NEWS

আজি লক্ষ্মী পূজা, নগাঁৱৰ ৰাইডিঙীয়াত দুদিনীয়াকৈ কাৰ্যসূচীৰে লক্ষ্মী পূজা উদযাপন

লক্ষ্মী পূজাত এইকেইটা বিশেষ কাম কৰিলে আপোনাৰ জীৱনটো ধন টকা পইচাৰে উপচি পৰিব। ধন, ঐশ্বৰ্য বিভূতিৰ অধিষ্ঠাত্ৰী দেৱীৰ আজি মা লক্ষ্মী পূজা। আজিৰ এই শুভ দিনটোত ধন সম্পত্তি আৰু সমৃদ্ধিৰ বাবে মা লক্ষ্মীৰ আগত পূজা উৎসৰ্গিত কৰা হয়। আজিৰ এই দিনটোত বহু লোকে উপবাসে থাকি মা লক্ষ্মীক আৰধনা কৰা দেখা যায়। অসমৰ প্ৰতিটো প্ৰান্তৰ লগতে নগাঁৱৰ ৰাইডিঙীয়াতো লক্ষ্মী পূজা উদযাপনৰ কৰিছে ৰাইজে। প্ৰায় ৪৪ বছৰ ধৰি ৰাইদঙিয়াৰৰজা গাঁৱৰ ৰাইজে লক্ষ্মী পূজাৰ উদযাপন কৰি আহিছে। প্ৰতি বছৰৰ দৰে এইবাৰোদুদিনীয়া কাৰ্যসূচীৰে ৰাইডিঙীয়াৰ যুৱক সংঘৰ উদ্যোগত ভক্ত প্ৰাণ ৰাইজে অতি উলহ মালহৰে উদযাপন কৰিছে লক্ষ্মী পূজা। আজি সমূহ ৰজা গাঁৱৰ ৰাইজে বৰগছৰ তলত লক্ষ্মী দেৱীৰ মূৰ্তি স্থাপন কৰি এক শুভাযাত্ৰা কৰে। সমান্তৰালভাৱে আজি এই কাৰ্যসূচীত নিশালৈ লক্ষ্মী দেৱীক আৰধনা কৰাৰ লগতে স্থানীয় গোপিনীসকলৰ দ্বাৰা দিহানামৰো আয়োজন কৰিছে। অন্যহাতে কাইলৈও স্থানীয় যুৱক-যুৱতীৰ দ্বাৰা এখন অসমীয়া নাটকো মঞ্চস্থ কৰিছে।ৰাইজৰ আশা যে কৃষি প্ৰধান অঞ্চলটোত খেতি পথাৰ নদন-বদন হৈ পৰি ধনে ধানে উপচি পৰক। অসমৰ বাতৰি / খবৰ / অসম / আজি লক্ষ্মী পূজা, নগাঁৱৰ ৰাইডিঙীয়াত দুদিনীয়াকৈ কাৰ্যসূচীৰে লক্ষ্মী পূজা উদযাপন আজি লক্ষ্মী পূজা, নগাঁৱৰ ৰাইডিঙীয়াত দুদিনীয়াকৈ কাৰ্যসূচীৰে লক্ষ্মী পূজা উদযাপন লক্ষ্মী পূজাত এইকেইটা বিশেষ কাম কৰিলে আপোনাৰ জীৱনটো ধন টকা পইচাৰে উপচি পৰিব। ধন, ঐশ্বৰ্য বিভূতিৰ অধিষ্ঠাত্ৰী দেৱীৰ আজি মা লক্ষ্মী পূজা। আজিৰ এই শুভ দিনটোত ধন সম্পত্তি আৰু সমৃদ্ধিৰ বাবে মা লক্ষ্মীৰ আগত পূজা উৎসৰ্গিত কৰা হয়। আজিৰ এই দিনটোত বহু লোকে উপবাসে থাকি মা লক্ষ্মীক আৰধনা কৰা দেখা যায়। অধিক পঢ়ক … 1-MIN READ local18 Nagaon,Nagaon,Assam Last Updated : October 16, 2024, 11:23 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Chinku Mani Saikia সম্পৰ্কীয় বাতৰি ধন, ঐশ্বৰ্য বিভূতিৰ অধিষ্ঠাত্ৰী দেৱীৰ আজি মা লক্ষ্মী পূজা। আজিৰ এই শুভ দিনটোত ধন সম্পত্তি আৰু সমৃদ্ধিৰ বাবে মা লক্ষ্মীৰ আগত পূজা উৎসৰ্গিত কৰা হয়। আজিৰ এই দিনটোত বহু লোকে উপবাসে থাকি মা লক্ষ্মীক আৰধনা কৰা দেখা যায়। অসমৰ প্ৰতিটো প্ৰান্তৰ লগতে নগাঁৱৰ ৰাইডিঙীয়াতো লক্ষ্মী পূজা উদযাপনৰ কৰিছে ৰাইজে। প্ৰায় ৪৪ বছৰ ধৰি ৰাইদঙিয়াৰৰজা গাঁৱৰ ৰাইজে লক্ষ্মী পূজাৰ উদযাপন কৰি আহিছে। প্ৰতি বছৰৰ দৰে এইবাৰোদুদিনীয়া কাৰ্যসূচীৰে ৰাইডিঙীয়াৰ যুৱক সংঘৰ উদ্যোগত ভক্ত প্ৰাণ ৰাইজে অতি উলহ মালহৰে উদযাপন কৰিছে লক্ষ্মী পূজা। বিজ্ঞাপন আজি সমূহ ৰজা গাঁৱৰ ৰাইজে বৰগছৰ তলত লক্ষ্মী দেৱীৰ মূৰ্তি স্থাপন কৰি এক শুভাযাত্ৰা কৰে। সমান্তৰালভাৱে আজি এই কাৰ্যসূচীত নিশালৈ লক্ষ্মী দেৱীক আৰধনা কৰাৰ লগতে স্থানীয় গোপিনীসকলৰ দ্বাৰা দিহানামৰো আয়োজন কৰিছে। অন্যহাতে কাইলৈও স্থানীয় যুৱক-যুৱতীৰ দ্বাৰা এখন অসমীয়া নাটকো মঞ্চস্থ কৰিছে।ৰাইজৰ আশা যে কৃষি প্ৰধান অঞ্চলটোত খেতি পথাৰ নদন-বদন হৈ পৰি ধনে ধানে উপচি পৰক। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: lakshmi puja , local 18 , Nagaon First Published : October 16, 2024, 11:15 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.