NEWS

দুৰ্ঘটনাত পতিত ‘দাংকাটি বাই’ৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা?

ৰাজ্যৰ অভিনয় জগতলৈ এক দুখবৰ। দুৰ্ঘটনাত পতিত জনপ্ৰিয় কৌতুক অভিনেতা প্ৰেমানন্দ বৰুৱা। কিছুদিন পূৰ্বে জনপ্ৰিয় অভিনেতাগৰাকীয়ে দুৰ্ঘটনাত পতিত হৈছে। খবৰ অনুসৰি মঙলদৈ চহৰৰ পৰা গাঁৱৰ ঘৰলৈ গৈ আছিল অভিনেতাগৰাকী কিন্তু হঠাৎ বাহনৰ আগত ক’ৰবাৰ পৰা শিয়াল এটা আহি আগত পৰে। আৰু তৎমুহূৰ্ততে বাহনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাই অভিনেতাগৰাকীয়ে। আৰু পঢ়ক: ধাৰাবাহিকত নায়িকাৰ চৰিত্ৰত অভিনয় কৰা সুন্দৰী যুৱতীৰ অসুৰ ৰূপ! বাৰত Late Night Party কৰি সুৰাৰ ৰাগিত মাতাল অভিনেত্ৰীৰ ভংয়কৰ কাণ্ড! Real Lifeত আৰক্ষীকে ৰাজপথত জ্বলাই দিয়াৰ অপচেষ্টা! সোঁহাতত অস্ত্ৰোপচাৰ কৰিব লগাই হৈছে অভিনেতাগৰাকীৰ। গুৱাহাটীৰ AIIMSত কিছুদিন চিকিৎসাধীন হৈও আছিল অভিনেতাগৰাকী। দুৰ্ঘটনাত পতিত হৈ সোঁহাতৰ দুদাল হাঁড় ভাঙিছে অভিনেতাগৰাকীৰ। দুৰ্ঘটনাত সংঘটিত হোৱাৰ সময়ত অভিনেতাগৰাকীৰ সৈতে আছিল নিজ কন্যাও। চিকিৎসাৰ অন্তত ঘৰলৈ উভতিছে যদিও বৰ্তমানেও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই অভিনেতাগৰাকী। উল্লখ্যে যে জনপ্ৰিয় ধাৰাবাহিক ‘খাপালাং কাই’ৰ ‘দাংকাটি বাই’ ৰূপে খ্যাত আছিল অভিনেতা প্ৰেমানন্দ বৰুৱা। দুৰ্ঘটনাত পতিত হোৱাৰ বাবে বহু বিহুৰ অনুষ্ঠান বাতিল কৰিব লগা হৈছে কৌতুক অভিনেতাগৰাকীয়ে। অসমৰ বাতৰি / খবৰ / মনোৰঞ্জন / Entertainment News: দুৰ্ঘটনাত পতিত ‘খাপলাং কাই’ৰ ‘দাংকাটি বাই’, এতিয়া প্ৰেমানন্দ বৰুৱাৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা? Entertainment News: দুৰ্ঘটনাত পতিত ‘খাপলাং কাই’ৰ ‘দাংকাটি বাই’, এতিয়া প্ৰেমানন্দ বৰুৱাৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা? ৰাজ্যৰ অভিনয় জগতলৈ এক দুখবৰ। দুৰ্ঘটনাত পতিত জনপ্ৰিয় কৌতুক অভিনেতা প্ৰেমানন্দ বৰুৱা। অধিক পঢ়ক … 1-MIN READ Assam Assam Last Updated : April 21, 2024, 6:30 pm IST Published By : kangkan deka সম্পৰ্কীয় বাতৰি ৰাজ্যৰ অভিনয় জগতলৈ এক দুখবৰ। দুৰ্ঘটনাত পতিত জনপ্ৰিয় কৌতুক অভিনেতা প্ৰেমানন্দ বৰুৱা। কিছুদিন পূৰ্বে জনপ্ৰিয় অভিনেতাগৰাকীয়ে দুৰ্ঘটনাত পতিত হৈছে। খবৰ অনুসৰি মঙলদৈ চহৰৰ পৰা গাঁৱৰ ঘৰলৈ গৈ আছিল অভিনেতাগৰাকী কিন্তু হঠাৎ বাহনৰ আগত ক’ৰবাৰ পৰা শিয়াল এটা আহি আগত পৰে। আৰু তৎমুহূৰ্ততে বাহনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাই অভিনেতাগৰাকীয়ে। আৰু পঢ়ক: ধাৰাবাহিকত নায়িকাৰ চৰিত্ৰত অভিনয় কৰা সুন্দৰী যুৱতীৰ অসুৰ ৰূপ! বাৰত Late Night Party কৰি সুৰাৰ ৰাগিত মাতাল অভিনেত্ৰীৰ ভংয়কৰ কাণ্ড! Real Lifeত আৰক্ষীকে ৰাজপথত জ্বলাই দিয়াৰ অপচেষ্টা! বিজ্ঞাপন সোঁহাতত অস্ত্ৰোপচাৰ কৰিব লগাই হৈছে অভিনেতাগৰাকীৰ। গুৱাহাটীৰ AIIMSত কিছুদিন চিকিৎসাধীন হৈও আছিল অভিনেতাগৰাকী। দুৰ্ঘটনাত পতিত হৈ সোঁহাতৰ দুদাল হাঁড় ভাঙিছে অভিনেতাগৰাকীৰ। দুৰ্ঘটনাত সংঘটিত হোৱাৰ সময়ত অভিনেতাগৰাকীৰ সৈতে আছিল নিজ কন্যাও। চিকিৎসাৰ অন্তত ঘৰলৈ উভতিছে যদিও বৰ্তমানেও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই অভিনেতাগৰাকী। উল্লখ্যে যে জনপ্ৰিয় ধাৰাবাহিক ‘খাপালাং কাই’ৰ ‘দাংকাটি বাই’ ৰূপে খ্যাত আছিল অভিনেতা প্ৰেমানন্দ বৰুৱা। দুৰ্ঘটনাত পতিত হোৱাৰ বাবে বহু বিহুৰ অনুষ্ঠান বাতিল কৰিব লগা হৈছে কৌতুক অভিনেতাগৰাকীয়ে। বিজ্ঞাপন অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট অসম। Tags: Entertainment News First Published : April 21, 2024, 6:30 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.