NEWS

Sports News: নয়দাৰ অসমীয়া সমাজৰ টেবুল টেনিছ প্ৰতিযোগিতাত গুৱাহাটীৰ জেনিছা বিপুলৰ কেডেট শাখাত চেম্পিয়ন খিতাপ অৰ্জন

উত্তৰ প্ৰদেশৰ নয়দাৰ অসমীয়া সমাজৰ মাজত অনুষ্ঠিত টেবুল টেনিছ প্ৰতিযোগিতাত গুৱাহাটীৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈ জেনিছা বিপুলে কেডেট শাখাত চেম্পিয়ন সন্মান অৰ্জন কৰে। নয়দাত উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা টেবুল টেনিছ খেলুৱৈৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলাৰ বাবে সেই স্থানৰ অসমীয়া ক্ৰীড়াপ্ৰেমীসকলে নয়দা টেবুল টেনিছ প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। জীৱন চাংকাকতি, অৰ্পণ শৰ্মা, দীপাংকৰ বৰুৱা, অচ্যুত হাতীমূৰীয়া, হিমাংশু ভট্টাচাৰ্য, অঞ্জন মহন্ত আদিৰ মিলিত প্ৰচেষ্টাত অনুষ্ঠিত প্ৰতিযোগিতাখন ২২ ছেপ্টেম্বৰত সফলভাৱে সামৰণি পৰিছিল। নয়দাৰ আগশাৰীৰ আনচুল গাৰ্গ টেবুল টেনিছ একাডেমী প্ৰমেথিউজ স্কুল প্ৰাঙ্গনত অনুষ্ঠিত প্ৰতিযোগিতাখনত কেডেটৰ ছিংগলছত জেনিছা বিপুল চেম্পিয়ন আৰু অম্লান জ্যোতি দাস ৰানাৰ্চ আপ, মহিলাৰ শাখাত পল্লবী বুঢ়াগোহাঁই চেম্পিয়ন, উপাসনা বৰুৱা ৰানাৰ্চ আপ, মাষ্টাৰ্চ ছিংগলছত গৌতম দাস চেম্পিয়ন আৰু প্লাৱন গগৈ ৰানাৰ্চ আপ, ছিনিয়ৰ ডাৱলছত জীৱন চাংকাকতি-অনুপম শৰ্মা চেম্পিয়ন আৰু অজয় সিং -অভিলাষ শৰ্মা ৰানাৰ্চ আপ আৰু ছিনিয়ৰ পুৰুষত জীৱন চাংকাকতি চেম্পিয়ন আৰু সংকল্পজিৎ সিনহা ৰানাৰ্চ আপ হয়। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / Sports News: নয়দাৰ অসমীয়া সমাজৰ টেবুল টেনিছ প্ৰতিযোগিতাত গুৱাহাটীৰ জেনিছা বিপুলৰ কেডেট শাখাত চেম্পিয়ন খিতাপ অৰ্জন Sports News: নয়দাৰ অসমীয়া সমাজৰ টেবুল টেনিছ প্ৰতিযোগিতাত গুৱাহাটীৰ জেনিছা বিপুলৰ কেডেট শাখাত চেম্পিয়ন খিতাপ অৰ্জন উত্তৰ প্ৰদেশৰ নয়দাৰ অসমীয়া সমাজৰ মাজত অনুষ্ঠিত টেবুল টেনিছ প্ৰতিযোগিতাত গুৱাহাটীৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈ জেনিছা বিপুলে কেডেট শাখাত চেম্পিয়ন সন্মান অৰ্জন কৰে। অধিক পঢ়ক … 1-MIN READ Assam Noida,Gautam Buddha Nagar,Uttar Pradesh Last Updated : September 30, 2024, 11:52 pm IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami Reported By : BIPUL BARMAN সম্পৰ্কীয় বাতৰি উত্তৰ প্ৰদেশৰ নয়দাৰ অসমীয়া সমাজৰ মাজত অনুষ্ঠিত টেবুল টেনিছ প্ৰতিযোগিতাত গুৱাহাটীৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈ জেনিছা বিপুলে কেডেট শাখাত চেম্পিয়ন সন্মান অৰ্জন কৰে। নয়দাত উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা টেবুল টেনিছ খেলুৱৈৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলাৰ বাবে সেই স্থানৰ অসমীয়া ক্ৰীড়াপ্ৰেমীসকলে নয়দা টেবুল টেনিছ প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। জীৱন চাংকাকতি, অৰ্পণ শৰ্মা, দীপাংকৰ বৰুৱা, অচ্যুত হাতীমূৰীয়া, হিমাংশু ভট্টাচাৰ্য, অঞ্জন মহন্ত আদিৰ মিলিত প্ৰচেষ্টাত অনুষ্ঠিত প্ৰতিযোগিতাখন ২২ ছেপ্টেম্বৰত সফলভাৱে সামৰণি পৰিছিল। বিজ্ঞাপন নয়দাৰ আগশাৰীৰ আনচুল গাৰ্গ টেবুল টেনিছ একাডেমী প্ৰমেথিউজ স্কুল প্ৰাঙ্গনত অনুষ্ঠিত প্ৰতিযোগিতাখনত কেডেটৰ ছিংগলছত জেনিছা বিপুল চেম্পিয়ন আৰু অম্লান জ্যোতি দাস ৰানাৰ্চ আপ, মহিলাৰ শাখাত পল্লবী বুঢ়াগোহাঁই চেম্পিয়ন, উপাসনা বৰুৱা ৰানাৰ্চ আপ, মাষ্টাৰ্চ ছিংগলছত গৌতম দাস চেম্পিয়ন আৰু প্লাৱন গগৈ ৰানাৰ্চ আপ, ছিনিয়ৰ ডাৱলছত জীৱন চাংকাকতি-অনুপম শৰ্মা চেম্পিয়ন আৰু অজয় সিং -অভিলাষ শৰ্মা ৰানাৰ্চ আপ আৰু ছিনিয়ৰ পুৰুষত জীৱন চাংকাকতি চেম্পিয়ন আৰু সংকল্পজিৎ সিনহা ৰানাৰ্চ আপ হয়। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Noida , Sports News , Table Tennis First Published : September 30, 2024, 11:52 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.