NEWS

প্ৰথমে বেটিং কৰি সুন্দৰ স্থিতিত Men in Blue!

টি-২০ বিশ্বকাপৰ ফাইনেলত সুন্দৰ স্থিতিত ভাৰতীয় দল। টছত জয়ী হৈ ভাৰতে গ্ৰহণ কৰে বেটিঙৰ সিদ্ধান্ত।ভাৰতে দক্ষিণ আফ্ৰিকাৰ সন্মুখত বান্ধি দিলে ১৭৭ ৰাণৰ লক্ষ্য। বিশ্বকাপৰ ফাইনেলত দুৰ্দান্ত অৰ্ধশতক অৰ্জন কৰে কিং কোহলীয়ে। প্ৰথমে বেটিং কৰি প্ৰথম অ’ভাৰতে বিস্ফোৰক আৰম্ভণি দিয়ে বিৰাট কোহলীয়ে। কিন্তু দ্বিতীয় অ’ভাৰতে ভাৰতে হেৰুওৱাই অধিনায়ক ৰোহিত শৰ্মাৰ উইকেট। দলৰ ২৩ ৰাণত ৫টা বলত ৯ ৰাণ কৰি পেভিলিয়নমুখী হয় ৰোহিত শৰ্মা। তাৰ পিছতে দুটা বল খেলি শূন্য ৰাণ কৰি পেভিলিয়নমুখী হয় ঋষভ পণ্ট। মাত্ৰ ৩ ৰাণ কৰি আউট সূৰ্যকুমাৰ যাদৱো। ৩৪ ৰাণত ভাৰতে হেৰুওৱাই তৃতীয়টো উইকেট। কিন্তু বিৰাট কোহলী আৰু অক্ষৰ পেটেলৰ যুঁটিয়ে ভাৰতক কিছু পৰিমাণে বিপদমুক্ত কৰে। ৩১ বলত ৪৭ৰাণ সংগ্ৰহ কৰি ৰাণ আউট অক্সৰ পেটেল। উল্লেখ্য যে ৪৮টা বলত ধৈৰ্যশীল অৰ্ধশতক সংগ্ৰহ বিৰাট কোহলীৰ। চলিত T-20 বিশ্বকাপত বিৰাট কোহলীৰ প্ৰথমটো অৰ্ধ শতক। ৫৯ বলত ৭৬ ৰাণৰ দুৰ্দান্ত ইনিংছ খেলে বিৰাট কোহলীয়ে। শিৱম ডুবেই ১৬টা বলত ২৭ ৰাণৰ দুৰ্দান্ত ইংনিছ খেল। হাৰ্দিক পাণ্ডিয়াই দুটা বলত ৫ ৰাণ সংগ্ৰহ আৰু ৰবীদ্ৰ জাদেজাই দুটা বলত ২ ৰাণ কৰে। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / IND vs SA: টি-২০ বিশ্বকাপৰ ফাইনেলত কোহলীৰ ‘বিৰাট’ ইনিংছ! প্ৰথমে বেটিং কৰি সুন্দৰ স্থিতিত Men in Blue! IND vs SA: টি-২০ বিশ্বকাপৰ ফাইনেলত কোহলীৰ ‘বিৰাট’ ইনিংছ! প্ৰথমে বেটিং কৰি সুন্দৰ স্থিতিত Men in Blue! India vs South Africa T20 World Cup 2024 : টি-২০ বিশ্বকাপৰ ফাইনেলত সুন্দৰ স্থিতিত ভাৰতীয় দল। টছত জয়ী হৈ ভাৰতে গ্ৰহণ কৰে বেটিঙৰ সিদ্ধান্ত। প্ৰথমে বেটিং কৰি প্ৰথম অ’ভাৰতে বিস্ফোৰক আৰম্ভণি দিয়ে বিৰাট কোহলীয়ে। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : June 29, 2024, 9:52 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka সম্পৰ্কীয় বাতৰি টি-২০ বিশ্বকাপৰ ফাইনেলত সুন্দৰ স্থিতিত ভাৰতীয় দল। টছত জয়ী হৈ ভাৰতে গ্ৰহণ কৰে বেটিঙৰ সিদ্ধান্ত।ভাৰতে দক্ষিণ আফ্ৰিকাৰ সন্মুখত বান্ধি দিলে ১৭৭ ৰাণৰ লক্ষ্য। বিশ্বকাপৰ ফাইনেলত দুৰ্দান্ত অৰ্ধশতক অৰ্জন কৰে কিং কোহলীয়ে। প্ৰথমে বেটিং কৰি প্ৰথম অ’ভাৰতে বিস্ফোৰক আৰম্ভণি দিয়ে বিৰাট কোহলীয়ে। কিন্তু দ্বিতীয় অ’ভাৰতে ভাৰতে হেৰুওৱাই অধিনায়ক ৰোহিত শৰ্মাৰ উইকেট। দলৰ ২৩ ৰাণত ৫টা বলত ৯ ৰাণ কৰি পেভিলিয়নমুখী হয় ৰোহিত শৰ্মা। তাৰ পিছতে দুটা বল খেলি শূন্য ৰাণ কৰি পেভিলিয়নমুখী হয় ঋষভ পণ্ট। মাত্ৰ ৩ ৰাণ কৰি আউট সূৰ্যকুমাৰ যাদৱো। ৩৪ ৰাণত ভাৰতে হেৰুওৱাই তৃতীয়টো উইকেট। বিজ্ঞাপন কিন্তু বিৰাট কোহলী আৰু অক্ষৰ পেটেলৰ যুঁটিয়ে ভাৰতক কিছু পৰিমাণে বিপদমুক্ত কৰে। ৩১ বলত ৪৭ৰাণ সংগ্ৰহ কৰি ৰাণ আউট অক্সৰ পেটেল। উল্লেখ্য যে ৪৮টা বলত ধৈৰ্যশীল অৰ্ধশতক সংগ্ৰহ বিৰাট কোহলীৰ। চলিত T-20 বিশ্বকাপত বিৰাট কোহলীৰ প্ৰথমটো অৰ্ধ শতক। ৫৯ বলত ৭৬ ৰাণৰ দুৰ্দান্ত ইনিংছ খেলে বিৰাট কোহলীয়ে। শিৱম ডুবেই ১৬টা বলত ২৭ ৰাণৰ দুৰ্দান্ত ইংনিছ খেল। হাৰ্দিক পাণ্ডিয়াই দুটা বলত ৫ ৰাণ সংগ্ৰহ আৰু ৰবীদ্ৰ জাদেজাই দুটা বলত ২ ৰাণ কৰে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Icc T20 World Cup , India Vs South Africa First Published : June 29, 2024, 9:38 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.