NEWS

Guwahati News : জনতা ভৱনত ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল আবকাৰী বিষয়া, বাৰৰ অনুজ্ঞাপত্ৰৰ নামত লৈছিল উৎকোচ

জনতা ভৱনত ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল আবকাৰী বিষয়া। গ্ৰেপ্তাৰ হোৱা বিষয়াগৰাকীৰ নাম পাৰ্থ হাজৰিকা। আবকাৰী বিভাগৰ ছেকচন অফিচাৰ পাৰ্থ হাজৰিকা। দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে কৰায়ত্ত কৰে বিষয়াজনক। ২৫ হাজাৰ টকা উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ হয় পাৰ্থ হাজৰিকা। পূৰ্বেও ৪০ হাজাৰ টকাৰ ঘোচ লোৱাৰ অভিযোগ বিষয়াজনৰ বিৰুদ্ধে। পাৰ্থ হাজৰিকাৰ ঘৰ নলবাৰী জিলাৰ বৰনৰ্দীত বুলি জানিব পৰা গৈছে। বাৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত ২৫ হাজাৰ টকা উৎকোচ লৈছিল এইগৰাকী ঘোচখোৰ বিষয়াই। জনতা ভৱনৰ ডি ব্লকত চলিছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অসমৰ বাতৰি / খবৰ / অসম / Guwahati News : জনতা ভৱনত ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল আবকাৰী বিষয়া, বাৰৰ অনুজ্ঞাপত্ৰৰ নামত লৈছিল উৎকোচ Guwahati News : জনতা ভৱনত ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল আবকাৰী বিষয়া, বাৰৰ অনুজ্ঞাপত্ৰৰ নামত লৈছিল উৎকোচ ২৫ হাজাৰ টকা উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ হয় পাৰ্থ হাজৰিকা। অধিক পঢ়ক … 1-MIN READ Assam Assam Last Updated : October 16, 2024, 12:46 pm IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি জনতা ভৱনত ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল আবকাৰী বিষয়া। গ্ৰেপ্তাৰ হোৱা বিষয়াগৰাকীৰ নাম পাৰ্থ হাজৰিকা। আবকাৰী বিভাগৰ ছেকচন অফিচাৰ পাৰ্থ হাজৰিকা। দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে কৰায়ত্ত কৰে বিষয়াজনক। ২৫ হাজাৰ টকা উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ হয় পাৰ্থ হাজৰিকা। পূৰ্বেও ৪০ হাজাৰ টকাৰ ঘোচ লোৱাৰ অভিযোগ বিষয়াজনৰ বিৰুদ্ধে। পাৰ্থ হাজৰিকাৰ ঘৰ নলবাৰী জিলাৰ বৰনৰ্দীত বুলি জানিব পৰা গৈছে। বাৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত ২৫ হাজাৰ টকা উৎকোচ লৈছিল এইগৰাকী ঘোচখোৰ বিষয়াই। জনতা ভৱনৰ ডি ব্লকত চলিছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News , Guwahati News First Published : October 16, 2024, 12:46 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.