰ বাবে সম্পূৰ্ণ ৰূপে সাজু আছিল। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : July 4, 2024, 8:08 pm IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি জিম্বাবৱেৰ বিৰুদ্ধে শুকুৰবাৰে টীম ইণ্ডিয়াৰ প্ৰথম টী-২০। হাৰাৰেত জিম্বাবৱেৰ বিৰুদ্ধে পাচখন টী -২০ মেচ খেলিব। সকলোৱে আশা কৰিছে অসমৰ পৰা প্ৰথমগৰাকী ছিনিয়ৰ ক্ৰিকেটাৰ হিচাপে শুকুৰবাৰে ৰিয়ান পৰাগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাব। বিগত ছিজনৰ আইপিএলৰ দুৰ্দান্ত প্ৰদৰ্কশন আগবঢ়োৱা ৰিয়ানেও জিম্বাবৱে ট্যুৰৰ বাবে সম্পূৰ্ণ ৰূপে সাজু আছিল। ঠিক তেনেধৰনেই আশা কৰাৰ দৰে ৰিয়ান পৰাগে ভাৰতীয় ১৫ জনীয়া দলত স্থান লাভ কৰিছিল। বিজ্ঞাপন শুভমন গীল নেতৃত্বাধীন ভাৰতীয় দলটোৱে সোমবাৰে মুম্বাইৰ পৰা ডুৱাই হৈ হাৰাৰেত উপস্থিত হৈছিল। ৰিয়ান পৰাগে জিম্বাবৱেত কঠোৰ অনুশীলনত ব্যস্ত আছে। ভিভিএছ লক্ষ্মন মুখ্য প্ৰশিক্ষকৰ দায়িত্বত থকা টীম ইণ্ডিয়াত আশা কৰা হৈছে ৰিয়ানে ৬ জুলাইৰ খেলত মুখ একাদশত স্থান পাব। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: cricket , RIYAN PARAG First Published : July 4, 2024, 8:08 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.