NEWS

শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতীয় দলত স্থান লাভ ৰিয়ান পৰাগৰ

শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা। ভাৰতীয় দলত স্থান লাভ অসম সন্তান ৰিয়ান পৰাগৰ। টি-২০ৰ লগতে এদিনীয়া দলটো স্থান লাভ কৰিলে অসম সন্তান ৰিয়ান পৰাগে। শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতীয় এদিনীয়া দলটোঃ ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, কে এল ৰাহুল (উইকেট কীপাৰ), ঋষভ পন্ত (উইকেট কীপাৰ), শ্ৰেয়ছ আয়াৰ, শিৱম ডুবে, কুলদীপ যাদৱ, মহম্মদ ছিৰাজ, ৱাশ্বিংটন সুন্দৰ, অৰ্শ্বদীপ সিং, ৰিয়ান পৰাগ, অক্ষৰ পেটেল, খলিল আহমেদ, হৰ্ষিত ৰাণা। শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতীয় টি-২০ দলটোঃ সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গিল, যশস্বী জয়ছোৱাল, ৰিংকু সিং, ৰিয়ান পৰাগ, ঋষভ পন্ত (উইকেট কীপাৰ), সঞ্জু চেমচন (উইকেট কীপাৰ), হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণই, অৰ্শ্বদীপ সিং, খলিল আহমেদ, মহম্মদ ছিৰাজ। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা, অসম সন্তান ৰিয়ানলৈ আহিল সুঃখবৰ, হাৰ্দিক পাণ্ডিয়ালৈ এক বেয়া খবৰ! শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা, অসম সন্তান ৰিয়ানলৈ আহিল সুঃখবৰ, হাৰ্দিক পাণ্ডিয়ালৈ এক বেয়া খবৰ! ভাৰতীয় দলত স্থান লাভ অসম সন্তান ৰিয়ান পৰাগৰ। টি-২০ৰ লগতে এদিনীয়া দলটো স্থান লাভ কৰিলে অসম সন্তান ৰিয়ান পৰাগে। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : July 18, 2024, 9:10 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka সম্পৰ্কীয় বাতৰি শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা। ভাৰতীয় দলত স্থান লাভ অসম সন্তান ৰিয়ান পৰাগৰ। টি-২০ৰ লগতে এদিনীয়া দলটো স্থান লাভ কৰিলে অসম সন্তান ৰিয়ান পৰাগে। শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতীয় এদিনীয়া দলটোঃ ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, কে এল ৰাহুল (উইকেট কীপাৰ), ঋষভ পন্ত (উইকেট কীপাৰ), শ্ৰেয়ছ আয়াৰ, শিৱম ডুবে, কুলদীপ যাদৱ, মহম্মদ ছিৰাজ, ৱাশ্বিংটন সুন্দৰ, অৰ্শ্বদীপ সিং, ৰিয়ান পৰাগ, অক্ষৰ পেটেল, খলিল আহমেদ, হৰ্ষিত ৰাণা। বিজ্ঞাপন বিজ্ঞাপন শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতীয় টি-২০ দলটোঃ সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গিল, যশস্বী জয়ছোৱাল, ৰিংকু সিং, ৰিয়ান পৰাগ, ঋষভ পন্ত (উইকেট কীপাৰ), সঞ্জু চেমচন (উইকেট কীপাৰ), হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণই, অৰ্শ্বদীপ সিং, খলিল আহমেদ, মহম্মদ ছিৰাজ। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: RIYAN PARAG , Team India First Published : July 18, 2024, 7:54 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.