NEWS

Morigaon : যুৱকক পৰিকল্পিতভাৱে হত্যা! মৈৰাবাৰীত তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

মৰিগাঁৱৰ মৈৰাবাৰীত হত্যাৰ অভিযোগত গ্রেপ্তাৰ তিনি অভিযুক্ত। মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনি অভিযুক্ত ক্ৰমে চৰাজুল হক, নজৰুল হক আৰু ছেকবৰ আলী। ধৃত অভিযুক্তকেইজনৰ ঘৰ মৈৰাবাৰীৰ বহলাৰ মুখত। দুই অক্টোবৰত বহলাৰ মুখ গাঁৱৰ নাজিৰুল ইছলাম নামৰ এজন যুৱকক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰে মৈৰাবাৰী আৰক্ষীয়ে। পূৰ্বৰ আখেজৰ বাবেই যুৱকজনক হত্যা কৰাৰ অভিযোগত এই তিনিজন লোকক গ্রেপ্তাৰ কৰে মৈৰাবাৰী আৰক্ষীয়ে। অধিক তথ্যৰ আৰক্ষীয়ে চলোৱা জেৰাৰ অন্তত ১৫৬/২৪ নং গোচৰ ৰুজু কৰি তিনি অভিযুক্তক মৈৰাবাৰী আৰক্ষীয়ে জে’ল হাজোতলৈ প্ৰেৰণ কৰে। অসমৰ বাতৰি / খবৰ / অসম / Morigaon : যুৱকক পৰিকল্পিতভাৱে হত্যা! মৈৰাবাৰীত তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ Morigaon : যুৱকক পৰিকল্পিতভাৱে হত্যা! মৈৰাবাৰীত তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ পূৰ্বৰ আখেজৰ বাবেই যুৱকজনক হত্যা কৰাৰ অভিযোগত এই তিনিজন লোকক গ্রেপ্তাৰ কৰে মৈৰাবাৰী আৰক্ষীয়ে। অধিক পঢ়ক … 1-MIN READ Assam Assam Last Updated : October 16, 2024, 11:26 am IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি মৰিগাঁৱৰ মৈৰাবাৰীত হত্যাৰ অভিযোগত গ্রেপ্তাৰ তিনি অভিযুক্ত। মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনি অভিযুক্ত ক্ৰমে চৰাজুল হক, নজৰুল হক আৰু ছেকবৰ আলী। ধৃত অভিযুক্তকেইজনৰ ঘৰ মৈৰাবাৰীৰ বহলাৰ মুখত। দুই অক্টোবৰত বহলাৰ মুখ গাঁৱৰ নাজিৰুল ইছলাম নামৰ এজন যুৱকক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰে মৈৰাবাৰী আৰক্ষীয়ে। পূৰ্বৰ আখেজৰ বাবেই যুৱকজনক হত্যা কৰাৰ অভিযোগত এই তিনিজন লোকক গ্রেপ্তাৰ কৰে মৈৰাবাৰী আৰক্ষীয়ে। অধিক তথ্যৰ আৰক্ষীয়ে চলোৱা জেৰাৰ অন্তত ১৫৬/২৪ নং গোচৰ ৰুজু কৰি তিনি অভিযুক্তক মৈৰাবাৰী আৰক্ষীয়ে জে’ল হাজোতলৈ প্ৰেৰণ কৰে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News First Published : October 16, 2024, 11:26 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.